চৰকাৰী কৰ্মচাৰীলৈ বিশেষ ছুটী। ৫ দিন একেৰাহে বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে

  Рет қаралды 7,215

News Live

News Live

25 күн бұрын

📌চৰকাৰী কৰ্মচাৰীলৈ বিশেষ ছুটী। ৫ দিন একেৰাহে বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে। ব্যক্তিখণ্ডৰ কৰ্মচাৰী সকলকো বেতন কৰ্তন নকৰাকৈ এই সুবিধা প্ৰদান কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 21
@paporigogoi9547
@paporigogoi9547 23 күн бұрын
অসম খত ম হব গৈ আছে
@Rana-hg8hg
@Rana-hg8hg 24 күн бұрын
জনসাধাৰণক মুহিবলৈ বহু চেষ্টা অব্যাহত, সূন্দৰ হৈছে আৰু নতুন আচনিৰ টোপ দিয়াৰ চিন্তা চৰ্চা কৰিব লাগে,
@digantagogoi8088
@digantagogoi8088 23 күн бұрын
Transfer lage Kela
@pypypnpn4077
@pypypnpn4077 23 күн бұрын
Jowa bosor suti loiso
@bluestar4720
@bluestar4720 24 күн бұрын
4din pam 😂 7 তাৰিখে ষট পূজা,9 তাৰিখে 2nd Saturday aru 10 তাৰিখে দেওবাৰ, 7আৰু 8 বন্ধ দিলে চাৰি দিন হে পাব
@sewaligogoi3175
@sewaligogoi3175 23 күн бұрын
চ'তলৈ ছমাহ
@mukutkalita5145
@mukutkalita5145 24 күн бұрын
Good news
@anandapatiri6439
@anandapatiri6439 24 күн бұрын
Sir police sakori kora hokole pabone ?
@ripabeypi8239
@ripabeypi8239 24 күн бұрын
Mur calendar khant 7th November t chhat puja dekhaise😢
@rupamkalita2274
@rupamkalita2274 23 күн бұрын
Sath palon koribo paribo de Sarkarai karmsariye.
@alokmoulik4109
@alokmoulik4109 23 күн бұрын
What about central government employees?
@BijanPegu-lt7uc
@BijanPegu-lt7uc 23 күн бұрын
ছাৰ পুলিচ চাকৰি কৰা লোকসকল পাব নাই
@mitalidoley6783
@mitalidoley6783 23 күн бұрын
Amar jail bilake kiyo napai😭😭
@rushone5678
@rushone5678 24 күн бұрын
2 din hai bondho paam extra koi...plz maximum 6 ta loike govt.office thakiboloi badhyo koraok....bohut rati hoi goi
@roningaming9674
@roningaming9674 23 күн бұрын
9 Nov is 2nd Saturday but Govt. Education institutes (L.P. , M.E., H.S, H.S.S) are open , does those employees (teaching & non-teaching)will also get holiday on that particular day or not .
@user-pw2gl1zw1k
@user-pw2gl1zw1k 24 күн бұрын
10 November Sunday hoi
@swapnilkashyap5015
@swapnilkashyap5015 24 күн бұрын
7 th November already chot puja ase😂
@ratuldekaraja7323
@ratuldekaraja7323 23 күн бұрын
7 Tarikhe chath puja😂
@palashpratim2809
@palashpratim2809 24 күн бұрын
পিতৃ মাতৃ, ভাই ভনী , দূখীয়া নিচলা, বানপানীত ককবকাই তাৰণা ভূগী থকা সকলক , পদপথৰ কাষতেই জীৱনৰ ছবি দেখা সকলক , অকালতে পিতৃ আৰু মাতৃ হাৰা হৈ দূৰ্বিবহ এক জীৱন কটোৱা সকলক আৰু শেষত মোৰ সন্মানিয় , আদৰ্শ, জ্ঞানৰ বাট দেখুৱাই মোক প্ৰেৰণা আৰু সাহস দিয়া সেই নাৰী , সেই বোৱাৰী আৰু ধৰ্ম পত্নীক ম‌ই মোৰ ফালৰ পৰা মা কালীকাৰ চৰণত শান্তি, সন্তূস্থি আৰু মঙ্গলময়ৰ অৰ্থে প্ৰাৰ্থনা জনালো ।🙏👁️🌌
A teacher captured the cutest moment at the nursery #shorts
00:33
Fabiosa Stories
Рет қаралды 55 МЛН
CHOCKY MILK.. 🤣 #shorts
00:20
Savage Vlogs
Рет қаралды 13 МЛН