দিহানাম | Nam Xarubor(নাম সৰোবৰ)| Gitali Devi | Assamese Devotional Song 2023 |

  Рет қаралды 713,359

Gitali Musical

Gitali Musical

Күн бұрын

Brace yourself in the devotional enchantment immersing with local Assamese instruments, as we're overwhelmed to present our new song "Nam Sarobor" to our audiences.
Captivate yourself with the musical emotions.
Song credits :
Singer - Gitali Devi
Female Corus - Bhanupriya & Pompi pallabi
Lyrics/Tune - Pankaj Borah & Khiroda saikia(থলুৱা সুৰ), Arun Handique
Music - Pankaj Borah
Melody design - Sumit Sagar
Flute - Pradip Deka
Percussion - Pity Borah
Khul - Goutam Saikia
Mixing/Mastering - Sumit Sagar
Recording Studio - Vreeyam (VK)
Video credits :
Camera - Rumi Dutta
Assistant Camera -Bibek Kumar
Makeup- Hiranya Ranjan Nath
Editor - Manash Kashyap
Spacial thanks to
Akakhi path naamghar,Kakoli,Emon
#gitalimusic #dihanam #devotionalsong

Пікірлер: 247
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পাই মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়,, আধুনিক যুগৰ হৈ তে জড়িত কৰি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল, ভগৱানে মংগল কৰক আপোনালোকক ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো, সেয়ে সকলোলৈ ৰংগালী বিহুৰ শুভেচ্ছা জনালো, ভৱিষ্যত জীৱনটো সুখৰ হওক ইয়াৰ কামনাৰে,,,,
@RumopDas
@RumopDas Ай бұрын
কৃষ্ণ কৃষ্ণ ❤❤
@hostibhaimrsanatpendeldeco4336
@hostibhaimrsanatpendeldeco4336 Жыл бұрын
Oh bah supar horinam dei Val lagil ..... Dhuniya lagise dei aru diba buli akha thakil ❤❤❤❤❤❤❤❤🙏🙏🙏🙏
@dipakkumarbardoloi3538
@dipakkumarbardoloi3538 2 ай бұрын
Excellent 👌👌👏
@TukheswarNath-p3r
@TukheswarNath-p3r Ай бұрын
অতি সুন্দৰ লাগিছে তোমাৰ লৈ বহুত বহুতো ধন্যবাদ থাকিল শুভ কামনা থাকিল তোমালৈ আগোৱাই যোৱা আশীৰ্বাদৰ থাকিল।
@digantagohain8860
@digantagohain8860 Жыл бұрын
mon jur pori gol.. Krishna 🙏🙏🙏 hokolu boisnab pran raijoloi pobitro vado mahor hewa jonalu
@susmitasusmitabordoloi7466
@susmitasusmitabordoloi7466 Жыл бұрын
সকলোলৈ পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জনালোঁ 🙏🏵️মই পাঁচ মাহৰ অন্তসত্তা : সকলোৱে আশীৰ্বাদ কৰিব ,, আমাৰ আহিব লগা সন্তানটি যেন ভালে থাকে ।।
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn Жыл бұрын
😅
@rajkumardeori4615
@rajkumardeori4615 Жыл бұрын
Bohut val lagil. Very nicce
@DebadharRabha-xy7tp
@DebadharRabha-xy7tp 7 ай бұрын
Very sweet song.hori kripamoi kripa borshon hok.
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
এইসুনদৰ দিহানামটো শুনি সচাকৈ মনটো ভগৱানৰ চৰণত সমর্পণ কৰিবলৈ বাধ্য কৰে, আৰু সুমধুৰ দিহানামৰ হৈ সেৱাত মগ্ন হৈ পৰোঁ,, সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা আৰু আনন্দ পাও সেয়ে আপোনালোকে গাই যাওক চোন ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক দিহানাম শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দিয়ক ইমানেই ভাল পালোঁ যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
সচাকৈ দেই, মই পুৱাতে এই গীতটো শুনাৰ পাচত হে আন কামৰ সন্ধানত নামি পৰোঁ কাৰণ এই দেহবিচাৰ ৰ গীত টো শুনি মই খুবেই ভাল পাও সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুৱলা,, এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় সেয়ে আপুনি গাই যাওক চোন, ঠিক আছে,, জয় হওক আপোনাৰ,, ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে,, ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক গীত শুনাব বুলি আশা কৰিলোঁ খুবেই কৈ এই মানসেৰে ই,,,,
@pradipgogoi3182
@pradipgogoi3182 Жыл бұрын
সুন্দৰ আই শুনি বহুতো ভাল লাগিল। ঈশ্বৰে আশীৰ্বাদ কৰিব্।
@mukundaboruah4365
@mukundaboruah4365 Жыл бұрын
Tmm mojalagil oo horinam to 🙏🙏🙏❤️
@JugantaSonowal-qu3wd
@JugantaSonowal-qu3wd Жыл бұрын
Krsna prabhu probhu ❤👏👏🙏🙏 love this voice n song gitali baa.
@IjoniGogoi
@IjoniGogoi 4 ай бұрын
bohut val lagile ❤❤❤
@Janmanjoy0123
@Janmanjoy0123 Жыл бұрын
Bohut dhuni ya hoi se aii krishan 🙏🙏🙏🥰🥰
@anuragnath200
@anuragnath200 Жыл бұрын
Es ram eman xundor kontho hidoy suy Jay xunile Jen xuniyey thakim❤.bohut mn Jay apunar Dore gaboloy baa.baru ji ki nhouk moriganor pora vad mahr xuvessar r lgte ati xnmanere apunaloy akajoli mrm ❤pothalu lgte aru xundor gitbur upovug koriboloy Pam buli Axa thaki 🙏🙏🙏l
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
কৃশন্ কৃশন্ পুৱাতে এই ভক্তি মূলক গীত টো শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় মোৰ,, সচাকৈ দেই আপোনাৰ গীতৰ সুৰ অতিকৈ শুৱলা আৰু সুমধুৰ শুনিও ভাল লাগে আৰু পৰিৱেশন চাইও ও ভাল লাগিল, এনে ধৰণৰ ভক্তি মূলক গীত শুনাৰ পাচত মনটো শাঁত পৰি যায় মোৰো, সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক গীত শুনাৰ আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি ৰাখক এই মানসেৰে ই জয় হওক আপোনালোকৰ,
@JuntiGogoi-v4j
@JuntiGogoi-v4j Жыл бұрын
ভাল লাগিল সুন্দৰ কন্ঠ আপুনাৰ ভিডিঅ আজি প্ৰথম চাইছো ❤❤
@ranjitbora9292
@ranjitbora9292 Жыл бұрын
Iman hundar Hari nam gaisa , huni vhal lagisa , aur natun Hari nam hunim buli akha korisu, vhgama apunak aguwai niyak ,
@MitaliHazarika-xj3pc
@MitaliHazarika-xj3pc Ай бұрын
Krishno krishno
@PankajBora.Official
@PankajBora.Official Жыл бұрын
🙏কৃষ্ণ । সকলোকে ধন্যবাদ কৰিছো ।
@jugaldas2276
@jugaldas2276 Жыл бұрын
Hjklmnbvcc❤❤❤
@kaberirabha7571
@kaberirabha7571 Жыл бұрын
Hokulak. Xaya dhorulu Krishna
@santanunathmusical8859
@santanunathmusical8859 Жыл бұрын
কৃষ্ণ🙏🙏🙏moja
@ritupanborah9220
@ritupanborah9220 Жыл бұрын
সুন্দৰ নাম আৰু নাগাৰা বাদন বহুত ভাল হৈছে🙏
@anugogoi7081
@anugogoi7081 Жыл бұрын
বৰ সুন্দৰ হৈছে গিতালী ।শুনি বৰ ভাল লাগিল ।❤❤❤
@babuassam8742
@babuassam8742 Жыл бұрын
❤❤❤❤ ji ti gan gai viral hua2t ke gan gai nijor hongskriti aguai niya2he main ❤❤
@siyanjulipanging6344
@siyanjulipanging6344 Жыл бұрын
কৃষ্ণ কৃষ্ণ আপোনাৰ কণ্ঠত আধ্যাত্মিক ভাৱ এটা জাগ্ৰত হয়। মন মগজু একান্ত হৈ ভক্তি লয়
@lanasmitarabha230
@lanasmitarabha230 Жыл бұрын
👏👏👏👏 dhuniya hyse o ba ❤❤❤
@NabamiDevi-k6r
@NabamiDevi-k6r Жыл бұрын
Anekoi Delly nam pai thakile val lage 🎉🎉🎉🎉
@geetanjalibasumatari7479
@geetanjalibasumatari7479 Жыл бұрын
Krishna probhu🙏🙏🙏
@minakshivaishnab1313
@minakshivaishnab1313 4 ай бұрын
Jai shree shre horo hori ❤🙏🙏🙏
@pallavchangharmusical1103
@pallavchangharmusical1103 Жыл бұрын
বৰ ধুনীয়া লাগিল ।নাগাৰা মজ্জা বাজিছে 😍😍
@AssamiseBeutifullLifee
@AssamiseBeutifullLifee 7 ай бұрын
কৃষ্ণ হৰি ধুনীয়া হৈছে
@jeutiray9258
@jeutiray9258 Жыл бұрын
Dhuniyaa hoise gitta baa
@bogiboro783
@bogiboro783 Жыл бұрын
Bohut xundor baideo. JAGURU🙏🙏🙏
@nabajyotibora5477
@nabajyotibora5477 Жыл бұрын
গীতটো সকলো দিশতে অতি মোহনীয় বাইদেউ
@jupitara9773
@jupitara9773 Жыл бұрын
Gitali tomar mitha konthere aag borhuwa Dihanaam faki xuni mugdho holu...Xubheschya thakil..🙏🙏🌹
@mamonirava6122
@mamonirava6122 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏❤ অতি সুন্দৰ বা ❤ পবিত্ৰ ভাদ মাহৰ এটা সুন্দৰ উপহাৰ ❤
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
কৃশন্ কৃশন্,, পুৱাতে তোমাৰ এই গীতটো শুনি খুবেই ভাল পাও, মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয়,, তুমি গাই যোৱা তোমাৰ গীতৰ সুৰ অতিকৈ শুৱলা আৰু সুমধুৰ শুনিও ভাল লাগে যে কবলৈ গলে মই ভাষাই বিচাৰি নাপাওঁ তোমাক জনাবলৈ, আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে কুশলে থাকা এই মানসেৰে ই,,,,,
@anuragsaikialakhisaikia3782
@anuragsaikialakhisaikia3782 Жыл бұрын
ভাদ মাহত নাম সঁচাই বহুত ভাল লগা হৈ পৰে।
@pujaboro350
@pujaboro350 Жыл бұрын
Hundor 🙏🙏🙏🙏🙏🙏🙏
@poreshroykochrajbongshi478
@poreshroykochrajbongshi478 Жыл бұрын
Kirshna nam 🙏🙏🙏🙏
@pakghorthefoodhub7059
@pakghorthefoodhub7059 8 ай бұрын
Good morning 🌄🌻 krishna krishna 🙏🙏 New Subscriber ✅👍
@messifan3302
@messifan3302 Жыл бұрын
Jai Guru🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽
@Sanjib-dx5yn
@Sanjib-dx5yn 7 ай бұрын
so nice may God bless you
@joonjonali
@joonjonali 10 ай бұрын
সুন্দৰ কন্ঠ ❤
@mohannath6515
@mohannath6515 8 ай бұрын
সুন্দৰ হৰি নাম 🎉
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
নমস্কাৰ,, আপোনাৰ এই দিহানামটো শুনি মই খুবেই ভাল পালোঁ,, আৰু আইসবাৰ সুন্দৰ পৰিৱেশন চাই অতিকৈ মোহিত হলো, এই নামৰ মহিমা অধিক জানিব,, মোৰ মন পাৰ্ন্ শাঁত পৰিল, ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ পালে,,,,, অতিকৈ আনন্দ পালো হেতেন,
@tultulsarmah4173
@tultulsarmah4173 Жыл бұрын
ভাল লাগিল ❤
@kandarpadas8365
@kandarpadas8365 2 ай бұрын
Krishna Krishna. Diha nambor pathika aru pali borar saj par ake hob lage. Nagara bayan tal badake nam val dare aguwai nilehe sumadhur hob pare. Aponalokar ujjal kamanare bhagabanak prarthana karilo. Krishna Krishna
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
কৃশ্ন,,, আপোনাৰ গীত টি শুনি শুনি খুবেই ভাল পালোঁ,,, গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও আনন্দ পালো, ইমানেই ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ, ভৱিষ্যতে ও এনে ভক্তি মূলক দিহানাম শুনাব বুলি আশা কৰিলোঁ, ভগৱানে কুশলে ৰাখক আৰু পৰিৱেশন চাইও ভাল লাগিল সেয়ে আপুনি গাই যাওক, শুভেচ্ছা জনালো জয় হওক আপোনাৰ,,,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
গীতিকাৰ, আৰু সকলোলৈ আগতিয়াকৈ ৰঙালী বিহু ৰ শুভেচ্ছা ও থাকিল জয় হওক আপোনালোকৰ,,,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
নমস্কাৰ, আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও ভাল লাগিল যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে, এনে গীত শুনিবলৈ পাই মনতে খুব সুখ অনুভৱ কৰিলো, সেয়ে আপোনালোকে গাই যাওক চোন, ভৱিষ্যতে ও এনে ভক্তি মূলক দিহানাম শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইয়াৰ মানসৰেই,,,,,,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
এৰা শুনিলে শুনি য়েই থাকিব লাগিব,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
এৰা শুনিলে শুনি য়েই থাকিব লাগিব এনেহে হব লাগে এই দিহানামবোৰ,তেতিয়া গীতত কণ্ঠ ৰ সুৰ অতিকৈ শুৱলা হৈ পৰে, সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনিও ভাল লাগে গীতৰ আমেজকনো অতিকৈ ভাল হৈ পৰে, সেয়ে শেষত মই কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ,
@akhilburagohain381
@akhilburagohain381 Жыл бұрын
Krishna Krishna Krishna
@munmun5459
@munmun5459 Жыл бұрын
Bohut bohut val lagil baa
@krishnajyotihazarika2711
@krishnajyotihazarika2711 Жыл бұрын
সুন্দৰ হৈছে কৃষ্ণ❤❤
@prafullaborah9238
@prafullaborah9238 Жыл бұрын
অতি সুন্দৰ 🙏🙏🙏🙏🙏🙏কৃষ্ণ
@rituchetia9518
@rituchetia9518 2 ай бұрын
বৰ সুন্দৰ কণ্ঠ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
শুনিলে শুনি থাকিবলৈ খুবেই আনন্দ পাও এনে ভক্তি মূলক গীত শুনি, সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ কিনো কম ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো সেয়ে আপোনালোকে গাই যাওক চোন অতি সুন্দৰ আৰু সুমধুৰ শুনিও আমনি নালাগে দিয়ক চোন ভৱিষ্যতে ও এনে গীত শুনিবলৈ পালে মনত খুবেই আনন্দ পালো হেতেন,,,,,,,
@ratnapatar436
@ratnapatar436 Жыл бұрын
হে ৰাম ৰাম
@DebojitGogoigogoi-q1n
@DebojitGogoigogoi-q1n Жыл бұрын
কৃষ্ণ🙏🙏🙏
@nirengogoi7549
@nirengogoi7549 Жыл бұрын
Bhut bhut dhunia hoise ba ❤❤❤❤
@bipulbora3950
@bipulbora3950 Жыл бұрын
Most beautiful song horinaam
@debojitborah6170
@debojitborah6170 Жыл бұрын
Waah Dil khush hogeya thank you mam
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
এৰা, বৰগীত হলে ঠিক এনে হব লাগে, সুন্দৰ আৰু শুনিও ভাল লাগিল গীত টো শুনিবলৈ পাই মনতে খুব সুখ পালো, গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু সুমধুৰ শুনিও আমনি নালাগে দিয়ক, ভৱিষ্যতে ও এনে ধৰণৰ দেহবিচাৰৰ গীত গীত শুনিবলৈ ইচ্ছা কৰিলো সেয়ে আপোনালোকে গাই যাওক ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক, আৰু শুনি আগলৈ ও শুনাব বুলি আশা কৰিলোঁ,,,
@kalpanabaruah3494
@kalpanabaruah3494 Жыл бұрын
সুন্দৰ লাগিল।🎉
@AratiGogoi-jb4pm
@AratiGogoi-jb4pm Жыл бұрын
Bohut dhunia lagil
@MonuSonowal-xx9zd
@MonuSonowal-xx9zd 6 ай бұрын
Gitali Devi nice ❤🎉
@mainigogoi-ts7bo
@mainigogoi-ts7bo 7 ай бұрын
Krishnaa❤️😍
@dipankargohian68
@dipankargohian68 Жыл бұрын
Very very congratulation gitali baa❤❤❤❤❤❤❤❤
@Banasri-b9i
@Banasri-b9i Жыл бұрын
Krishna 🌺🌺🙏🙏
@amulyadebnathmrg4080
@amulyadebnathmrg4080 Жыл бұрын
সুন্দৰ।
@kuldipblogs801
@kuldipblogs801 Жыл бұрын
Dhunai hoi se ba 👌👌
@missdipalee
@missdipalee Жыл бұрын
👌👌👌👍👍👍🙏🙏🙏🙏🙏🙏🙏
@aboys9890
@aboys9890 Жыл бұрын
Dhuniya❤❤❤❤❤❤❤❤
@aruptamulimusical6252
@aruptamulimusical6252 Жыл бұрын
Bor dhuniya❤
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
সুন্দৰ আৰু পৰিৱেশন চাইও ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ শেষত এই গীতটো বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে দিয়ক ইমানেই ভাল পালোঁ যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ মই,
@NibashDutta-pb6ux
@NibashDutta-pb6ux Жыл бұрын
Jai shree Krishna
@ArabindaDas-rz5nf
@ArabindaDas-rz5nf 8 ай бұрын
Jay shree krishna krishna
@knowledgevally7051
@knowledgevally7051 Жыл бұрын
Krishna Krishna 🙏
@manakhiborahboruah1625
@manakhiborahboruah1625 Жыл бұрын
Krishna Krishna.....
@shristicreations
@shristicreations Жыл бұрын
First comment ❤ jay guru Shankar 🙏
@luckyhandique4379
@luckyhandique4379 Жыл бұрын
বৰ সুন্দৰ লাগছে এই বা আৰু ডাল ভালো গীত গব
@JoyMili-st3yu
@JoyMili-st3yu 7 ай бұрын
Ram krisna...
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 7 ай бұрын
জয় শ্ৰিকৃষ্ণ
@atulkarmakar4576
@atulkarmakar4576 Жыл бұрын
Hare krishna🙏🙏🙏🙏🙏🙏
@rajkothari8729
@rajkothari8729 2 ай бұрын
Wonderful…!!
@jogendihingia6876
@jogendihingia6876 Жыл бұрын
🙏🙏💙💜💛
@monujskia9228
@monujskia9228 Жыл бұрын
Monujskia vi ❤ Love ❤😢😮😮
@tarunchangmai9057
@tarunchangmai9057 Жыл бұрын
অতি মনোৰম
@rajubhuyan4419
@rajubhuyan4419 Жыл бұрын
🙏 কৃষ্ণ অতি সুন্দৰ আই🙏
@tikendrajitmahanta6154
@tikendrajitmahanta6154 Жыл бұрын
বৰ ভাল হৈছে। কৃষ্ণ 🙏🏻
@madhabboro2813
@madhabboro2813 Жыл бұрын
Bohut dhuniya hoise Baideu
@karabeesarmahbordoloi7306
@karabeesarmahbordoloi7306 Жыл бұрын
সুন্দৰ হৈছে
@biploptech7838
@biploptech7838 Жыл бұрын
Dhuniya hoise ba
@paragkalita7420
@paragkalita7420 Жыл бұрын
Ati hundor
@ranjanaborah4504
@ranjanaborah4504 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤️🙏🙏🙏 সকলো লৈ লৈকে ধন্যবাদ
@deepmoni982
@deepmoni982 Жыл бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@kirandas3236
@kirandas3236 Жыл бұрын
সুন্দৰ হৈছে বা❤
@assamboypk0707
@assamboypk0707 Жыл бұрын
🙏🙏
@BarnaliSaraniarabha9954
@BarnaliSaraniarabha9954 Жыл бұрын
Dhuniya 🙏
@souravbhattacharjee9157
@souravbhattacharjee9157 Жыл бұрын
Vaal hoise,,,,keep your good work
IL'HAN - Qalqam | Official Music Video
03:17
Ilhan Ihsanov
Рет қаралды 700 М.
It works #beatbox #tiktok
00:34
BeatboxJCOP
Рет қаралды 41 МЛН
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН
黑天使被操控了#short #angel #clown
00:40
Super Beauty team
Рет қаралды 61 МЛН
Karunamoi | Gitali | Assamese Devotional Song 2022
6:50
Gitali Musical
Рет қаралды 500 М.
Bhagawanta Kot
9:50
Achurjya Borpatra Official
Рет қаралды 1,7 МЛН
Brindabone Bone||বৃন্দাবনে বনে||Madhurima Saikia
7:36
Krishna Kanu
8:07
Release - Topic
Рет қаралды 426 М.
IL'HAN - Qalqam | Official Music Video
03:17
Ilhan Ihsanov
Рет қаралды 700 М.