First RECORDED song of ASSAM | জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ শুনক

  Рет қаралды 221,215

Prince Bharali's Vlog

Prince Bharali's Vlog

Жыл бұрын

first recorded song of assam
dibrugarh moran vlog
gramaphone museum of assam
moran
assamese song
first assamese song
assamese vlog
assamese new 2023
assamese new
prince bharali's vlog
prince bharali
dodo

Пікірлер: 350
@BORNALIKALITA
@BORNALIKALITA Жыл бұрын
Khub bhal lagil dei, thank you for sharing
@princebharalisvlog6578
@princebharalisvlog6578 Жыл бұрын
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷৷
@PurnaKtpathak
@PurnaKtpathak 8 күн бұрын
​@@princebharalisvlog6578😂
@im_pbm
@im_pbm Жыл бұрын
ইতিহাস মোহাৰি পেলাব বিচৰা দিনতো ইমান সুন্দৰকৈ অতীতৰ স্মৃতিবোৰ ধৰি ৰাখিব পৰাটো সহজ নহয় । তেওঁ সন্মানৰ যোগ্য ! 🙏🙏🙏
@earnmoneyassam
@earnmoneyassam Жыл бұрын
kzbin.info/www/bejne/mojWhpyKe96ens0 হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
@janbabaali3294
@janbabaali3294 Жыл бұрын
এখেত সচাকৈয়ে সন্মানৰ যোগ্য।কিযে সযতনে সংৰক্ষণ কৰি ৰাখিছে। অনুষ্ঠান টো চাই বহুত সূখী হৈছো।🙏🙏🙏🙏🙏
@a.gsartstudio139
@a.gsartstudio139 Жыл бұрын
Preservation of past technology, really great. It's property of long future
@anandadas6174
@anandadas6174 Жыл бұрын
অপূৰ্ব্ব অতুলনীয় প্ৰচেষ্টা । দুস্পাপ্য আৰু আপুৰুগীয়া গ্ৰামফোন ৰেকডৰ সংগ্ৰাহালয় । তেখেতলৈ শ্ৰদ্ধা জনালো 🙏🙏
@Bijayborah01234
@Bijayborah01234 Жыл бұрын
সঁচাই বহুত ভাল লাগিল অন্তৰ চুই গল, ছাৰ জনলৈ বহুত বহুত শ্ৰদ্ধা 🙏
@arpanarajbongshi1349
@arpanarajbongshi1349 Жыл бұрын
ইমান মহামূল্যবান সম্পদ এতিয়াও আছে চৰকাৰে অলপ চকুকাণ দিব লাগে 🙏
@earnmoneyassam
@earnmoneyassam Жыл бұрын
kzbin.info/www/bejne/mojWhpyKe96ens0 হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
@tulyaboruah7078
@tulyaboruah7078 5 күн бұрын
বৰ সুন্দৰ সংৰক্ষণ। অশেষ ধন্যবাদ । আপুনি আগতে বহুত ভাল গীত গাইছিল মোৰ মনত পৰে।
@hemkantaborah7434
@hemkantaborah7434 Жыл бұрын
উমানন্দ দুৱৰালৈ শত শত ধন্যবাদ।
@earnmoneyassam
@earnmoneyassam Жыл бұрын
kzbin.info/www/bejne/mojWhpyKe96ens0 হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
@dimplehazarika9609
@dimplehazarika9609 5 күн бұрын
উমানন্দ দুৱৰা দেৱলৈ সশ্ৰদ্ধ প্ৰণাম জনালো ।আপুৰুগীয়া সম্পদৰ অধিকাৰী তেখেত ।অতি মূল্যবান ।
@user-vc6sq3ek9p
@user-vc6sq3ek9p Жыл бұрын
ভাল্ লাগিল ভিডিঅ তো চাই... ধন্যবাদ সেই ব্যক্তি গৰাকীলৈ যি জনে সংৰক্ষণ কৰি ৰাখিছে অতি কষ্টেৰে..
@earnmoneyassam
@earnmoneyassam Жыл бұрын
kzbin.info/www/bejne/mojWhpyKe96ens0 হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
@mrigendrakalita75
@mrigendrakalita75 5 күн бұрын
মাননীয় দুৱৰাদেৱ,কি বুলি যে আপোনাক ধন্যবাদ জ্ঞাপন কৰিম ভাবি পোৱা নাই। আপোনাৰ এই একক প্ৰচেষ্টা আৰু সংগ্ৰহৰ বিষয়ে জানিবলৈ পাই সঁচাকৈয়ে আপ্লুত হৈ পৰিলোঁ। ভগৱানে আপোনাক কুশলে ৰাখক আৰু দীৰ্ঘায়ু কৰক।
@debajanikalita1461
@debajanikalita1461 Жыл бұрын
আজি বহু দিনৰ মূৰত এই ৰেকৰ্ড টো শুনি মনলৈ সেই তাহানিৰ আমি আমাৰ ঘৰত শুনা হিন্দী গানবোৰোলৈ মনত পৰি গৈছে ।এই গ্ৰামোফোনৰ পিনবোৰ বজাৰত পোৱা নগৈছিল ।আমি পিনবোৰশানশিলতজোঙা কৰা গান শুনিছিলো।।ভিডিওটো দেখি বহুত পুৰণি দিনবোৰ কথা মনত পৰিছে । ৰেকৰ্ড ৰ এটা বাকচ আছিলে।এতিয়া সেইবোৰ আছে নে নাই গম নাপাও
@utpalpatgiri7882
@utpalpatgiri7882 Жыл бұрын
বহুত বহুত ধন্যবাদ জনালো ছাৰ, আপোনাৰ কাৰণে পুৰণি দিনলৈ উভতি যাব সুবিধা কণ কৰি দিয়া বাবে, এনেকৈ যেন সদায় সেই তাহানিৰ আপুৰুগীয়া কণ্ঠ বোৰ সজীৱ হৈ থাকে কামনা কৰিছো ।
@KundanGupta-cx6tr
@KundanGupta-cx6tr Жыл бұрын
অতি সুন্দৰ দাদা। আপোনাক কি বুলি ধন্যবাদ জনাম।ভাৱিয়ে আচৰিত হৈচো। যিটো সময়ত মানুহে আধুনিকতা আধুনিকতা বুলি মৰিচে। সেই সময়ত আপোনাৰ নিচিনা মানুহ এজন পাই। বহুত ভাল লাগিচে।
@earnmoneyassam
@earnmoneyassam Жыл бұрын
kzbin.info/www/bejne/mojWhpyKe96ens0 হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
@earnmoneyassam
@earnmoneyassam Жыл бұрын
kzbin.info/www/bejne/mojWhpyKe96ens0 হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
@ranjankumarbhattacharyya9941
@ranjankumarbhattacharyya9941 Жыл бұрын
Record player kote powa jabo? More gorot 200 gramaphone record ase.
@mridudas450
@mridudas450 Жыл бұрын
আজি প্ৰথম দেখিলোঁ ধন্যবাদ বস্তুবোৰৰ সংৰক্ষণ কৰি ৰখা বাবে
@kakalidas8367
@kakalidas8367 Жыл бұрын
বহুত ভাল লাগিল। দুৱৰা চাৰলৈ এই সংগ্ৰহৰ বাবে অশেষ ধন্যবাদ আৰু প্ৰণাম জনালো।
@Withhprcreation
@Withhprcreation 6 ай бұрын
চৰকাৰে তেখেতক সন্মানসহকাৰে সংগৃহালয়টো ভালদৰে মন দিব লাগে
@BiswajitDas-um4sp
@BiswajitDas-um4sp Жыл бұрын
অসমৰ পৰা প্ৰচাৰিত কৰা প্ৰাচীন গান সঞ্চাই কৰী ৰখাৰ বাবে এই ঠাই আৰু এই অঞ্চলৰ ব্যক্তি গৰাকীক মোৰ প্ৰণাম 🙏🙏🙏
@mitaligogoi8108
@mitaligogoi8108 Жыл бұрын
বহুত মূল্যৱান সংগ্ৰহ। ধন্যবাদ দুয়োজনলৈকে।
@rajivgoswami3455
@rajivgoswami3455 Жыл бұрын
জীৱনৰ এটি সুন্দৰ মূহূৰ্ত্ত অনুভৱ কৰিলোঁ। আপোনাৰ লগতে শ্ৰদ্ধাৰ শিল্পী গৰাকিলৈ ধন্যবাদ ও শ্ৰদ্ধা জনালোঁ।
@apurbadas6799
@apurbadas6799 Жыл бұрын
চৰকাৰে সহযোগ কৰক৷বজৰুৱা খবৰ প্ৰচাৰ কৰা সাংবাদিক সকলে এই বোৰ প্ৰচাৰ কৰক৷
@tapanray552
@tapanray552 Жыл бұрын
অসমৰএই আপুৰুগীয়া সম্পদ সংৰক্ষিত কৰাৰ বাবে ,মাননীয় দুৱৰা দেৱলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ৷
@Mridul_Hazarika.
@Mridul_Hazarika. Жыл бұрын
অভিভুত হলো।সশ্ৰদ্ধ প্ৰণাম আৰু অভিনন্দন জ্ঞাপন কৰিলো ।
@earnmoneyassam
@earnmoneyassam Жыл бұрын
kzbin.info/www/bejne/mojWhpyKe96ens0 হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
@basistharabha5018
@basistharabha5018 Жыл бұрын
কিমান যে মূল্যবান কৰ্ম এয়া !দেখি অভিভূত হৈছোঁ ।অলেখ প্ৰণাম ।
@utpalbaruah6968
@utpalbaruah6968 Жыл бұрын
Old is Gold, ইমান পুৰনা ৰের্কড্ আৰু গান শুনি নিজকে ধন্য মানিছো, আগতে আমাৰো এটা প্লেয়াৰ আছিল, ১৯৮১ চনত ভণ্টীৰ বিয়া আছিল, গুৱাহাটীত হৈছিল, লৈ গৈছিলো তালৈ, অসমীয়া,হিন্দী গান বজাইছিলো, বৰ ভাল লাগিছিল, তেতিয়া এখন লেটেষ্ট ৰের্কড্ ওলাইছিল, Kudrat চিনেমাৰ, কিনি আনি বহুত বজালো, শেষত আপুনি ইমান পুৰনা বস্তু সংৰক্ষন কৰা বাবে আপোনালৈ বহুত বহুত শ্রদ্ধা জনালো,🙏🙏🙏
@pranabkleng7413
@pranabkleng7413 Жыл бұрын
Bohut val lagil sai.
@ranjankumarbhattacharyya9941
@ranjankumarbhattacharyya9941 Жыл бұрын
Utpal Baruah record player kote pabo paru? 1974 sonot Fiesta Trans mains ata ata rerord player 900/- kina hoisil, pasot beya hol, koneo thik koribo nowarile, atiya 200 man record gorot pori ase.
@rukmapd.bhuyan1848
@rukmapd.bhuyan1848 Жыл бұрын
Excellent collection , many many thanks for presenting precious song.
@earnmoneyassam
@earnmoneyassam Жыл бұрын
kzbin.info/www/bejne/mojWhpyKe96ens0 হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
@rmmixer1481
@rmmixer1481 Жыл бұрын
বহুত ভাল লাগিল দেই ইমান পুৰণা শব্দ শুনিবলৈ পালোঁ
@dharmeswarbarma
@dharmeswarbarma Жыл бұрын
শ্ৰদ্ধাৰ শিল্পীসকলৰ কণ্ঠ শুনি হৃদয় চুই গ'ল,❤️ আৰু উমানন্দ দুৱৰা চাৰলৈ ধন্যবাদ থাকিল।
@jatindutta2244
@jatindutta2244 Жыл бұрын
এই স্বনামধন্য ব্যক্তি জনক দেশে বিশেষ সন্মান প্ৰদান কৰা উচিত।
@khanindra4399
@khanindra4399 Жыл бұрын
বহুত ভাল লাগিল ৷ আপুনি এই Video টো কৰি বহুত ভাল কাম কৰিছে ৷ Video টো অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে চোৱা উচিত 🙏🙏🙏
@Mh_art2037
@Mh_art2037 Жыл бұрын
আপোনাৰ ভিডিওবোৰ সচাকৈ বৰ ভাল লাগে। বৃহত্তৰ অসমীয়া জাতিটোৰ এই সম্পদসমূহ নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ বাবে অশেষ ধন্যবাদ। keep it up.
@user-ye2kz7dr5y
@user-ye2kz7dr5y 7 күн бұрын
Bohut bhal logs kam apuni korise. Apunak bohut bohut dhanyabad.
@hirakjdeka-rajghat8655
@hirakjdeka-rajghat8655 Жыл бұрын
Bhut valuable
@iranisaikia7178
@iranisaikia7178 Жыл бұрын
সুন্দৰ ভি,ডি অ আমি আগৰ গামোফোন আছিল বত্তৰ্মান দেউতা নথকাবাবে সকলো নষ্টহৈ গল দুখ লাগে আপোনালোকলৈ ধন্যবাদ থাকিল সংগ্ৰহ কৰা বাবে 🙏
@pradipkhoud4665
@pradipkhoud4665 15 күн бұрын
এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'পালোঁ আজি!
@padmadhartalukdar8047
@padmadhartalukdar8047 7 күн бұрын
বহুত ধন্যবাদ দুৱৰা, ছাৰ।
@prabhatteron5807
@prabhatteron5807 Жыл бұрын
Bohut mulyaban video. Umanando Sire or bihoiye Batori Kakotot porhibo paisilu. Video tu bonuwar babe apunaloy bohut bohut dhoinyabad thakil.
@romenjit7549
@romenjit7549 Жыл бұрын
Old is gold very good
@princedas8302
@princedas8302 Жыл бұрын
64
@jehirulhuda3147
@jehirulhuda3147 11 күн бұрын
বহুত মূল্যবান সংগ্ৰহ। আশাকৰো ভালদৰে সংৰক্ষণ কৰি ৰাখিব। অসমৰ অমূল্য সম্পদ হয়। ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।
@JayPegu321
@JayPegu321 6 күн бұрын
ভাল লাগিল।।।❤❤❤
@nabajyotisikdar5785
@nabajyotisikdar5785 Жыл бұрын
অতি চমকপ্ৰদ হৈছে এই vlog টো । এই ভদ্ৰলোক গৰাকিলৈ আমাৰ তৰফৰ পৰা বহু বহু আন্তৰিক ধন্যবাদ এই বাবেই যে তেখেতে অসমৰ এক আপুৰুগীয়া সম্পদ সাঁচি থৈছে আৰু জনসাধাৰণকো সেই আমেজ দিছে🙏🙏🙏
@bobitabaruah9830
@bobitabaruah9830 Жыл бұрын
তেখেতৰ সংগ্ৰহ মানিছো । আপুৰুগীয়া সম্পদ। বহুত ধন্যবাদ আপুনি চিনাকি কযৰি দিয়াৰ বাবে 🎉
@manikjyotiofficial
@manikjyotiofficial Жыл бұрын
বৰ সুন্দৰ ভিদিঅ
@redhunteryt8961
@redhunteryt8961 Жыл бұрын
Prince da আপোনাকো বহুত ধন্যবাদ জনাইছোঁ এনে হেৰাই যোৱা সমল সমূহ আমাৰ আগত উপস্থাপন কৰাৰ বাবে
@debenborah2905
@debenborah2905 Жыл бұрын
আপোনাৰ প্ৰচেষ্টা সঁচাই আদৰণীয় আৰু প্ৰশংসনীয়🙏
@ritupornadevi8461
@ritupornadevi8461 2 ай бұрын
অতি সুন্দৰ। দাদা জনে ইমান আপুৰুগীয়া সম্পদটো ইমান সুন্দৰকৈ সংৰক্ষণ কৰি থৈছে দেখি বৰ ভাল লাগিলে ।
@chomonuj7252
@chomonuj7252 Жыл бұрын
Hundor prothom bar hunilu iman dinr agote record huwa gan, ধন্যবাদ ♥️♥️♥️
@madanrabidas9451
@madanrabidas9451 Жыл бұрын
Good collection of Assamesa recorded song thank you long live
@bububora-ed3fm
@bububora-ed3fm Жыл бұрын
Mojga dada
@rajendersinghdhillon5413
@rajendersinghdhillon5413 Күн бұрын
CHARAIDEO DISTT. Proud With you sir. Keep it up good work.
@swapnaborah6079
@swapnaborah6079 Жыл бұрын
Priceless video,thanks for sharing.keep it up.I saw this type of gramphone at Hansara in a bengali gentleman's home.
@malobikakakoty1789
@malobikakakoty1789 Жыл бұрын
He is preserving the real treasure of Assam.Proud of you Sir.
@amaragarwala7474
@amaragarwala7474 7 күн бұрын
ভাল লাগিল
@hemantahazarika9715
@hemantahazarika9715 Жыл бұрын
মই এদিন এইটো সংগ্ৰাহলয়লৈ যামেই,,, বুকুখন ভৰি গ'ল,
@gokulendragoswami5675
@gokulendragoswami5675 Жыл бұрын
Many many thanks and regards to Sri Uma nanda Duwarah.❤
@prasantaborah5229
@prasantaborah5229 Жыл бұрын
বহুত ভাল লাগিল। পুৰণি আপুৰুগীয়া সম্পদ বোৰ সংৰক্ষণ কৰি ৰাখিছে। বহুত ভাল লাগিল। বহুত বহুত ধন্যবাদ।
@SambaruDas-hb6uk
@SambaruDas-hb6uk Жыл бұрын
ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@pritamrabha6654
@pritamrabha6654 Жыл бұрын
বহুত বহুত ভাল লাগিল
@bikaskrsaikia6741
@bikaskrsaikia6741 Жыл бұрын
Salute to respected Shri Duwarah Sir. Hope, the Axom Sahitya Sabha, Assam Government and Central Government will offer sufficient financial support for looking after of the National and International Visitors and the day to day maintenance of his outstanding collection of Old Golden Assamese songs and the cultural items, please🙏🇮🇳🙏 Jai Aai Axom ❤🇮🇳❤
@rituparnabhardwaj760
@rituparnabhardwaj760 Жыл бұрын
অতি সুন্দৰ...!!
@pranpratimbordoloi397
@pranpratimbordoloi397 Жыл бұрын
শ্ৰদ্ধাৰ দুৱৰা ডাঙৰীয়াক প্ৰণাম জনালো ৷ তেখেতে সঁচাকৈয়ে বৰ মহৎ কাৰ্য্য কৰিছে ৷ এই সুন্দৰ ভিডিওটোৰ বাবে ইউ টিউবাৰ ভাইটিজনক ধন্যবাদ ৷ আশা কৰো অসম চৰকাৰে এই আপুৰুগীয়া সংগ্ৰহক আগুৱাই নিবলৈ সহযোগ কৰিব ৷
@user-wy9ts8gw4z
@user-wy9ts8gw4z 28 күн бұрын
Internet ত সংৰক্ষণ কৰিলে আৰু ভাল
@mridulgohain4587
@mridulgohain4587 Жыл бұрын
বহুত মুল্যবান সম্পদ সংৰক্ষণ কৰি ৰাখিছে। উঠি অহা প্রজন্মক এনে সম্পদ সমুহ দেখুৱালে বহুত জ্ঞান লাভ কৰিব বুলি মোৰ বিশ্বাস।
@binodkakati7300
@binodkakati7300 Жыл бұрын
অসমৰ আপুৰুগীয়া সম্পদবোৰ সংগ্ৰহ কৰি সংগ্ৰাহলয়ত ৰাখি ৰাইজলৈ আগবঢ়োৱা উপহাৰৰ বাবে এই গৰাকী মহান শিল্পীক ধন্যবাদ জনাবই লাগিব ! সঁচাকৈয়ে উপযুক্ত সন্মান পোৱাৰ যোগ্য ! মহামহিম উমানন্দ দুৱৰাদেৱলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ !
@diptikumarbaruah1603
@diptikumarbaruah1603 Жыл бұрын
A most valuable video.
@banajitkalita5642
@banajitkalita5642 Жыл бұрын
Bhahut bhahut bhal lagil dhanyabad apunalokok.
@legend_gaminng
@legend_gaminng 4 күн бұрын
Great jab
@rinabegum8223
@rinabegum8223 Жыл бұрын
Khub hundor ..val lagil iman dhunia koi preserve kori rakhise. Amar ghorotu hei homoyor kisu record ase aru Gramophone tu ase.
@basudevdas2036
@basudevdas2036 Жыл бұрын
Priceless GEM .
@poragkonwar1605
@poragkonwar1605 Жыл бұрын
বহুত ভাল লাগিল।আমাৰ সংবাদাতা সকলে কাৰ মাইকীক কোনে নিলে ,তেনেকুৱা ধৰণৰ বাতৰি বিলাক হে পায়।এই বিলাক বহুত কম দেখে।
@antaripsexperiments836
@antaripsexperiments836 Жыл бұрын
দুয়োজনলৈ অশেষ ধন্যবাদ। এইবোৰ চিৰকাললৈ ভালদৰে সংৰক্ষণ হৈ থাকে যেন।এইবোৰৰ মুল্য হয়তো আমি এতিয়া বুজিব পৰা নাই, কিন্ত ভবিষ্যত প্ৰজন্মই নিশ্চিত ভাবে এইবোৰৰ আদৰ কৰিব, সন্মান দিব আৰু গৌৰব কৰিব।
@himansuchetia9004
@himansuchetia9004 Жыл бұрын
Proud to be I m Marwadi .becz Jyoti Prasad agrawal marwadi cast r💞🔥❣️
@bumonvlogs3222
@bumonvlogs3222 Жыл бұрын
Bhal lagil.
@runusaika4715
@runusaika4715 Жыл бұрын
আপুৰুগীয়া সম্পদ এটা দেখি আপ্লুত হলো, বহুত বহুত ধন্যবাদ জনালোঁ দেই এই মহৎ কামৰ বাবে
@Your_follower11
@Your_follower11 Жыл бұрын
সন্মানীয় গুৰু উমানন্দ চাৰ ক দেখি বহুত ভাল লাগিল🌸🌸 গ্ৰামোফোন ৰেকৰ্ডৰ লগতে তেওঁ আমাৰ সমল ♥️♥️
@keshabhazarika1815
@keshabhazarika1815 Жыл бұрын
সচকৈ অসমীয়াৰ এটি গৌৰৱ । ধন্যবাদ দুয়োকে ।
@binodkakati7300
@binodkakati7300 Жыл бұрын
আপুৰুগীয়া সম্পদ এবিধ দেখিলো -প্ৰথমবাৰৰ বাবে ! বহুত ভাল লাগিল ভিডিঅ'টি চাই ! আপোনালৈ অশেষ ধন্যবাদ জনালোঁ !
@mulanlaskar6151
@mulanlaskar6151 Жыл бұрын
শ্ৰদ্ধা জনালো ।
@deepsarmah
@deepsarmah 9 ай бұрын
চেলুট
@alokchatterjee6710
@alokchatterjee6710 Жыл бұрын
Valuable collections . Govt. should come forward to preserve .
@balendas4259
@balendas4259 Жыл бұрын
আপুনি হেমন্ত বিশ্বই কিয় মোডীয়েও নোৱাৰা কাম এটা কৰিছে । কেতিয়াবা শশৰীৰে যোৱাৰ চেষ্টা কৰিম । আপোনাক বহুত বহুত ধন্যবাদ আপলোড দিয়াৰ বাবে ।
@manojkumardas7757
@manojkumardas7757 Жыл бұрын
Bahut dhuniya prasesta.....bahut bahut dhanyabad aponaloi....
@dibakargogoi342
@dibakargogoi342 Жыл бұрын
Bohut Vhal lagill Apunar aei video tu sai,,,... Apunr proti2 video a sai bor vhl paw aru hikibo pru kisu njona barta.....ane koi a vhl vhl video social mediat ari dibo aru good gd workere mnuhr mjt joy kori juok ... Jai aii Axom n thanks for you brother...
@Digantabhai8430
@Digantabhai8430 Жыл бұрын
Vl lagil dada❤️❤️❤️
@mr.r2rofficial515
@mr.r2rofficial515 Жыл бұрын
Val lagil. Dada puronir njona kisu smriti appuni. Dekhuwar karne. 👐👐👐👐❤❤❤💗💗💓💓
@RumiRabha-hn4wg
@RumiRabha-hn4wg 3 ай бұрын
Huni bohut val lagise
@minudevi785
@minudevi785 Жыл бұрын
গাম ফোন ৰেকৰ্ডাৰত টোত দেখিছিলো আৰু গীত শুনিছো । সুন্দৰ সংৰক্ষণ বহুত ভাল কাম কৰিছে
@pranjalkalita2633
@pranjalkalita2633 Жыл бұрын
Bhut vl lagil
@tankachetry4546
@tankachetry4546 Жыл бұрын
সংৰক্ষণ কৰি ৰখাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনাৰ ত্যাগৰ বাবে আমি নথৈ সুখী।🙏🏻🙏🏻
@hemiltonkhataniar6580
@hemiltonkhataniar6580 Жыл бұрын
Bohut bhal lagil
@electrorepairhub
@electrorepairhub Жыл бұрын
Very nice ❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Uninic video hoi. Nostalgic moment. We're proud of him.
@earnmoneyassam
@earnmoneyassam Жыл бұрын
kzbin.info/www/bejne/mojWhpyKe96ens0 হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam
@hritupans1098
@hritupans1098 Жыл бұрын
Val lagile video sai
@DebendraNathmuktiar-dx5pb
@DebendraNathmuktiar-dx5pb 7 күн бұрын
Fantastic congratulation
@dipak576X
@dipak576X Жыл бұрын
সচাকৈ অতুলনীয় সংগ্ৰাহলয় --
@paparikakati5778
@paparikakati5778 Жыл бұрын
Salute to this gentleman. Very great work
@prafullabailung3423
@prafullabailung3423 Жыл бұрын
বহুত বহুত ধন্যবাদ।
@BiswajitPhukon-bq9oi
@BiswajitPhukon-bq9oi Күн бұрын
Nice videos
@rajendersinghdhillon5413
@rajendersinghdhillon5413 Күн бұрын
So wonderful.
@nabajit4x
@nabajit4x 2 күн бұрын
আমি অসমীয়া ইমান কম নহয় 🔥 ভাল লাগিল কথা খাৰ শুনি ❤
@namitadas6734
@namitadas6734 Жыл бұрын
এইপিনটো লবলৈ ৰৈ থাকো আগতে সৰুতে।
@atikulislam6579
@atikulislam6579 Жыл бұрын
Rare collection of recording. Gramophone Record🙏
Sigma Kid Hair #funny #sigma #comedy
00:33
CRAZY GREAPA
Рет қаралды 33 МЛН
Nastya and SeanDoesMagic
00:16
Nastya
Рет қаралды 20 МЛН
New model rc bird unboxing and testing
00:10
Ruhul Shorts
Рет қаралды 24 МЛН
Surya Woods Stove // Gas Cylinders Are Not Required // Daily Vlogs
12:04
AKOU SAJID ASSAMESE VLOGS
Рет қаралды 357 М.
Sigma Kid Hair #funny #sigma #comedy
00:33
CRAZY GREAPA
Рет қаралды 33 МЛН