এই তিনিটা পুৰণি অভ্যাস সদায় কৰিবলৈ চেষ্টা কৰিব || বহু বেমাৰৰ পৰা বাচি থাকিব পাৰিব || Ponkhi Sharma

  Рет қаралды 54,900

Healthy Life By Ponnkhi Sharrma

Healthy Life By Ponnkhi Sharrma

Күн бұрын

About the author/ video creator:
Ponkhi Sharma Works as a Physiotherapist and practicing in Bangalore, Karnataka. She has 16 years of experience in this field.
==================================================================
The following disclaimer governs your use of the videos and advice provided by Ponkhi Sharma, a Physical Therapist. By accessing and using these videos, you acknowledge and agree to the terms and conditions outlined below:
1. The videos and advice provided by Ponkhi Sharma are intended for general awareness purposes only. They do not constitute medical advice, treatment, or services for you or any other individual. The information presented in these videos is for educational and general awareness purposes and should not be used as a substitute for medical or professional care.
2. The information contained in these videos should not be relied upon in place of a visit, consultation, or advice from your Healthcare Professional. It is essential to consult with a qualified healthcare provider before making any decisions or taking any actions based on the information provided in these videos.
3. Replies by Ponkhi Sharma under the comment section of the videos cannot be considered as medical advice. Any reliance on such replies is done at your own risk. It is recommended to seek professional medical guidance and not solely rely on the comments provided in the video.
4. All advice provided in the videos should be considered strictly at the viewer's own risk. The exercises shown or any health-related advice given in the videos are intended for general conditions and may not work for everyone. Individuals may react differently to various exercises or advice based on their unique health issues. It is crucial to undergo a proper check-up with a Doctor to diagnose the actual problem and receive the appropriate treatment.
5. Ponkhi Sharma may periodically promote certain products or engage in brand endorsements. However, these endorsements should not be considered as medical advice. Different products can have varying effects on individuals' bodies, and the decision to use any endorsed product is entirely at the viewer's discretion.
6. Ponkhi Sharma is not liable for any advice or information contained in the videos or any services obtained from the videos. She cannot be legally held responsible for any circumstances that may arise from the information obtained from the videos or any other form of information.
By accessing and using these videos, you agree to release and discharge Ponkhi Sharma from any and all liability arising from your use or reliance on the information presented. It is recommended to consult a qualified healthcare professional for personalized medical advice and treatment.
Please note that this disclaimer is subject to change without notice, and it is your responsibility to review and understand the most recent version before using the videos or relying on any advice provided.
___________________________________________________________
Original Content Developer. Unauthorized copying and uploading content from the video is strictly prohibited.

Пікірлер: 268
@bibiborah8394
@bibiborah8394 15 күн бұрын
সুন্দৰ বাৰ্তা। বৰ্তমান সময়ত মইও পুৰণি দিনৰ অভ্যাস এৰি দিয়া নাই ৰাতিপুৱা চোতাল,ঘৰ সৰা,গৰুৰ আপদাল কৰা,গৰমৰ দিনত পকাত বহি, ঠাণ্ডাৰ দিনত ৰ'দত বহি ভাত খোৱা,ওচৰ চুবুৰীয়া লগত চাহৰ মেল, লগৰীয়াৰ লগত নামঘৰত অথবা সাহিত্য, সংস্কৃতিৰ অনুস্থানত অংশগ্ৰহণ কৰা, ইণ্ডিয়ান টয়লেট ব্যৱহাৰ,ফুলনি বাৰী আৰু শাক-পাচলি বাৰীখন স্বামীৰ লগত লগলাগি বৰ্তমান সময়তো কৰি আছো।
@sewtidevi
@sewtidevi 2 күн бұрын
পুৰণি অভাস সদায় সত্য। ধন্যবাদ বাইদেউ।
@luitporiyaaxomiya716
@luitporiyaaxomiya716 15 күн бұрын
Devotom sir and Ponkhi baa e amk emn precious health related videos bur di goi ase, jr folsorupe ami xokolue upokrito hoisu. Lots of thanks 🙏 Jai aai Axom.
@PonkhiSharma
@PonkhiSharma 15 күн бұрын
Jai Sai Axom.. Dhanyabad🙏
@sangjuktanath1402
@sangjuktanath1402 16 күн бұрын
সুন্দৰ কথা। হয় পুৰনি অভ্যাস বোৰ বাদ দিয়া বাবে আজিৰ মানুহৰ নানা ধৰনৰ বেমাৰ হয়।
@amihazarika864
@amihazarika864 15 күн бұрын
Ami ai bilak Ara nai
@AnupamaBorthakur
@AnupamaBorthakur 14 күн бұрын
Right 👍
@nilimadasdas9694
@nilimadasdas9694 16 күн бұрын
ৰাতিপুৱা 5/5- 30 বজাত শুই উঠোঁ ৷ ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে ঘৰৰ সকলো কাম নিজেই কৰোঁ ৷ Time মতে খোৱা লোৱা কৰোঁ ৷ আৰু আপোনাৰ দিহামতে ব্যায়াম কৰোঁ প্ৰতিদিনেই ৷
@hiteshborah1367
@hiteshborah1367 2 күн бұрын
বৰ সুন্দৰ নিয়ম বিলাকৰ ওপৰত কৈছা, মানিবলৈ সকলোকে পৰামৰ্শ আমাৰ ফালৰপৰাও থকিল ।
@SavitaDevi-dv8ri
@SavitaDevi-dv8ri 16 күн бұрын
সুন্দৰ ভিডিঅ'টো চাই ভাল পালোঁ । গোটেই কেইটা অভ্যাস নাথাকিল এ ও তাৰে তিনি টা মান অভ্যাস ম ই কৰোঁ ।
@PradipgogoiPradipgogoi-sb5yi
@PradipgogoiPradipgogoi-sb5yi Күн бұрын
আমাৰ ফালে এতিয়াও এই অভ্যাস প্ৰচলিত। বহুত বহুত ধন্যবাদ 🙏
@binugondhia6344
@binugondhia6344 15 күн бұрын
Thank you Sharma val advice bohut val lagil, mur age 60+agar habit atei a ase Jane happy holu
@user-zk2sx9mc7x
@user-zk2sx9mc7x Күн бұрын
This video just reminded me of the book "Ikigai". Very beautiful video.
@KamalaKantaBorah
@KamalaKantaBorah 9 күн бұрын
Old is always gold.reminding these old practices makes a man healthy.thank you.
@PranitaKalita-kb2nb
@PranitaKalita-kb2nb 2 күн бұрын
Very good advice for new generation
@Basudoley
@Basudoley 15 күн бұрын
মেম বহুত প্ৰয়োজনীয় কথা আলোচনা কৰাৰ বাবে আপোনাক ধন্যবাদ ❤❤
@diptigogoi599
@diptigogoi599 12 күн бұрын
আপোনাৰ সুন্দৰ সুন্দৰ পৰামৰ্শৰ বাবে মোৰ আন্তৰি ক ধন্যবাদ থাকিল।আপোনাৰ পৰামৰ্শ মতে এৰবিক একচাৰচাইজ কৰি মই বহুতপুৰণি বিষত সাংঘাতিক। উপকৃত হৈছো।মই আজি এবছৰ ৰাতিপুৱা আধাঘন্তা নিয়মিত অভ্যাস কৰি আছো।ভগৱানে আপোনাক ভালে ৰাখক আৰু সুন্দৰ সুন্দৰ ভিডিঅ বনাওক।
@dipalibhuyan-tn2jd
@dipalibhuyan-tn2jd 5 күн бұрын
Baidew apunar advice bur xosakoi bhut val lage.
@dulumanikalita6786
@dulumanikalita6786 9 күн бұрын
সুন্দৰ বাইদেউ আমি গৱলিয়া বাবে আপোনাৰ কোৱা বোৰ কিছু মিলি গৈছে
@lilakalita6705
@lilakalita6705 3 күн бұрын
আপোনাৰ ভিডিও টো চাঁই সচাঁ পুৰনা অভ্যাস বোৰ বহুত ভাল আছিল ।মই চেষ্টা কৰো । বহুত ধন্যবাদ থাকিল ।
@minatitalukdar4568
@minatitalukdar4568 5 күн бұрын
বৰ দৰকাৰী কথা। আঠুৰ বিষৰ বাবে তলত বহিব নোৱাৰো যদিও ঘৰ সৰা, চোতাল সৰা , ফুলৰ বাগিচা,সৰু সুৰা খেতি অলপকৈ হ'লেও কৰোঁ । আত্মীয় আৰু বন্ধু বান্ধবীৰ সৈতে আদ্দা মাৰি ভাল পাওঁ।মিলাই কৰি ভাল লাগে ।
@gitanjalideka5342
@gitanjalideka5342 8 күн бұрын
ভাল কথা কৈছে বাইদেউ।
@damayantisaikia2177
@damayantisaikia2177 14 күн бұрын
Good Advice Dhanybad Baidew Bhagawane Apunak Kushale Rakhak
@AsthaDevi-i9p
@AsthaDevi-i9p 16 күн бұрын
Hoi Ma'am xosa kotha aitu.. agor dinor aibur অভ্যাস নোহোৱা হোৱাৰ বাবেই আজি kali বহুত বেমাৰ হব ধৰিছে। আপুনাৰ video বোৰ বহুত উপকাৰিত ।আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ।
@nibirg.kvlogsandsingandson5642
@nibirg.kvlogsandsingandson5642 4 күн бұрын
Mam আপুনি কোৱা কথাকেইটা প্ৰায়েই মইও ল'ৰা দুটাৰ লগত কৰো । ধন্যবাদ বৰহাট চৰাইদেউ।
@pranobboruah8977
@pranobboruah8977 8 күн бұрын
Good Advise
@BituBorboruah-wb8gi
@BituBorboruah-wb8gi 3 күн бұрын
Good advise
@ParishmitaGogoi-ig1pt
@ParishmitaGogoi-ig1pt 9 күн бұрын
Thankyou mam I am follow your advice
@Assamgaming467
@Assamgaming467 15 күн бұрын
Ba mor gas hoi hoi alsar or problems hoi goi se .tamam gas or problem ba alsar or video plz ba 😢😢
@user-uo2lx2ow1w
@user-uo2lx2ow1w 2 күн бұрын
ৰাতিপুৱা খালি পেটত গৰম পানীৰ লগত নেমুটেঙাৰ চৰপত খোৱা কৰক ভাল ফল পাব
@dipalideka2497
@dipalideka2497 8 күн бұрын
Nice video 👍 thank you madam
@arpanaborthakur910
@arpanaborthakur910 3 күн бұрын
Xundor val lagil
@sumitradeka3996
@sumitradeka3996 6 күн бұрын
Ati sundar paramars
@rupadevi1836
@rupadevi1836 15 күн бұрын
স্বাস্থ্য সম্পর্কে অতি উত্তম কথা কৈছ মেম। ভাল লাগিল। ❤ অৱশ্যে তাৰে প্ৰায় অভ্যাসেই মই মানি চলো।
@nabajyotibora124
@nabajyotibora124 5 күн бұрын
বাইদেউ আমি এতিয়াও ঘৰত মজিয়াত বহি ভাত খাও ওচৰৰ ভোজ ভাত খাওঁতে মাটিত বহি, কলপাতত খাওঁ। খাৰণী দিয়া মাছ, পোৰা পাঁচ , সৰিয়হৰ খাৰলি, ভোট জলকীয়া, পিঠা গুৰি, সান্দহ গুৰি, কোমল চাউল, আঠিয়া কল,কলপাতত যুহালত মাছ, কচু পাতত দিয়া,চকোৱা চাউল, উখুৱা, চাউল, কুঁহিয়াৰ ৰস, আদি খায়ও লগতে বাৰিৰ পিছফালে নানা ধৰণৰ শাক পাচলি কৰো
@jnanadadevi4125
@jnanadadevi4125 7 күн бұрын
Dhanyawad...❤
@birendranathgogoi6830
@birendranathgogoi6830 14 күн бұрын
Very good suggestion. Thank you.
@apornagoswami3363
@apornagoswami3363 16 күн бұрын
বহুত ভাল লগা ভিডিঅ'পাই বৰ ভাল লাগিছে, বহুত ধন্যবাদ পুৰণা কথা বিলাক সোঁৱৰাই দিয়া বাবে মই সৰু কৈ এখন পাকঘৰ বাগিচা কৰি আছো ,তাত পদিনাৰ , জলকীয়া, ধনিয়াৰ ,মচন্দৰী ইত্যাদি আছে।
@HiteshKakati-us9uv
@HiteshKakati-us9uv 11 күн бұрын
Nice advice.old is always gold.
@matu6027
@matu6027 16 күн бұрын
সদায় মজিয়াত বহি আহাৰ খাওঁ । গধূলি ৮ বজাৰ আগতে সদায় খোৱাৰ অভ্যাস গঢ়ি তুলিছো
@tribenimazumdar5040
@tribenimazumdar5040 16 күн бұрын
Katha খিনি ভাল লাগিছে বুলি অনুভৱ কৰিছো
@SristiparnaDas-dy3hw
@SristiparnaDas-dy3hw 15 күн бұрын
Ap0nar video bilak bahut bhal lage moi bohut upkrit hsiao Thank you so much Ma'am ❤❤❤❤❤❤.
@iftikarhussain2246
@iftikarhussain2246 11 күн бұрын
Thank you Mam😊😊
@miramonigoswami2983
@miramonigoswami2983 16 күн бұрын
Cooking by sitting on pira at ground is beneficial.
@KiranDevi-og4oh
@KiranDevi-og4oh 7 күн бұрын
Thank you
@minibloxiafan1074
@minibloxiafan1074 5 күн бұрын
@@KiranDevi-og4oh .
@rajibbasumatary776
@rajibbasumatary776 2 күн бұрын
Hay madam atibhal lage pirat aru matit bahi bhat khabalai thanks so much madam
@champabora6706
@champabora6706 15 күн бұрын
আপোনাৰ সুন্দৰ পৰামৰ্শ সমূহ মানি চলিবলৈ চেষ্টা কৰিছো। ❤❤❤❤
@mridupabanbora5042
@mridupabanbora5042 15 күн бұрын
Thank you Ma'am for nice information 🙏❤
@saraswatidbr655
@saraswatidbr655 15 күн бұрын
বৰ ধুনীয়া কথা কৈছে। আমি আগৰ নিয়ম বোৰ কৰি আছো যিখিনি পাৰিছো। ভাল লাগিল
@malotiboruah6097
@malotiboruah6097 22 сағат бұрын
আপুনি কোৱা ব্যায়াম আৰু পুৰণি দিনৰ অভ্যাস এৰা নাই বৰ্তমান ভাল লগা মানুহৰ লগত আলাপ আলোচনা লগতে শিশু সকলৰ লগত থাকি ভাল পাওঁ
@JinuJinubora
@JinuJinubora 16 күн бұрын
Good infromation
@dipalisaharia7296
@dipalisaharia7296 16 күн бұрын
সুন্দৰ ভিডিঅ, আজি প্ৰায় ছমাহ মান হ'ল মজিয়াত বহি ভাত নোখোৱা । ৰাতি ভাত খোৱাৰ পৰা দেৰ দুই ঘণ্টা মান পিছত শোৱা অভ্যাস । এটা আকস্মিক ঘটনাৰ পিছত বেছি মানুহৰ সমাগমত গৈ ভাল নোপোৱা হলোঁ ,কাৰণ মানুহ বোৰ বৰ স্বাৰ্থ পৰ । আপুনি কোৱা স্বাস্থ্যসন্মত পাইখানাই ব্যৱহাৰ কৰি আছোঁ ।
@kabyashreemahanta885_
@kabyashreemahanta885_ 15 күн бұрын
Please share a video about vitiligo and about the treatment ( home treatment, clinical products) suggest me
@binodbujarbaruah
@binodbujarbaruah 16 күн бұрын
Very good suggestions. But those days are gone. I do Yoga like sitting on ground as if I am taking rice.
@MINADevi-n3m
@MINADevi-n3m 2 күн бұрын
Val kotha koise baideo
@PallabiHazarika-by1pi
@PallabiHazarika-by1pi 5 күн бұрын
Thank sister
@ranusaikia8835
@ranusaikia8835 15 күн бұрын
ভাল লাগিল ‌ বহুত বহুত ধন্যবাদ 🙏
@user-jo5lt9yk1g
@user-jo5lt9yk1g 15 күн бұрын
Baideo namaskar. Moi pirat Bohi khau. Logote jetiyaei Bohibologa hoi, parile asan gari bohu, ei abhyas Moi sorure porai Kori asu. Dhanyabad, apunar video bilak khubei Upakari
@jimisaikia1851
@jimisaikia1851 12 күн бұрын
ঠিকেই কৈছে বাইদ আপোনাৰ পৰামৰ্শ জানি ভাল লাগিল ❤ আমি ইণ্ডিয়ান কুমুড ব্যৱহাৰ কৰোঁ। কাপোৰ ধোতে কাপোৰ ধোৱা মেচিন ব্যৱহাৰ নকৰোঁ হাতে ধোঁ। ঘৰতওঁ নিজেই খাবলে মাজে সময়ে খেতি কৰোঁ। বাকী মছন্দৰি মান্ধনীয়া কিছুমান বনশাক আমৰ ঘৰত আছে। ওচৰৰ মানোহকো দিওঁ কেতিয়াবা খাবলে নেমু বাৰমাহে থাকে। ভাত খোৱাটোহে ডাইনিং টেবুলতে বেছিভাগ খোৱা হই তলত বহি কেতিয়াবাহে খোৱা হই। ঠাণ্ডা দিনত বেছি জুইত ৰান্ধো ভাত। আপোনাৰ ভিডিও পৰা বহুত উপকাৰ পাওঁ।।
@kalpanamahanta1812
@kalpanamahanta1812 16 күн бұрын
Tumar vidro bur sau bhal lage pratitu kothai xosa moi tumar maa r dorei,,, xak pasoli logau baru olop,, bohut bohut dhaynabad bhogonane mongol korok 🎉🎉😢😢🎉🎉🎉
@mahendradasroy5878
@mahendradasroy5878 13 күн бұрын
Very good sdvice am i like it iam dune same work in my vehitable gerden
@mridupabanborgohain6382
@mridupabanborgohain6382 12 күн бұрын
Sister Pl will comment about suggest control
@jayantagoswami128
@jayantagoswami128 14 күн бұрын
সঁচা অৰ্থত ক'বলৈ গ'লে গোটেইবোৰ বদ অভ্যাস লগত লৈ ফুৰিছোঁ,কিন্তু এতিয়াও যত যেনেকৈ চলিব লাগে সেই will power আছে।।
@rubidutta9180
@rubidutta9180 2 күн бұрын
Bohut.vl.lagile.kothakhini
@probinkutum7961
@probinkutum7961 16 күн бұрын
Good news ❤❤❤❤
@jugantagamer3766
@jugantagamer3766 11 күн бұрын
অতি সূন্দৰ পৰামৰ্শ🙏🙏
@user-tz7ho2fn5p
@user-tz7ho2fn5p 3 күн бұрын
Very nice Mem
@user-hg3bs8pi3q
@user-hg3bs8pi3q 15 күн бұрын
Video to Sai bht vl lgile mam.bht khini xikibo prilo ..
@aparajitaphukan1371
@aparajitaphukan1371 16 күн бұрын
Thank u Dr Ponkhi Video tu bohut bhal lagil
@dibyarekhakalita7023
@dibyarekhakalita7023 11 күн бұрын
মই ৭.৩০তdinner শেষ কৰো আৰু ৭.৩০ত breakfast আৰম্ভ কৰো ; কমেও১২ ঘণ্টা fast কৰো আৰু holidayত fasting 13 ৰপৰা ১৪ hrs হয় ;আপোনাৰ video বোৰে আমাক বহুত উপকাৰ কৰিছে 🎉🎉🙏
@KalpanaDas-wz4ne
@KalpanaDas-wz4ne 15 күн бұрын
Very nice
@jyotishrajbongshi3271
@jyotishrajbongshi3271 12 күн бұрын
পুৱা সোনকালে উঠো, খৰকৈ 45 মিনিট খোজ কাঢ়ো, আবেলি চাইকেল চলাও 10/12 কিলমিটাৰ, ৰাতি সোনকালে খাই শুও |
@mridumonikakati4683
@mridumonikakati4683 7 күн бұрын
বহুত ভাল লাগিল কথাবোৰ। মই সদায় তলত কঠত বহিয়ে ভাত খাওঁ। ওপৰত বহি অসুবিধা পাওঁ গতিকে পুৰণি অভ্যাসে কৰি আছোঁ আৰু Indian Toilet ব্যৱহাৰ কৰোঁ।
@urbashiborgohain3360
@urbashiborgohain3360 16 күн бұрын
ধন্যবাদ বা 🙏, তোমাৰ ভিডিঅ' পৰা সদায় উপকৃত হওঁ,কিছুমান কথা আমি জানো অথচ সেইখিনি নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নহয় , ভিডিঅ' যোগে পুনৰবাৰ শুৱৰাই দিয়া বাবে🙏
@fitness_nayan130
@fitness_nayan130 15 күн бұрын
Bahut dhunia kotha keta kole vl lagil
@Rinugoswami123
@Rinugoswami123 13 күн бұрын
Bor bhal lagil
@pulamachetia1547
@pulamachetia1547 2 күн бұрын
আপুনি কোৱা গোটেই পুৰণি অভ্যাস খিনি এতিয়াও কৰো আমি ,তলত ভাত খোৱা ,চোতাল সাৰা ,ইণ্ডিয়ান টয়লেট ব্যৱহাৰ কৰোঁ ।
@RadhaDevi-rn2ed
@RadhaDevi-rn2ed 16 күн бұрын
আপোনাৰ মন্তব্য ও ভিডিঅ'টো চাই উপকূত হলো। ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
@ManojDas-db1hg
@ManojDas-db1hg 15 күн бұрын
Bohut vaal lagil jaani, thank you Baa.
@souravhaloi-fn9sy
@souravhaloi-fn9sy 15 күн бұрын
Mem cold drinks mirinda , fenta aibur amr babe kimn হানিকাৰক এইটো topics ৰ ওপৰত এটা video বনাওক পৰিলে কাৰণ অসমীয়াত এনেকৱা video নাই আৰু সকলোৱে জানিব লাগে এইবোৰ কথা মেম ❤ কেনেকৈ cold drinks company বোৰ কম price ত বস্তু বেছি আমাক ঠগাই আছে আৰু কৈ আছে ads লগাই nutrition level বেছি আছে। মই ইমান try কৰিলো আমাৰ ঘৰৰ মানুহে বুজিবয়ে নোখোজে যে pepsi, mirinda এই cold drinks বোৰ health ৰ বাবে হানিকাৰক।
@ripumahanta7619
@ripumahanta7619 12 күн бұрын
Val lagil kotha khini Jani🙏🙏
@parthaprotimdutta1507
@parthaprotimdutta1507 14 күн бұрын
Ma'am, মোৰ মাৰ Sodium কমি কমি যায়। Hospital ত দেখালে Test কৰি Sodium ৰ Saline দি দৰব খালে ঠিক হয় । কিন্তু 20 /25 Days ৰ পাছত Test কৰিলে আকৌ কমি যায়। Teblet খাই থাকিলে ঠিকে থাকে। Sodium to কি কৰিলে ভাল হৱ ma'am..... Ma'am Sodium r ওপৰত video এটা বনাবছোন। 🙏🙏🙏 Please...😢
@borhollabogori726
@borhollabogori726 16 күн бұрын
Helpful video bhal lagil
@liladas1146
@liladas1146 13 күн бұрын
মই আজিলৈকে ঢাৰিত বহিহে খাদ্য খাও ৷মই নিৰামিখ ভোজী ৷ঈশ্বৰৰ কৃপাত বৰ্তমানলৈকে ঠিকেই আছো বুলি ক’ব পাৰি৷মই মাছ মাংস কনী নহৰু পিয়াঁজ মদ ভাং কানি চুৰট চাদা তামোল চাহ নেখাও ৷পাৰিলে চেষ্টা কৰিব চোন ৷বহুত ভাল কিন্তু ৷ভাত খোৱাৰ পিচত এটা শিলিখা খাও ৷শিলিখা নেথাকিলে অলপ ডিম্বৰু গছৰ ছাল মুখত লওঁ ৷পাৰিলে অভ্যাস কৰিবচোন ৷
@BasantiChawrok-oc6bd
@BasantiChawrok-oc6bd 13 күн бұрын
হয় বাইদেউ মই বর্ত্তমান তলত বহিয়েই ভাত খাওঁ ৷এতিয়াৰ পৰা ভবিষ্যতলৈও এই অভ্যাস চেষ্টা কৰিম |
@susreedas3167
@susreedas3167 13 күн бұрын
বৰ ভাল লাগিল কথাখিনি। আমি যিমান পাৰো মানি চলিবলৈ চেষ্টা কৰো।
@mamaniroy12345
@mamaniroy12345 10 күн бұрын
একেবাৰে সচা বাইদেউ, আমাৰ ঘৰত আছে অভ্যাস বোৰ তলত বহিখোৱাটোৰ বাহিৰে। ধন্যবাদ🙏
@ramaladas417
@ramaladas417 14 күн бұрын
ভাল লাগিল।❤
@putuldas3984
@putuldas3984 14 күн бұрын
Sundar katha
@DeepaDevi-pf1de
@DeepaDevi-pf1de 14 күн бұрын
Video টো বহুত উপকাৰী , ঘৰৰ বাৰীতে সৰুকৈ শাক,ফুল ,নিজে কৰোঁ,এইবিলাক কাম নিজে কৰোঁ ,মনটো ভাল লাগে, ব্যস্ত হৈও থাকিব পাৰোঁ,
@BinapaniBharali-y5k
@BinapaniBharali-y5k 16 күн бұрын
Video to bar bhal lagil thanks
@rajeshmili4718
@rajeshmili4718 16 күн бұрын
Best advice
@kwrwmswargiary9074
@kwrwmswargiary9074 16 күн бұрын
Bohut bahut dhonnyobad mm.
@subhashchandraroy1928
@subhashchandraroy1928 13 күн бұрын
বহুত ভাল লাগিল ভিডিও চাই আপুনি কয়া কিছু আভাষ কৰোঁ মাটিত বহি খাওঁ আৰু ৰাতিৰ আহাৰ সংকালে খাও নমস্কাৰ
@PinkumoniSaikiahazarika
@PinkumoniSaikiahazarika 13 күн бұрын
Bohut val lagil
@mararmirabha9713
@mararmirabha9713 7 күн бұрын
আমি গাওঁৰ পুৰণি নিয়মে আছে বাইদেউ আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিছে দেই। আমি পিৰাত বহিয়ে ভাত খাওঁ।
@mamonirajkhowa7661
@mamonirajkhowa7661 16 күн бұрын
আমিও মাটিত বহি ভাত পানী খাওঁ ! সোনকালে খাও আৰু ৰাতিপুৱা 3.30 বজাতে উঠি প্রাত ভ্রমন কৰো
@prashantakakoty2379
@prashantakakoty2379 22 сағат бұрын
খালি ভৰিৰে বাৰীত কাম কৰো । ৰ'দত থাকো । মাটিত বহোঁ । ভাত টেবুলত খাওঁ যদিও গিলাচ পানী নাখাই ভাত খোৱাৰ অন্তত বাটিত হাত ধুই সেই পানী খাওঁ । এই হাত ধোৱা পানী খাই উপকৃত হ'লো ।
@sisirkrdas4465
@sisirkrdas4465 16 күн бұрын
বহুত ভাললগিল
@rameswarmalakar4898
@rameswarmalakar4898 15 күн бұрын
মাটিত বহি ভাত খোৱা হয় আৰু প্ৰায় এক বা দেৰ ঘণ্টা নাম ঘৰত আখন কৰি নাম কীৰ্তন কৰা হয় আৰু ইণ্ডিয়ান ত পাই খানা কৰা হয়
@AnupamaNath99
@AnupamaNath99 16 күн бұрын
মাটিত বহি খোৱা নহয় যদিও পীৰাত বহি এতিয়াও ভাত খাও , India toilet ব্যৱহাৰ কৰো, সৰুকৈ ফুলনি আৰু শাকনি আছে 😊❣️
@quicklessons3999
@quicklessons3999 16 күн бұрын
Good .val lagil .pisoloi enekua vdo pabo akha korilo.
@sauravbania3008
@sauravbania3008 12 күн бұрын
পৰামৰ্শ সমূহ আদৰণীয়। আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু।
@PradipBordoloi-h9h
@PradipBordoloi-h9h 15 күн бұрын
Very good,
@jodumonibora409
@jodumonibora409 15 күн бұрын
Thanks Mam 🙏
How Your Gut Can Shape Your Brain | Vantage with Palki Sharma
4:22