মোৰ অতি শ্ৰদ্ধাৰ ব্যক্তি জনাৰ বিয়োগে থমকি ৰ'বলগা কৰিলে অসমবাসীক । এই অপূৰণীয় ক্ষতি কোনোদিন আৰু পূৰাব হয়তু নোৱাৰে ।
@GreatManofAssam3 жыл бұрын
😓😓😓
@navanitagogoi51212 жыл бұрын
বিভিন্ন কো়ৰাচ নহয়, বিভিন্ন নৰকহে। মুখামুখি নহয় কথাবাৰ্তাহে।
@pranabchandrabordoloi97003 жыл бұрын
মোৰ অতি শ্ৰদ্ধাৰ ব্যক্তি । Video টোত তেখেতক তেওঁ বুলি সম্বোধন কৰাতকৈ তেখেত বুলি সম্বোধন কৰা হ'লে ভাল আছিল।
@aminakhatun60182 жыл бұрын
Yes, your advice is very important . We should use the word" Tekhet" for him.
@janirampatar95063 жыл бұрын
মোৰ প্ৰিয় ব্যক্তি আছিল ।শ্ৰদ্ধা জনাইছোঁ।
@GreatManofAssam3 жыл бұрын
❤❤❤
@nonimoniduttalearningandte56123 жыл бұрын
তেখেতক শ্ৰদ্ধা নিবেদন কৰিলোঁ। নিৰুপমা বাইদেউ তেখেতৰ মৃত্যু ৰ সময়ত আহিল নে নাছিল বাৰু কাষত তাকেহে জানিব নোৱাৰিলোঁ।নিলগে থাকে বুলি তো জানো।পুএদ্বয় ও দেখা নগ'ল। গতিকে বুজি নাপালোঁ।ঘৰৰ আন লোক সকলক দেখা পালো। অতি ঘনিষ্ঠ লোককেইজনক কিন্তু নেদেখিলো। বুজি নাপালোঁ