মাচুল বৃদ্ধিৰ প্রসংগক লৈ প্রচণ্ড ক্ষোভ অভিভাৱক-শিক্ষাৰ্থীৰ, নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

  Рет қаралды 9,870

Pratidin Time

Pratidin Time

11 күн бұрын

কোন দিশে অসমৰ উচ্চ শিক্ষা ব্যৱস্থা?
এফালে উচ্চ শিক্ষানুষ্ঠানত মাৰ্কশ্বিট কেলেংকাৰী
আনফালে উচ্চ শিক্ষানুষ্ঠানত মাচুল বৃদ্ধিৰ ৰামটাঙোন
সঁচাই ধন দিলেই এতিয়া নম্বৰ পাই নেকি উচ্চ শিক্ষাত?
বেক পৰ্যন্ত উঠাই দিয়া হয় কেৱল টকাৰ বিনিময়ত !
ছাত্র-উপাচাৰ্যৰ পৰা মুখ্যমন্ত্রীলৈকে সত্যৰ অকপট স্বীকাৰ
কেলেংকাৰীক লৈ প্রতিবাদত কঁপিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ
উচ্চ শিক্ষাত মাচুল বৃদ্ধিক লৈয়ো চৰকাৰৰ হঠকাৰী সিদ্ধান্ত
ব্যাপক ৰূপত বৃদ্ধি হ’ল উচ্চ শিক্ষাৰ মাচুল
মাচুল বৃদ্ধিৰ প্রসংগক লৈ প্রচণ্ড ক্ষোভ অভিভাৱক-শিক্ষাৰ্থীৰ
আজি অসমৰ উচ্চ শিক্ষা ব্যৱস্থাক লৈ আকৌ এক আলোচনা
উচ্চ শিক্ষাৰ সংকট, সম্ভাৱনা, প্রত্যাহ্বান আৰু ভৱিষ্যৎ ...
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে আজিৰ ‘অভিমত’
#pratidintime #ABHIMAT #nitumonisaikia

Пікірлер: 11
@prabhatchborah3751
@prabhatchborah3751 9 күн бұрын
ৰেচন কাৰ্ড নথকা বোৰে পঢ়া বাদ দিব লাগিব এতিয়া।
@user-tj1nb1kf7c
@user-tj1nb1kf7c 8 күн бұрын
Good.subject.matter.
@kalpanadeka6201
@kalpanadeka6201 9 күн бұрын
শিক্ষা মন্ত্ৰী য়ে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় ত মাজে মাজে খা খবৰ লৈ থাকিলে শৈক্ষিক পৰিৱেশৰ লগত জড়িত হৈ থাকিব লাগে।
@torabali5756
@torabali5756 9 күн бұрын
মোৰ হাতত প্ৰমান আছে যে ৰেচন কাড আছে ইনকম চাৰটিফিকেট আছে, তথাপিও ৭১৮০টকা ললে, কাক কি কম
@nextgem5523
@nextgem5523 9 күн бұрын
karon tumi muslim hoi bhai
@mrrajdeep007
@mrrajdeep007 8 күн бұрын
Moi tu 7180 disu mur ration card dekhai silu kin2 accept nokorile
@BORAH524
@BORAH524 8 күн бұрын
😅wrong information..😅 Only দৰিদ্ৰ সীমাৰেখাৰ তলৰ students কহে free admission দিছে! (বাকীবোৰ টো ধনী মানুহ)
@wr1572
@wr1572 7 күн бұрын
Aaru vote diyok himantak. Aamar dinot GU't aeneka golmaal naasile. 2010 pass out.
@officialfanpage01
@officialfanpage01 9 күн бұрын
😢😂😂
Мы никогда не были так напуганы!
00:15
Аришнев
Рет қаралды 6 МЛН
TRIPLE ACTIONত ৰিপুণ বৰা EXCLUSIVE
51:35
Bristi - বৃষ্টি | 10th July 2024 | Ep No 291
20:04