Moromor Deuta | Tarali Sarma | Dr Paramananda Rajbanshi | Windsongs

  Рет қаралды 80,955

Tarali Sarma:Windsongs

Tarali Sarma:Windsongs

Күн бұрын

Douranga Cine Production Presents...
Song- 'Moromar Deuta'
Lyrics/Tune & Produced by
Dr. Paramananda Rajbongshi
Singer- Tarali Sarma
Music Arrangement by Jintu borodloi
Programming by Dipksh Borgohain
Mixed/Mastered by
Jintu Bordaloi at Dreams Studio
Video Direction/Concept
Rana Rajbongshi
Art Director
Binoy Deka
Asstt. Director
Jitkamal Baruah
Zee music
Dp/Cinematographer/Editor/Graphics
Partha Pratim Deka
(Pappu Kabeer)
Camera Asstt.
Debabrat Sarma
Lakshya Jyoti Das
Light
Papu Rabha
Acting
Paresh Goswami
Rana Rajbongshi
Arundhati Sharma
Popi Deka
Rimli saikia
Nistha nidhi Devi
makeup:Anjumani Deka, Himadri devi
All rights reserverd by the producer

Пікірлер: 155
@maalakhmic.s2550
@maalakhmic.s2550 2 жыл бұрын
৯০ দশকৰ এখন সুন্দৰ প্ৰতিচ্ছবি । সুস্থ মনৰ সুন্দৰ চিন্তাধাৰা । আমাৰ পেহীহঁতৰ বিয়াৰ কথাবোৰ মনত পৰিল । সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাইছো 🙏🙏
@sikhamanidevi9730
@sikhamanidevi9730 2 жыл бұрын
ছোৱালীৰ জীৱনৰ এখন বাস্তৱ ছবি দেখিলো......চকুপানী ধৰি ৰাখিব নোৱাৰিলো গানটো চাই থাকোতে....বহুত ভাল লাগিল গানটো.....❤❤
@rubulkalita6609
@rubulkalita6609 2 жыл бұрын
তৰালী বা বৰ্তমান অসমৰ শ্ৰেষ্ঠ গায়িকা মোৰ বোধেৰে
@কল্পতৰুআধ্যাত্মিকদিহানামসমাজনি
@কল্পতৰুআধ্যাত্মিকদিহানামসমাজনি Жыл бұрын
আপোনাৰ কণ্ঠৰ এক পাগল প্ৰেমিক।। গোটেই দিনটো ভিতৰত আপোনাৰ যিকোনো এটি গীত নুশুনিলে মোৰ বাবে দিনটো যেন কোনোবা কোণত আধৰুৱা হৈ ৰয় ।।। আপোনাৰ কণ্ঠত এক নিৰিবিলি সন্তোষ আপোনা আপোনি ভাব হয় তাৰ কাৰণ হ'ল আপোনাৰ গহীনতা আৰু আপোনাৰ কুকিল কণ্ঠৰ নীৰৱতা ।। আজি এই গীতটো ভিদিঅ সহ‌ চাই কব নোৱাৰাকৈ চকু কেইটা চলচলীয়া হৈ পৰিল এয়াই চাগে আপোনাৰ প্ৰতি ভালপোৱা আৰু শ্ৰদ্ধা বাইদেউ 💙💙💙 আপোনি সুস্থ থাকক এনেকৈ সদায় বুকুৰ মাজত সোমাই কণ্ঠৰ যাদুৰে মোৰ হৃদয় খনি জিপাল কৰক🙏🙏♥️♥️♥️♥️
@debenborah2905
@debenborah2905 Жыл бұрын
কিমান ভাল লাগিছে বুজাব নোৱাৰো, চকুপানী ওলাই যায়। ছোৱালী জীৱনৰ ছবিখন সুন্দৰকৈ আৰু ভাল ঘৰ এখনৰ সুন্দৰ ছবি ডাঙি ধৰিছে। আপোনাক অশেষ ধন্যবাদ 💝🙏
@RAAJNEELMUSICAL
@RAAJNEELMUSICAL 2 жыл бұрын
বহুত সুন্দৰ গীত তৰালী বা আপোনাৰ প্ৰতিটো গীত ভাল পাও।
@robinkvlogs5178
@robinkvlogs5178 2 жыл бұрын
বহুত বহুত বেছি ধুনীয়া লাগিছে বা 🙏👍👌😍😘....
@40.pinkukalita30
@40.pinkukalita30 2 жыл бұрын
আপোনাৰ গানবোৰ শুনি যি এক আনন্দৰ অনুভূতি বিচাৰি পোৱা যায় সেইটো খুব কম অন্যৰ কণ্ঠত 🥰🙏
@northeasttours1602
@northeasttours1602 Жыл бұрын
সংগীত জগতৰ এগৰাকী আৰাধ্য দেৱী বুলি চকুমুদি অনুভৱ কৰোঁ তেওঁৰ গান বোৰ শুনি ৷ বাইদেউৰ গান শুনি এক অনাবিল শান্তিত ডুব যাওঁ ৷ নেদেখাজনৰ ওচৰত কামনা কৰোঁ সদায় বাইদেউক ভালে ৰাখক ৷
@devajitkalita9946
@devajitkalita9946 19 күн бұрын
অন্তৰ চুই গ'ল বাইদেউ🙏🙏🙏🙏
@duludihingia5561
@duludihingia5561 Жыл бұрын
সময়ৰ সোঁতত উটি‍ভাহি পুৰণি বহুতো কথা পাহাৰাৰ অতিক্ৰম হৈছেগৈ, গানটোৱে মনত পেলাই দিলে দেউতাৰ লগত পাৰ কৰা বহুতো ভাললগা সময় ❤❤❤ সচাকৈ দুচকু সেমেকি উঠিল
@mdchannel3180
@mdchannel3180 6 ай бұрын
*_MD CHANNEL_*_ watching Ur video from Guwahati, Assam; India._
@monimalapayeng4665
@monimalapayeng4665 11 ай бұрын
গানটো হৃদয় চুই গৈছে বা❤
@lizabarman9268
@lizabarman9268 2 жыл бұрын
গান টো শুনি দেউতালৈ মনত পৰি গল 🥲🥲
@karishmadeka429
@karishmadeka429 Жыл бұрын
মন জোকাৰি যোৱা এখনি জিয়া ছবি ❤❤❤
@lukosecheruvalel5811
@lukosecheruvalel5811 Жыл бұрын
নিভাঁজ আৰু নিৰ্মল চেনেহৰ গীত । কথা আৰু সুৰ সুমধুৰ আৰু তৰালীৰ কণ্ঠ অতুলনীয় তথা আৱেগিক। অভিনন্দন জনাইছোঁ।
@dipalidutta7181
@dipalidutta7181 Жыл бұрын
অতি সুন্দৰ হৈছে।
@bhubaneswarsaikia1152
@bhubaneswarsaikia1152 Жыл бұрын
বৰ ধুনীয়া লাগিছে, বেয়া ও লাগে। 😢😢
@jonalidutta9886
@jonalidutta9886 2 жыл бұрын
Eman hundar gaan tu o ..torali..tumar protitu gaan a hridoy sui jai....tumi aru Jintu duitai ag bahi juwa 🙏🙏🙏
@kamaljyoti3082
@kamaljyoti3082 Жыл бұрын
Uff ,,Excellent voice---heart touching song
@biswajitdeka1479
@biswajitdeka1479 2 жыл бұрын
Borhiyyaa lagise TARALI BAA Baba ....🙏
@konwarutpal
@konwarutpal 2 жыл бұрын
চকু দুটা সেমেকি উঠিল ❤️
@kakalikangkanadeka5257
@kakalikangkanadeka5257 2 жыл бұрын
কিবা কিবি বহুত মনত পেলাই গ'ল
@himakshineog3080
@himakshineog3080 Жыл бұрын
অন্তৰ চুই গ'ল। খুউব সুন্দৰ গীত। Love from Ranchi. Jharkhand
@shaswatisworld
@shaswatisworld 2 жыл бұрын
Vaabhoi...ajikaali baaru ai feelings tu ahene nai janu....really heart touching❤
@BiswajitDas-dt1hz
@BiswajitDas-dt1hz 2 жыл бұрын
হৃদয়স্পৰ্শী কণ্ঠ, সুৰ । বুকুভেদী গ'ল গীতটো ।
@lifeisadrama5044
@lifeisadrama5044 2 жыл бұрын
বহুত মৰমেৰে তৰালী বা জনীলৈ
@tulumonigogoi8385
@tulumonigogoi8385 2 жыл бұрын
হৃদয়স্পৰ্শী!! আৱেগিক কৰিলে গানটোৱে।
@norenrajbongshi4978
@norenrajbongshi4978 3 ай бұрын
MOI AI GAN WONI KANDI KANDI HAPA PULOUA NAI 😭😭 TARALI BAA ARU VAL VAL GAN DIBA 2024 ❤❤❤
@ranusaikia8835
@ranusaikia8835 Жыл бұрын
বহত সুন্দৰ ❤
@reetamanidas7927
@reetamanidas7927 2 жыл бұрын
Dhunia hoise tarali baideu'
@ilovetravelandfood7597
@ilovetravelandfood7597 7 ай бұрын
বাইদেও ! আৰু নকওঁ।❤
@nabakantanath9921
@nabakantanath9921 2 жыл бұрын
বা আপোনাৰ গীত,কন্ঠ মোৰ আটাইতকৈ প্ৰিয়. ❤️❤️❤️❤️
@muninmbcreation7720
@muninmbcreation7720 2 жыл бұрын
শুনিলে দুচকু সেমেকি উঠা গীত,বৰ প্ৰিয় এই গীতটি ❤️👌🙏
@kuhi8584
@kuhi8584 2 жыл бұрын
সদাই এনেদৰে থাকক হেপাঁহ কণ তোমালৈ বা 🌼🌼
@supriyahalder4677
@supriyahalder4677 Жыл бұрын
Very nice voice,God Gifted
@rintusarmahofficial
@rintusarmahofficial 2 жыл бұрын
Uffff ki dhunia gan oooo
@pranjitbora5911
@pranjitbora5911 2 жыл бұрын
বা বহুত ধুনীয়া হৈছে।আপোনাৰ কণ্ঠ সদাই প্ৰিয় মোৰ।
@silentriverproduction2267
@silentriverproduction2267 2 жыл бұрын
এই গীতটো হিন্দী বা অন্য ভাষালৈ অনুবাদ হৈ পুনৰ গোৱা হওক।।।। It is a masterpiece I have ever heard...
@moinapora
@moinapora 2 жыл бұрын
তৰালী বা ❤️ আৰু জুবিন দাৰ গানৰ আসক্ত ❤️💓
@dipusharma8358
@dipusharma8358 2 жыл бұрын
তৰালী বা আপোনাৰ গীত সমূহ খুব ভাল লাগে। Ur my favourite singer.. ❤️❤️❤️
@jitendeuri441
@jitendeuri441 2 жыл бұрын
Tarali is my unique favourite.......i cant compare u with another....
@mechbhaiall.7657
@mechbhaiall.7657 2 жыл бұрын
সুন্দৰ ৷
@MunmiBoruahofficial
@MunmiBoruahofficial 2 жыл бұрын
apunk bht Bsi vlpw...emn dhuniya kontho... apunr gun rati tu lgi thke... tpni ahible hubidha hoi
@bornaliborgohain5336
@bornaliborgohain5336 2 жыл бұрын
ক'ৰবাত বিষ এটাই উজাই আহি দুচকু তিয়াই গ'ল...
@bipulsaikia4663
@bipulsaikia4663 2 жыл бұрын
Hosakoi, bohut val lagil tarali baa.
@rajashridas1955
@rajashridas1955 Жыл бұрын
হৃদয় চুই যোৱা এটি গীত ❤❤
@utpalahom
@utpalahom 2 жыл бұрын
অতি সুন্দৰ
@MrBubu-ug1xm
@MrBubu-ug1xm 6 ай бұрын
Dhunia,👌👌👌
@monjilhazarika9393
@monjilhazarika9393 2 жыл бұрын
বাইদেউ আপুনি সদায় নতুন আমাৰ বাবে ♥️🎀
@paragkalita7420
@paragkalita7420 Жыл бұрын
Outstanding...
@naimuddinahmed6061
@naimuddinahmed6061 2 жыл бұрын
বহুত সুন্দৰ গীত মন ছন কিবা লাগি গল
@pranabjyoti4702
@pranabjyoti4702 Жыл бұрын
Oh my god.... Just uffff
@abhijitdeka6901
@abhijitdeka6901 2 жыл бұрын
খুব সুন্দৰ গীত।ভাল লাগিল video2
@anishmritasarmah3339
@anishmritasarmah3339 2 жыл бұрын
তোমাৰ কন্ঠেৰে নিগৰা প্ৰতিটো গীতেই মোৰ বৰ প্ৰিয় । এই গীতটো শুনি মোৰ চকুলো ওলাই আহিল ।
@swapnaskitchenlifevlog7798
@swapnaskitchenlifevlog7798 Жыл бұрын
Antor sui gol gantui❤
@narensarma5293
@narensarma5293 2 жыл бұрын
Tarali sarma is a classic singer.Video is very impressive.
@raagproduction1886
@raagproduction1886 2 жыл бұрын
কথা,সুৰ আৰু গায়কী…অতি সুন্দৰ…মন ভৰি গল
@nabadeephazarika3629
@nabadeephazarika3629 2 жыл бұрын
তৰালী শৰ্মা- একক, অনন্য, অনবদ্য। কথাখিনিও অৰ্থপূৰ্ণ ❤️❤️❤️
@rupamdas1660
@rupamdas1660 2 жыл бұрын
Baa apunar গান বিলাক মোৰ বহুত প্ৰীয় দিনটো t moi বেছিভাগে আপোনাৰ গান xunu
@VISHWATHEWORLD
@VISHWATHEWORLD 2 жыл бұрын
5Th comment and love from Kathmandu Nepal. Love you tarali sharma.
@anamikadevi2224
@anamikadevi2224 2 жыл бұрын
হৃদয় চুই চোৱা গান বা♥️♥️
@dgallinoneassam9069
@dgallinoneassam9069 2 жыл бұрын
আপোনাৰ গানৰ সুৰত‌ বিলীন হৈ যাও বাই‌ আপোনাৰ গানৰ বাবে সদায় অপেক্ষা কৰি থাকো বাইদেউ
@rahulamin7203
@rahulamin7203 Жыл бұрын
Torali ba xundor hoise
@tarangabarman5852
@tarangabarman5852 2 жыл бұрын
আপোনাৰ প্ৰতিটো গানৰ অপেক্ষা কৰি থাকো বা। আপোনাৰ গানৰ ৰস টোৱে বেলেগ।
@kakolipriyaofficial3542
@kakolipriyaofficial3542 2 жыл бұрын
বহুত বহুত বহুত ভাল লাগিল ৷ ❤️🥺🥺
@padmagogoi6124
@padmagogoi6124 2 жыл бұрын
হৃদয়স্পৰ্শী❤️
@aniditabaruahsarmah7928
@aniditabaruahsarmah7928 2 жыл бұрын
eman dhuniya koi gaisa baa.
@trishangiboruah1961
@trishangiboruah1961 2 жыл бұрын
Wow dhuniya Ba ❤
@pranamikasvlogs3229
@pranamikasvlogs3229 2 жыл бұрын
Amar gaon...Tate Baar konthot....ufff
@niranjangogoi5330
@niranjangogoi5330 Жыл бұрын
আপোনাৰ গান খুব ভাল লাগে শুনি, আমাৰ মা এই খুব ভাল পাই আপোনাৰ গান, সকলো গান এই শুনিছোঁ আপোনাৰ, নতুন গান শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ নতুন বছৰত।
@binodbharadwaj_BB
@binodbharadwaj_BB 2 жыл бұрын
সুন্দৰ গীত ❤
@jayashreekashyap8934
@jayashreekashyap8934 2 жыл бұрын
হৃদয়স্পৰ্শী ❤️💚❤️
@lachithazarika1142
@lachithazarika1142 2 жыл бұрын
সুন্দৰ
@agastyabaruah1380
@agastyabaruah1380 2 жыл бұрын
Torali baa ❤️❤️❤️.. Love 4m Gohpur ❤️
@vlogplanet8041
@vlogplanet8041 2 жыл бұрын
Wow ❤️
@nabapathak7684
@nabapathak7684 Жыл бұрын
Legend of assam...
@kangkanamedhi9706
@kangkanamedhi9706 2 жыл бұрын
❤️❤️❤️❤️ heart touching 💜💜
@BidyutBBorah276
@BidyutBBorah276 2 жыл бұрын
অতি সুন্দৰ ❤️
@madhabdasaxomiya1182
@madhabdasaxomiya1182 2 жыл бұрын
xundar..
@zahidrahman346
@zahidrahman346 2 жыл бұрын
Most beautiful song ba.
@surajitkashyab4066
@surajitkashyab4066 Жыл бұрын
Ufff voice ✨✨✨✨❣️❣️❣️
@ShriDeep-t9y
@ShriDeep-t9y 5 ай бұрын
Uff❤
@eramoninath9220
@eramoninath9220 2 жыл бұрын
অন্তৰ চুই গ'ল 😥😥
@jdsmemory4990
@jdsmemory4990 Жыл бұрын
Ufffffffffff.......
@NYXMusic
@NYXMusic 2 жыл бұрын
@Tarali Sharma ba....Mur music production xikibo bohut mon ase....ki2 ghrt emn eta support naii institution t xikiboloi....blg korbat Kam xikibo parim ne....Jodi massege 2 saise please reply koribo🙏🙏🙏
@dipagohain1969
@dipagohain1969 2 жыл бұрын
সুন্দৰ গীত,,
@paporidevi3864
@paporidevi3864 2 жыл бұрын
Antar sui gol...soku pani rokhabo nowarilu 😢😢😢
@tankeswarrabha1066
@tankeswarrabha1066 2 жыл бұрын
Mur moromr torali baa ❤️❤️
@priyamassamesecultural327
@priyamassamesecultural327 2 жыл бұрын
O baaa dhunia ❤️
@punyagogoi818
@punyagogoi818 2 жыл бұрын
এই গান,প্ৰত্যেকজনী জীয়ৰীৰ হৃদয়ৰ প্ৰাণ।
@trueheartstudioofficial
@trueheartstudioofficial 2 жыл бұрын
amazing
@sharmilathakuria3204
@sharmilathakuria3204 Жыл бұрын
This is called masterpiece
@ajitphukan....7095
@ajitphukan....7095 2 жыл бұрын
বুকু হমহমাই যায়।
@norenrajbongshi4978
@norenrajbongshi4978 3 ай бұрын
❤❤
@dimpusarma334
@dimpusarma334 2 жыл бұрын
খুব ভাল লাগিছে শুনি।
@Tukhu192
@Tukhu192 2 жыл бұрын
I am really very excited ma'am of your melody voice
@gangutrisaikia9681
@gangutrisaikia9681 2 жыл бұрын
Heart touching
@anjanasaikia8596
@anjanasaikia8596 2 жыл бұрын
মন পৰশা গান
@dipjyotimedhi6021
@dipjyotimedhi6021 2 жыл бұрын
Moja song😭😭
Oisono Muhono | Tarali Sarma | Borgeet | Prabhat Sarma | Windsongs
8:04
Tarali Sarma:Windsongs
Рет қаралды 84 М.
🕊️Valera🕊️
00:34
DO$HIK
Рет қаралды 6 МЛН
规则,在门里生存,出来~死亡
00:33
落魄的王子
Рет қаралды 32 МЛН
Mom had to stand up for the whole family!❤️😍😁
00:39
Миллионер | 2 - серия
16:04
Million Show
Рет қаралды 1,4 МЛН
Special Programme with Bipul Chetia Phukan
31:55
News24 North-East
Рет қаралды 114 М.
#AnuraagTumarBabe #TaraliSarma #Mukoli
5:59
Tarali Sarma:Windsongs
Рет қаралды 885 М.
Janmabhumi | Tapan Das | Tarali Sarma | Kohinoor Theatre| Era Bator Xur
5:27
Tarali Sarma:Windsongs
Рет қаралды 34 М.
Ojaantric || Assamese Podcast ft. Tarali Sarma || Ep.50
59:04
Oasis Motion Films
Рет қаралды 107 М.
Rooh-e-Mardem ( Official Music Video ) | Dana Razik
7:11
Dana Razik
Рет қаралды 86 М.
Matilei nami oha junak | Assamese Modern Song | Deuka | Tarali Sarma | Windsongs
10:19
🕊️Valera🕊️
00:34
DO$HIK
Рет қаралды 6 МЛН