A Day In The Life Of A Farmer | ANGELA CHANGMAI

  Рет қаралды 20,954

ND24

ND24

11 ай бұрын

📌 মেঘ আৰু মাটিৰ কথাৰে পথাৰৰ সেউজ মালিতা
📌 ভৰুণ ধৰাৰ বুকুত কৃষকৰ শইচৰ কবিতা
📌 এঞ্জেলা চাংমাইৰ সৈতে কথন-বীক্ষণ
#assam #villages #farmers #farming #nature #naturalbeauty #green
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZbin channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐓𝐀𝐋𝐊 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...

Пікірлер: 44
@boruah8390
@boruah8390 11 ай бұрын
সাংবাদিক গৰাকীয়ে উপস্থাপন কৰা কথা বোৰে অন্তৰ চুই গৈছে।। ভাল লাগিল আপোনাৰ কথা বিলাক।।
@rupkantapathori9666
@rupkantapathori9666 11 ай бұрын
এৰা গাঁৱলৈ মনত পৰি গল ।কিমান দিন যে হাল বালো ।কিমান দিন যে গৰু মহা চৰালো।কলেজত পঢ়িও হাল বাইছিলো আৰু আজিকালি লৰা ছোৱালীয়ে কৰিব নে ?
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 күн бұрын
বাৰিষাৰ বৰষুণ, শুকুলা মেঘৰ বৰণ আৰু আহাৰ/ শাওন মহীয়া কৃষকৰ পথাৰত সোনগুটিৰ বীজ অংকুৰণ কৰাৰ সময়। আহাৰ/ শাওন মাহৰ বোকা পানীৰ সঙমিশ্ৰনত প্ৰাণ পাই অসমীয়া চহা কৃষকৰ সপোনবোৰ। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো অসমৰ এগৰাকী ব্যতিক্ৰমী সঙবাদকমী এঞ্জেলা। ❤❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 күн бұрын
এইয়াই চহা অসমীয়াৰ প্ৰকৃত জীৱন আৰু জীবিকা।
@hemantaborah3953
@hemantaborah3953 6 күн бұрын
শাওণৰ পথাৰ খন কথা আৰু কবিতা-গীতেৰে বৰ ৰহণীয়া হয় । কিন্তুু বাস্তৱত অন্ন দাতা সকলৰ পৰিশ্ৰম খিনিক উপনিৱেশীক কায়দাৰে হৰণ কৰি এজাক তেজ খোৱা মধ্যভোগী নুদোকা হৈ পৰে । কপালৰ কেচা ঘাম মাটিত পেলাই হাড়ক মাটি ;তেজক পানী কৰা কৃষি জীৱি সকলৰ উৎপাদিত ফচল সমুহৰ প্ৰকৃত মূল্য লাভ কৰক ।
@BinapaniDowarah
@BinapaniDowarah 8 күн бұрын
ধন্যবাদ এঞ্জেলা। এনেধৰনৰ অনন্য, ব্যতিক্ৰমী অনুষ্ঠান আৰু লৈ আহিবা । ধুনীয়া ছোৱালীজনী ৰ'দ লাগি আৰু ধুনীয়া হৈ পৰিছা চাগে ।
@ajitkumarphukan9736
@ajitkumarphukan9736 2 күн бұрын
অতি সুন্দৰ আগ বাঢ়ি যাওঁক বহুত বহুত আশীৰ্বাদ এই খন হল সোণৰ অসম 👍👍👍
@BBbbAaa218
@BBbbAaa218 Күн бұрын
Anjela baideu agte ata reel dekhisilu morona mora ....tetiya pora teur kotha aru tekhetor personality mur bohut val lagee ❤❤❤
@romenborpatragohain3959
@romenborpatragohain3959 7 күн бұрын
Very nice post thanks Angala sangmai
@rahulboro5009
@rahulboro5009 11 ай бұрын
Baideo jonio kijani farmar r sowali sai karona program to val lagisa.❤❤
@user-ye3qb6qx4y
@user-ye3qb6qx4y 20 сағат бұрын
👍val lagil. 😍🕉👌🙏🏻🥰
@pulakdas3168
@pulakdas3168 7 күн бұрын
Dhuniya paribas
@Royalmusic647
@Royalmusic647 5 күн бұрын
Hundar uposthapn
@jadavlantaimoung5059
@jadavlantaimoung5059 11 ай бұрын
ৰ'দ, বৰষুণত আমাৰ কৃষকে শাওনৰ পথাৰত আশাৰ সপোন ৰচে। শাওনৰ আছে মাদকতা,শওনৰ আছে আমেজ, শাওনৰ আছে সম্ভাৱনীয়তা।আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি হ'ল কৃষি সংস্কৃতি। আমি প্ৰত্যেক জন থলোৱা ব্যক্তিয়ে ইয়াৰ বাবে গৌৰৱান্বিত।
@barunkonwar6021
@barunkonwar6021 8 күн бұрын
সেউজীয়া পথাৰ গুচি এদিন সোণ গুটি পথাৰলৈ ৰূপান্তৰিত হ'ব। কিমান যে পথাৰখন ভাল লাগিব। ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।
@user-iu1pn5ik4o
@user-iu1pn5ik4o 5 күн бұрын
বাঃহ
@MoinaRay-mz4ow
@MoinaRay-mz4ow 11 сағат бұрын
👍👌baidu apnar matkhar xune bhuat vl lage
@bhargabacharja1778
@bhargabacharja1778 11 ай бұрын
মাটিৰ মানুহৰ মণৰ কথা। 😊
@simantahaloi5678
@simantahaloi5678 11 ай бұрын
খেতি কৰি চাব কিমান কষ্ট কিন্তু খেতিয়ক খেতি নকৰিলে খাব নাপায় কোণ এ, তাৰ পিছত খেতিয়ক সন্মান নকৰে অ যিমান কলে অ
@lnl6069
@lnl6069 11 ай бұрын
Bohut val lagile...❤❤❤ Siro kheijiyak jano gekhura korib pari.🇪🇬🇪🇬🇪🇬
@biswajitborah7474
@biswajitborah7474 11 ай бұрын
সুন্দৰ উপ স্হাপন, ,,,,,,,,
@digantaborah4558
@digantaborah4558 7 күн бұрын
বাইদেউ সচাই ভাল লাগিল এনেকুৱা পৰিবেশ দেখুৱাব বৰ ভাল লাগে
@hemnathsaikiya1491
@hemnathsaikiya1491 11 ай бұрын
Bhaal lagil anusthantu(progrem)sai
@Damodar-q7c
@Damodar-q7c 5 күн бұрын
Krishna Jai guru Sankar
@biswajitchangmai1500
@biswajitchangmai1500 11 ай бұрын
অতি সুন্দৰ
@AnupamGogoi-tz7cl
@AnupamGogoi-tz7cl 3 ай бұрын
Vall lagel sai
@hajatgogoi1620
@hajatgogoi1620 11 ай бұрын
Hundor
@hemantaphukon7578
@hemantaphukon7578 11 ай бұрын
ভাল লাগিল । যি সকলে খেতিৰ কৰে তেওঁ লোকেহে উপলব্ধি কৰিব পাৰে । সাংবাদিক গৰাকীও খেতিৰ লগত জড়িত বুলি জানি ভাল লাগিল ।
@anamikadas-tk9jf
@anamikadas-tk9jf 8 күн бұрын
❤❤❤❤❤❤
@pravakarpegu9079
@pravakarpegu9079 11 ай бұрын
এ মজা
@miscellaneousknowledge786
@miscellaneousknowledge786 11 ай бұрын
Mojja
@IndiavillagesmanM
@IndiavillagesmanM 11 ай бұрын
সাংবাদিক গৰাকীক বহুত ভাল লাগিছে
@amalgogoi805
@amalgogoi805 11 ай бұрын
Request to anchor to continue with the subject to attract assamese youth
@bipuldoley1906
@bipuldoley1906 11 ай бұрын
Nirbota. Axomiya. Mojja
@rupanta-tu8vu
@rupanta-tu8vu 6 күн бұрын
Great news
@user-lk5pc6os7u
@user-lk5pc6os7u 11 ай бұрын
এয়াই আমাৰ সোনালি পথাৰ খন ।
@prahladsaikia2584
@prahladsaikia2584 11 ай бұрын
বহুত ভাল লাগিল
@protimadutta2890
@protimadutta2890 11 ай бұрын
এনেবোৰ দৃশ্য দেখিলে মনটো আনন্দত নাচি উঠে----বৰ ভালে---আনন্দত চকুৰ পানী ওলায় ।
@chaoarunavkumarnayak7565
@chaoarunavkumarnayak7565 11 ай бұрын
This is a village mostly comprising people of our aboriginal Kaibarta-Jalkeot ethnic group of Assam. We have a rich ethnic culture in the Undivied Kamprup region of Assam comprising of varoious traditional rites, dances, drums(BorDhul), musical instruments etc...
@abhijitbarman5730
@abhijitbarman5730 11 ай бұрын
Baidew goraki bor morom lga deyy kintu
@J.Koch2023
@J.Koch2023 6 күн бұрын
Sangmai peoples are from which community
@user-hr4md8gh6o
@user-hr4md8gh6o 6 күн бұрын
❤❤❤❤❤❤❤😊😊😊😊🎉🎉😮😮😮😮😮😮😊😊😊
@dhirendeka784
@dhirendeka784 7 күн бұрын
ৰণজিৎ চাউলৰ দাম কম ।
МАМА И STANDOFF 2 😳 !FAKE GUN! #shorts
00:34
INNA SERG
Рет қаралды 4,3 МЛН
NERF WAR HEAVY: Drone Battle!
00:30
MacDannyGun
Рет қаралды 41 МЛН
Did you believe it was real? #tiktok
00:25
Анастасия Тарасова
Рет қаралды 25 МЛН
Village Rockstars At ND24 Studio With Angela Changmai
41:23
МАМА И STANDOFF 2 😳 !FAKE GUN! #shorts
00:34
INNA SERG
Рет қаралды 4,3 МЛН