পিযুষক চোট-বুট এৰি হাফ পেণ্ট পিন্ধিবলৈ পৰামৰ্শ অখিলৰ!

  Рет қаралды 35,106

NorthEast Now

NorthEast Now

19 күн бұрын

📌বানপানীতো চুত বুটত আহি ফটো শ্বেশ্যন কৰাই হৈছে মন্ত্ৰী পিযুষ হাজৰিকাৰ কাম !
📌মন্ত্ৰী পিযুষ হাজৰিকাক সমালোচনাৰ প্ৰত্যুত্তৰ অখিল গগৈৰ !
📌পিযুষক স্বুতবুত এৰি হাফ পেণ্ট পিন্ধিবলৈ পৰামৰ্শ অখিলৰ!
📌অসমৰ মুখ্যমন্ত্ৰীজন মুখ চহকী তেঁওৰ কথা বেছি কাম কম !
📌পিযুষে সাধাৰণ মানুহবোৰক প্ৰজা বুলি ভাৱি নিজকে ৰজাৰ ৰূপত ফটো শ্বেশন কৰে!
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 76
@Rana-hg8hg
@Rana-hg8hg 17 күн бұрын
অসমৰ জাতি জনগোষ্ঠী সকলোৱে চিন্ডিকেট বাহিনীৰ নেতা সকলক বৰ্জন কৰিব লাগে
@jagannathdas484
@jagannathdas484 17 күн бұрын
কোনোবাই ৰজা বুলিও ক'ব কিন্তু ময় ভিক্ষাৰি বুলিহে ক'ব খোজোঁ কাৰন ৰাইজৰ ভোট ভিক্ষা ক্ষুজি লৈছে আৰু ৰাইজৰ টকাৰেই কাপোৰ লৈছে কিন্তু ময় নিজৰ দিন হাজিৰা কৰা টকাৰে লৈছোঁ ,সু নাম আছে।
@ayatullahsheikh3118
@ayatullahsheikh3118 17 күн бұрын
এই বোৰ এ ৰাইজৰ নেতা, অখিল গগৈ ঠিক কথাই কৈছে ।
@mamatachakraborty-xq5by
@mamatachakraborty-xq5by 17 күн бұрын
অখিল গগৈ ডাঙরীয়া জিন্দাবাদ। বিজেপিৰ এই অহ্ঙকাৰী নেতা বিলাকক ভালকৈ এসিকনি দিব লাগে।
@ranjitgowsami7891
@ranjitgowsami7891 17 күн бұрын
ওপৰৰ মাল জনে তাত কৈ বেছি আৰু কি কৰিব, লোকৰ ভৰিত ধৰি মন্ত্ৰী হোৱা মানুহৰ পৰা কি আশা কৰিব অসমীয়াই
@ankitabarman9770
@ankitabarman9770 17 күн бұрын
নহলে দেখোন মন্ত্ৰী বুলি কোনেও নেজনিবাই।
@intajulzaman4393
@intajulzaman4393 17 күн бұрын
Good very good Akhil Da
@intajulzaman4393
@intajulzaman4393 17 күн бұрын
Right 👍👍
@joyahatari675
@joyahatari675 17 күн бұрын
পিয়াজ murdabad।।aha 26ot amar জাগীৰোড খামাজটিত কেনেকৈ M L A hoi thakibo kheito Sinta কৰক।।জয় আই অসম।
@anilhoro8702
@anilhoro8702 17 күн бұрын
Akhil da is right...because this time is not for politics, This time is for the People ....of our ASSAM
@SaratDeka-p7h
@SaratDeka-p7h 17 күн бұрын
Good advice
@user-yp1lb6yv4m
@user-yp1lb6yv4m 17 күн бұрын
ভাল কথা কৈছে
@dhurbakumarnath2927
@dhurbakumarnath2927 18 күн бұрын
Akhelgogizindabad
@asomiaasom6008
@asomiaasom6008 17 күн бұрын
পিযুষ হাজৰিকা নামৰ প্ৰাণীটো মানুহৰ শ্ৰেণীতেই নপৰে সি এটা জহৰা কুলাংগাৰ পশু জানোৱাৰ ।পিযুষ হাজৰিকা নামৰ জহৰা পশুটোৱে ৰূপহী ঘৈনিয়েকৰ ৰূপৰ বাবেহে মন্ত্ৰী হৈ আছে ।
@tutudas630
@tutudas630 17 күн бұрын
মুখত হাহি চোৱা কাৰো বাবে দুখ নাই পানীত কেনেদৰে আছে মানুবোৰ
@user-fu7ej9sh3n
@user-fu7ej9sh3n 17 күн бұрын
Akhil Gogoi sir , I love you and we all hope you go immediately to school campus sibsagar and meet teachers principal new incharge and students and take steps for reducing such phenomenon in coming days by students on their teachers 🙏🙏🙏
@nirmalsrl8385
@nirmalsrl8385 17 күн бұрын
Akhil da you are greatest.
@user-te7cu1qp8n
@user-te7cu1qp8n 17 күн бұрын
সেই কাৰণে ইমান চালবাজি কৰি মন্ত্রী / এম এল এ হব লাগে ।
@user-hr3zj9ke6m
@user-hr3zj9ke6m 17 күн бұрын
Right
@jibongogoi6940
@jibongogoi6940 17 күн бұрын
Pijus hazarika ই ৰাজনীতি কেতিয়া ত্যাগ কৰিবা ll
@democraticfreedom-g7q
@democraticfreedom-g7q 17 күн бұрын
পিষুজ ৰ লাজ থাকিব লাগিব টো। একোৱে, নাই। কেবল হিন্দু ৰ নামত বিষ ঢালি আছে।
@GunendraNath-ze3fq
@GunendraNath-ze3fq 17 күн бұрын
Thik, kotha koise dadai,
@arpitadutta9888
@arpitadutta9888 17 күн бұрын
Good
@user-of4yf2pu7w
@user-of4yf2pu7w 17 күн бұрын
Right👍
@debenkonwar8367
@debenkonwar8367 7 күн бұрын
অখিল ভাই এৰা একদম শ টকীয়া কথা কলে দেই ।
@kakoligayan2065
@kakoligayan2065 17 күн бұрын
পীযুষ হাজৰিকা এটা কালান্তক অসুৰ
@lnl6069
@lnl6069 18 күн бұрын
CM Sir. Manuhr gaat dhori kebol gato pihi thaki...Khomessar khomadhan kore. Ei manuhr gaat dhori gaa pihi thaki kam korile, Daitto korttoyabor kam kora Buli kua nejai..🤣🤣.🙏🙏
@satyajitmahanta1470
@satyajitmahanta1470 17 күн бұрын
Adhikbhokti surorlakhyan
@arupdas8897
@arupdas8897 17 күн бұрын
Highly intelligent and critical analysis of the flood situation
@gobindahajong486
@gobindahajong486 18 күн бұрын
Bazar gole manu gamosa pindhe na long pant pinde
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 18 күн бұрын
আৰে বানপানী হলে কিছুমানৰ কাৰনে উৎসৱ আৰু উপাৰ্জনৰ পথ ।
@ikramulhussain4303
@ikramulhussain4303 17 күн бұрын
Dalali/Drama & Loot,, aaru eko nai,,
@niyazahmed6105
@niyazahmed6105 17 күн бұрын
👍👍👍👍
@user-sl6qo4qm8m
@user-sl6qo4qm8m 16 күн бұрын
Akhil right.
@mohanpanging8351
@mohanpanging8351 17 күн бұрын
Right sir
@GubinHemrom
@GubinHemrom 5 күн бұрын
Good 👍🙏
@jitulbaruahchannel4855
@jitulbaruahchannel4855 8 күн бұрын
Aapunak bohut bhal paau. Majote dekhisilu aapuniu logot thaki teuk Mitha kotha koisil. Next tenekuwa nibisaru. Aapunar logot teu ketiyau hobo nuware. Aaru aamiu haitu nibisaru
@intajulzaman4393
@intajulzaman4393 17 күн бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@BalenDas-dt8fq
@BalenDas-dt8fq 17 күн бұрын
বিধায়ক অখিল গগৈ ডাঙৰীয়া দৰকাৰী আহ্বান জনায়।
@runuburaguhain6361
@runuburaguhain6361 9 күн бұрын
Write
@debojyotiboruah9167
@debojyotiboruah9167 17 күн бұрын
I like you
@TanuDas-bo8bl
@TanuDas-bo8bl 6 күн бұрын
অখিল গগৈৰ ডাঙৰীয়া কোৱা কথা,কেইটা, সকলো সঁচা এই সময়,ৰাজ,নিতি, নহয় বান,পিৰিতি,ৰাইজক, সহায় কৰা,সময়,কাৰন,কাৰ,বাবে, তেওঁৰ অসমৰ, মুখ্য মন্ত্ৰী, হল,এবাৰ,ভবা,সময়,হল, মুখ্য মন্ত্ৰী ডাঙৰীয়া
@amitavsarma454
@amitavsarma454 13 күн бұрын
অখিল গগৈৰ বাহিৰে সকলো বেয়া, তেওৰ বাহিৰে কোনোৱে একো নাজানে।
@mohanboruah9962
@mohanboruah9962 17 күн бұрын
Himanta can not bring even a one rupee from central goverment for assamese people.shame on CM.
@riturajboruahsgkclass5510
@riturajboruahsgkclass5510 17 күн бұрын
অখিল গগৈয়ে সঁচা কথা কৈছে
@KaoriMai
@KaoriMai 17 күн бұрын
Aru kam nai .manhu lagile mori jaowk
@saratdeka3948
@saratdeka3948 17 күн бұрын
ছাৰক মোৰ প্ৰণাম
@bhaskarboruah1946
@bhaskarboruah1946 17 күн бұрын
Hosa kotha😅❤❤
@BhumidharNath-im7ml
@BhumidharNath-im7ml 17 күн бұрын
এই বিলাক ৰজা মন্ত্রী নহয়৷ এই বিলাক একোজন ভিখাৰী।কেন্দ্রীয় চৰকাৰৰ ওচৰত ধৰি অনা বান্দৰ। অমৃত চাহৰ লগত লগ হৈ ডাঙৰ ডাঙৰ পুখুৰী খান্দিলে হব।
@user-eq9fu2qj3n
@user-eq9fu2qj3n 17 күн бұрын
ওপৰৰ মাল যে
@nirmalsrl8385
@nirmalsrl8385 17 күн бұрын
Kela balor mal
@crazynhk5030
@crazynhk5030 17 күн бұрын
Uporor mal ru eta misolia
@madhurjyak
@madhurjyak 17 күн бұрын
😅😅
@chahjahangogoi6257
@chahjahangogoi6257 16 күн бұрын
Gogoi a hoday a hosa kotha koy.....
@mohanboruah9962
@mohanboruah9962 17 күн бұрын
Fakidas cm, only faki,faki,faki,he can not do anything.
@sourabhray3801
@sourabhray3801 12 күн бұрын
sai fotua tur kotha sobei jane ....
@debajitbaruah7238
@debajitbaruah7238 17 күн бұрын
RRR3
@user-bi8pk9kx9l
@user-bi8pk9kx9l 17 күн бұрын
Pijusok jangiya pindhi baanpani saabo lage
@tapandas5309
@tapandas5309 17 күн бұрын
floodor babe gogoi ...nehruok dosh dilei hol aru...
@nirmalsrl8385
@nirmalsrl8385 17 күн бұрын
Floodor not bor flower
@BidyaDevi-kh9dk
@BidyaDevi-kh9dk 15 күн бұрын
Montir lbl dekhabo goise
@manashaxomia4202
@manashaxomia4202 17 күн бұрын
Belegok kela dakha nai ni...white kurta pyjama logai goi help korar poribote news aagot advice di furise..
@nawanitapator3572
@nawanitapator3572 17 күн бұрын
তই কি কৰিছ,
@user-dw3mp6fn2m
@user-dw3mp6fn2m 17 күн бұрын
🎉upra.mal.o
@bikshitautpalbora1014
@bikshitautpalbora1014 17 күн бұрын
ৰজা জনক বলিউডত মডেলিং কৰিবলৈ অসমৰ ৰাইজে পৰামৰ্শ দিয়া উচিত।
@MaoBourah
@MaoBourah 17 күн бұрын
Dum nowar pora namil
@biplabray6304
@biplabray6304 10 күн бұрын
Akhil miyak belegor kotha koi toka ghotok . Akhil toi he hindu musolman kajiya logai diya
@sumedali5087
@sumedali5087 18 күн бұрын
Yah to hamara assam ka Jan gan ka samasya hai yah to BJP ka samasya hai hi nahin na iske liye photo station karne ke liye hi jaenge
@debajanibaruah3105
@debajanibaruah3105 17 күн бұрын
পিয়ুজে লোকৰ ভোট লৈ ৰজা হৈছে ।পাহৰি গৈছে নেকি ।ওপৰৰ মাল কাপোৰ পিন্ধি দেখাবই ।ৰজা হোৱাৰ পিচত প্ৰজাৰ দুখে কত লগ পাব ।বিজেপি ৰজা কেইটা অহংকাৰী হয় যত অসমীয়াৰ ঘৰ ভাঙিলে বানপানী নহয় বুলি কোৱা ৰজা ।
@monjuridutta5528
@monjuridutta5528 7 күн бұрын
Right
Sigma Kid Hair #funny #sigma #comedy
00:33
CRAZY GREAPA
Рет қаралды 33 МЛН
Looks realistic #tiktok
00:22
Анастасия Тарасова
Рет қаралды 105 МЛН
How Many Balloons Does It Take To Fly?
00:18
MrBeast
Рет қаралды 168 МЛН
atanu bhuyan"s  video
5:08
atanubhuyan"s news video
Рет қаралды 134 М.