পিযুষ-প্ৰদ্যুতৰ বিস্ফোৰক অভিযোগ-প্ৰতিঅভিযোগে কঁপাইছে সামাজিক মাধ্যম!

  Рет қаралды 42,892

NorthEast Now

NorthEast Now

3 күн бұрын

🛑প্ৰসংগ: ইন্দ্ৰজিৎ দাস!
🛑মন্ত্ৰী পিযুষ VS সাংসদ প্ৰদ্যুত!
🛑পিযুষক লৈ সাৱধানবাণী শুনালে প্ৰদ্যুতে!
🛑সাংসদ বৰদলৈৰ বিস্ফোৰক ফেচবুক পোষ্টে কঁপাইছে সামাজিক মাধ্যম!
🛑স্পষ্টীকৰণ দিবলৈ বাধ্য হ’ল মন্ত্ৰী পিযুষ হাজৰিকা!
🛑মন্ত্ৰী পিযুষ হাজৰিকাক জাগীৰোড সমষ্টিত সমালোচনা নকৰিব!
🛑অন্যথা জপিয়াই পৰিব পিযুষৰ গুণ্ডাবাহিনী!
🛑বিশেষ সম্প্ৰদায়ৰ ভোট লৈ জয়ী হৈছে প্ৰদ্যুত বৰদলৈ!
🛑প্ৰদ্যুত বৰদলৈৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ ভাবুকি মন্ত্ৰী পিযুষৰ!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 84
@prahladdas2789
@prahladdas2789 2 күн бұрын
কিমান কৰিবি সৰ্বসাধৰণ জাইজৰ ওপৰত অত্যাচাৰ ভগৱানে দেখি আছে😊😊 আৰু বেছি দিন নাই বেয়া দিন‌ আহি আছে তহতৰ
@jitubarman6162
@jitubarman6162 2 күн бұрын
এইবাৰেই শেষ ইহঁতৰ ৷
@vikramborgohain1910
@vikramborgohain1910 2 күн бұрын
জি, পি চিংৰ ভূমিকা,, এতিয়া লক্ষ্যনীয় হব.,,,,,,,
@boruahakash8237
@boruahakash8237 2 күн бұрын
আৰু vote দিব BJP'ক, এতিয়া মাৰ কিল খাই মৰক অসমৰ ৰাইজ।
@user-ul8si7dc6t
@user-ul8si7dc6t 2 күн бұрын
প্ৰদ্যুৎ বৰদলৈয়ে এশ শতাঙ্শ সঁচা কথা কৈছে
@BhumidharNath-im7ml
@BhumidharNath-im7ml 2 күн бұрын
অংহকাৰীহতৰ অয়্তাচাৰৰ বাহিৰে আন একো নহয়। ইহতৰ হত শ্ৰী হোৱাৰ সময় আহিছে।
@dilipmahanta8479
@dilipmahanta8479 2 күн бұрын
প্ৰশাসনৰ টোপনি ভাগিবনে
@HirenNath-vm1dk
@HirenNath-vm1dk 2 күн бұрын
জুই লাগিলে ধোঁৱা ওলাবই ।
@tonkeswargogoi5761
@tonkeswargogoi5761 2 күн бұрын
এই টো সোনকালে মৰি লেই হল।
@jayadass2681
@jayadass2681 2 күн бұрын
এনে চৰিত্ৰ বিধায়ক কেইটামান সমষ্টিত আছে দেই।
@JakirHussain-nh7ho
@JakirHussain-nh7ho 2 күн бұрын
এই নেতা সকলক কোনে ভোট দিয়ে আচৰিত দেই
@narayankumarbora3762
@narayankumarbora3762 2 күн бұрын
এইজনা দেখুন আগতে ৰহা সমষ্টিৰ বিধায়ক আছিল, পাহৰিলে নেকি? সন্মানীয় প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়া গুজৰাটত নিৰ্বাচনত জিকি মুখ্যমন্ত্ৰী হৈছিল। বৰ্তমান UP ৰ বৃন্দা বন সমষ্টিৰ পৰা জিকি প্ৰধানমন্ত্ৰী হৈছে। গতিকে, সন্মানীয় বৰদলৈ , গৌৰৱ গগৈ য়ে সমষ্টি সলনি কৰি আইন বিৰোধী কাম কৰিলে নেকি?
@inglishvlogs1015
@inglishvlogs1015 2 күн бұрын
অভিশপ্ত ওপৰৰ মাল, গাত পোক লাগিব, নিজৰ পৰিয়ালৰ কথা ভবা উচিত, আনৰ পৰিয়ালক অত্যাচাৰ কৰাৰ আগতে,
@shyamolikabora2924
@shyamolikabora2924 2 күн бұрын
বি জে পি অসম পাচ বছৰীয়া শাসন হে ভাল কাম কৰক
@jahirulislam4311
@jahirulislam4311 2 күн бұрын
ইস্মিতি ৰাণীৰ কথাটো মনত পেলালেই হল। কি অবস্থা হৈছে চিলিণ্ডাৰ ৰাণীৰ।
@pgoswami5378
@pgoswami5378 2 күн бұрын
এনে ফৰমূলাৰে কিমান বছৰ চলিব বাৰু? সময় সদায় একেই নাথাকে।
@jibongogoi6940
@jibongogoi6940 2 күн бұрын
Pijus hazarika gunda ne montry
@kanaklalsutradhar6998
@kanaklalsutradhar6998 2 күн бұрын
Duotai 😂
@pratimasarma1737
@pratimasarma1737 2 күн бұрын
সি গুণ্ডা মন্ত্ৰী।
@user-of4qf6qk2u
@user-of4qf6qk2u 2 күн бұрын
Pijusar tejar kamorani uthise
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf 2 күн бұрын
True
@user-qg9dt9zb1c
@user-qg9dt9zb1c 2 күн бұрын
মামা আগত পিয়াঁজ পিছত।
@lalitpukan4197
@lalitpukan4197 2 күн бұрын
Not only in Assam but also in India.
@hemkantaborah7434
@hemkantaborah7434 2 күн бұрын
গুণ্ডা পিযুষৰ গুণ্ডা বাহিনী। পিযুষ ওৰফে দম হাজৰিকা।
@dilipkumarboruah7406
@dilipkumarboruah7406 2 күн бұрын
D g p য়ে কি ভুমিকা লয় ‌তকে চাবলৈ বাট তাই ৰলো।
@pratimasarma1737
@pratimasarma1737 2 күн бұрын
একো নকৰে।
@rofiqulislam1080
@rofiqulislam1080 2 күн бұрын
নিজে ৰহাৰ পৰা জাগীৰোডলৈ আহি বিধায়ক হৈ হিমুমামাৰ চামচাগিৰি কৰি মন্ত্ৰীত্ব পাই বেলেগক সমালোচনা কৰে পিয়াজ হাজৰিকাই !! ছি:ছি:নিধকটো!চালনীয়ে বেজীৰ ফুটা আছে বুলি ইতিকিঙ কৰে !!
@JakirHussain-nh7ho
@JakirHussain-nh7ho 2 күн бұрын
আৰু ভোট দিবা বিজেপিক
@simantahazarika5060
@simantahazarika5060 2 күн бұрын
অতী দৰ্প হত লঙ্কা
@mohendradohutia-dj5km
@mohendradohutia-dj5km 2 күн бұрын
এইবুৰ গাডি চিৰ দিন নেথাকে।ভাবি চোৱা ভাল।
@user-cn2ub1cs9p
@user-cn2ub1cs9p 2 күн бұрын
এই সকলোবোৰ জনসাধাৰণৰ মাজত ভালদৰে বুজোৱাৰ চেষ্টা কৰক,তেনে 26তফল পাব
@user-wm1hn6ie1r
@user-wm1hn6ie1r Күн бұрын
পিয়ূছেনিজৰ বাট নিজে নিজে মাৰিছে। যোৰহাট ত পদ ত্যাগ কৰি ম কৈ অহা জনে পদ ত্যাগ কৰা নাই কিয় যোৰহাটত গৈ মুখ কেনেকৈ দেখুৱাব।লাজ নেলাগিবনে।
@rajibgogoi4256
@rajibgogoi4256 Күн бұрын
কঙখ ৰাজ্য ত ,কঙখ ৰাজ ছলিব ই ।
@dilipgogoi3682
@dilipgogoi3682 2 күн бұрын
ৰাম ৰাম। তুমি হে জানা।
@binudas8708
@binudas8708 Күн бұрын
এনে আচৰনৰ পৰা দেশ জাতি আৰু দেশৰ নতুন প্ৰজন্ময়ে কি শিক্ষা পাব ৰাইজে এই কথা এবাৰলৈ ভাৱকছোন।
@anitabordoloi1570
@anitabordoloi1570 2 күн бұрын
Pradyut BORDOLOI Zindabad
@pradipdas3459
@pradipdas3459 2 күн бұрын
বেছি হৈছে।
@user-sx7kr6oe2m
@user-sx7kr6oe2m 2 күн бұрын
ARU VOTE DIYAK B J PK
@moinuddinchisty7456
@moinuddinchisty7456 2 күн бұрын
Din sapi ahise
@salimhussain4907
@salimhussain4907 2 күн бұрын
পিয়াজৰ তেল বাঢ়িছে
@manashphukan6345
@manashphukan6345 2 күн бұрын
26 ত কংগ্ৰেছ চৰকাৰ আহিলে ইহঁতক পানিস্মেন্ত দিয়া হব।note কৰি ৰাখিব লাগে।
@user-pk5zg7gz4w
@user-pk5zg7gz4w 2 күн бұрын
Jiwanat hukh dukh hakalur babe aase edin hai hukh dukhar bhagi hakaluei haba lagiba.Tejar gapgapani bhagawane ketiao hajya nakare yar parinam bidhya hamayat diba lagiba.
@user-om9xh3sr1f
@user-om9xh3sr1f 2 күн бұрын
Piyush mane Dalai, sur, abhadra
@janardonbora2795
@janardonbora2795 2 күн бұрын
কিবা ব্যৱস্থা লব
@7gc970
@7gc970 2 күн бұрын
ভাল কৰিলে আৰু মাৰিব লাগে ইনেই কোনো কাকো এইবোৰ নকৰে । কিবাৰ কাহিনি আছে ।
@swealisaikia4233
@swealisaikia4233 9 сағат бұрын
পিযুষক মেসখেলা পিন্ধাই দিব লাগ ।
@dkvlogs0145
@dkvlogs0145 Күн бұрын
ইহঁতৰ গুন্ধাগিৰি ২০২৬ চনত পতন।
@PranjalHazarika-nx7vo
@PranjalHazarika-nx7vo Күн бұрын
Xomogro Axom baxi'e Jorhat baxi'r pora xikha lauk aru anurup xidhanto grohon kori dekhauk 2026.t....
@test-ix9im
@test-ix9im 2 күн бұрын
Case kor na high court ot.... sob thik hbo
@user-ov6gt7wu9h
@user-ov6gt7wu9h 2 күн бұрын
Oh
@Dilipchandra-dv6ym
@Dilipchandra-dv6ym 2 күн бұрын
Might is right. Ki kariba, ji hai haba loi di yak. Raije buji lei hal. Andhar hodai netha ke, edin puhar ahi ba . Mana loi duh sinta nani ba. Apu nar pori al ase. Sa moi ye adin bisar kari ba. Adhikar nibi sari ba. Barta man mana bata pin ja rat aba dha. Hai mana bata, hai sama jik bi byas tha.
@pinkisarmah8400
@pinkisarmah8400 Күн бұрын
B j p manei gundaraj so b j p go back .
@user-bq3vt8ot6h
@user-bq3vt8ot6h Күн бұрын
পিয়াজৰ দিন উকলিল 😅😅
@user-bc3yv4we3e
@user-bc3yv4we3e 2 күн бұрын
No pijush hajarika as a upararr mal tak ২০২৬t dakalai hal 😊
@bebidewri787
@bebidewri787 4 сағат бұрын
উপৰ মাল বুলি এনে কোৱা নাই
@user-of5gy3te4s
@user-of5gy3te4s 2 күн бұрын
Pijush ajon gundami .ajon kam naykiya MLA tekhetor kunu MLA huwar jugya nay .congress thakute yuth congreseor president kori yuthor bohut Toka Mari BJP loi polayj jay
@user-ys1tp7id6q
@user-ys1tp7id6q 2 күн бұрын
comment porhilei buji pua jai... gunda kun ?
@golokchandraborah779
@golokchandraborah779 Күн бұрын
Bishesh janagusthir katha nakoi raijor bhal kaam karak
@madhabhazarika6278
@madhabhazarika6278 8 сағат бұрын
ফিল্ম কাট
@anupamngo1456
@anupamngo1456 Күн бұрын
ENDING soonest possible
@birendranathsaikia2350
@birendranathsaikia2350 2 күн бұрын
Bordoloi is intelligent , BJP's think tank need to be changed . Congress is always for Mia for vote. They want 40% mia mla in the assembly . If indigenous people do not understand the real facts that our kitchen is surrounded by mia exactly what Dr Bhupen Hazarika explained in his song .
@_axomia_lora_2624
@_axomia_lora_2624 Күн бұрын
এয়াচোন ভাই লোগ
@TarunPayeng
@TarunPayeng Күн бұрын
Bjp Mane hatot powar aient,,,,hihote assomt bisingkolata sisti kori ase
@rinabharali454
@rinabharali454 2 күн бұрын
Ooo unayonor kotha fb kuwai dukh. Aamar astro hobo. Election. Haju houk hokolu
@SVStsp
@SVStsp Күн бұрын
Ganga jal
@utpaldeka5628
@utpaldeka5628 Күн бұрын
FIR diyok....
@sherTrade
@sherTrade 2 күн бұрын
Ki j hobo???
@prasantarai3921
@prasantarai3921 2 күн бұрын
Eak samvaliba pora nai.
@traveller1234
@traveller1234 2 күн бұрын
Manuhtuk dekhile gundha gundha lage
@duljitsaikia4873
@duljitsaikia4873 Күн бұрын
Uporor mal 😂😂
@dharaniligira7255
@dharaniligira7255 2 күн бұрын
Not. Like it
@SanmoniGogoi
@SanmoniGogoi 2 күн бұрын
Bijoi hua ata manuhe Abul tabul nabake,dukhi manuhe Abul tabul baki thake.
@kaluwa5946
@kaluwa5946 2 күн бұрын
Suspend koribo laga oc
3M❤️ #thankyou #shorts
00:16
ウエスP -Mr Uekusa- Wes-P
Рет қаралды 6 МЛН