Рет қаралды 67,237
এজন চহা শিল্পী
লোক সংগীতৰ সাধক তেওঁ
এসময়ৰ ৰাষ্ট্রীয় পৰ্যায়ৰ খেলুৱৈ তেওঁ
এসময়ৰ ছাত্র নেতাও আছিল তেওঁ
আজি উপেক্ষিত, অৱহেলিত, অনাদৃত
মাজুলীৰ অখ্যাত শিল্পী বিষ্ণু দাস তেওঁ
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’
#PratidinTime #assam #Abhimat