KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় বাদ্যযন্ত্রী প্রিয়াংকু বৰদলৈ আৰু ঋষভ ভূঞা
1:20:15
'ৰেন মৌ'ত আইচেংফাৰ স'তে মুক্তি পাবলগীয়া নতুন অসমীয়া চলচ্চিত্র "চিলনী চোৰ"ৰ অভিনেতাদ্বয়
1:36:29
Этот бой - Самое большое РАЗОЧАРОВАНИЕ за всю КАРЬЕРУ БУАКАВА!
01:00
☝️☝️☝️МАЛЫШ-СИЛАЧ 14 лет притворился НОВИЧКОМ | Школьник сделал то, чего не смог качок
00:50
99.9% IMPOSSIBLE
00:24
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
'ৰেন মৌ'ত আইচেংফাৰ স'তে 'নন্দিনী'ৰ সম্পাদক, সু-লেখিকা মাইনী মহন্ত। EP 37
Рет қаралды 67,827
Facebook
Twitter
Жүктеу
1
Жазылу 110 М.
Jaatra
Күн бұрын
Пікірлер: 204
@aichengfaboruah
8 ай бұрын
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏
@bandanakalita2087
8 ай бұрын
Khub val lagil.
@himajyotimazumdar1408
8 ай бұрын
😊
@nizaradas2949
7 ай бұрын
বহুত ভাল লাগিল
@Upasvlog-i3f
7 ай бұрын
মাইনি মহন্তৰ ব্যক্তিত্বই সদায় আকৰ্ষণ কৰে মোক । দেখিলেই এক শ্ৰদ্ধা ভাৱ আহি যায় ।ভালে থাকক সদায় , সু স্বাস্থ্য কামনা কৰিলোঁ ❤❤
@farhasuhana9646
6 ай бұрын
বাইদেউৰ কিতাপ সৰুৰে পৰাই পঢ়ি আহিছোঁ। ভাললাগে তেখেতৰ ব্যক্তিত্ব❤
@sukanyadevibora6928
Ай бұрын
বাইদেউ ইমান সফল জনপ্ৰিয় হৈও নিজৰ অভিনয়ৰ কথাখিনি বৰ সৰল আৰু ৰসালকৈ ক’লে নাহাঁহি নোৱাৰিলোঁ ৷ এটি সুন্দৰ অনুষ্ঠান ৷বহুত বেছি ভাল লাগিল ৷ধন্যবাদ
@jahnabisaikia3266
7 ай бұрын
প্ৰতিটো খণ্ড চাওঁ ভাল লাগে কিন্তু আজিৰ খণ্ডটি সকলোতকৈ ভাল লাগিল 🌻৷
@MonikaBorgohain-uv7zx
8 ай бұрын
ধন্যবাদ আইচেংফা বা,আজিৰ খণ্ডটিৰ জড়িয়তে বহুতো নজনা কথা জানিব পাৰিলো,বহুত ভাল লাগিল।
@archishakonch1348
8 ай бұрын
ইমান ভাল লাগিল কবলৈ ভাষাৰ অভাৱ, ধন্যবাদ এনে কোৱা সাক্ষাৎ কৰা চাবলৈ পোৱাৰ বাবে,
@shantipriyakataki4604
8 ай бұрын
বৰ ভাল লাগিল। এনেকুৱা আৰু অনুষ্ঠান বিচাৰোঁ ।
@DiptiSharmaBaruah
7 ай бұрын
২০০০ চনত ডিমাপুৰত আছিলো৷ নন্দিনী, প্ৰিয় সখী আৰু বিস্ময় ৰেলৱে ষ্টেচনৰ কিতাপৰ দোকানখনত আনি থবলৈ কওঁ৷ বৰ আগ্ৰহেৰে পঢ়িছিলোঁ৷ ইমান সুন্দৰকৈ লিখিব জনা ব্যক্তি গৰাকীৰ আত্মিক অনুভৱবোৰো ইমান সৰল, মোহনীয়৷ সঁচাকৈ মোহিত হ’লো৷ আৰু দুয়োলৈকে শ্ৰদ্ধা, মৰম জ্ঞাপন কৰিলোঁ ❤❤
@minakshidevi7064
7 ай бұрын
মাইনী বা মোৰ খুব মৰমৰ। খুব ভাল পাওঁ। খুব সুন্দৰ আলোচনা।
@gunahandique3909
8 ай бұрын
বৰ ভাল লাগিল অনুষ্ঠানটো।।।। মাইনী বা কথা বোৰ কবিতা কবিতা লাগিল।লগতে আইছেংফা কথা বোৰ বৰ মৰমলগা,,,
@kangkanagogoi388
8 ай бұрын
প্রথম চালো বহুত বেছি ভাল লাগিল। আইচেংফা বৰুৱা ইমান মৰম লগা। দুয়ো গৰাকীয়ে কথাবোৰ ইমান ধুনিয়াকৈ কয়। সচাঁই বহুত ভাল লাগিল।
@hiranyarajkhowa4119
8 ай бұрын
আমাৰ মৰম আৰু শ্ৰদ্ধাৰ মাইনী বাইদেউলৈ আমাৰ তৰফৰ পৰা এবুকু অন্তৰভৰা শুভ কামনা জনালোঁ। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক মাইনী বা। মোৰ অতি শ্ৰদ্ধাৰ প্ৰিয় সাঙবাদিক আৰু শ্ৰদ্ধাৰ সন্মানীয় লেখিকা। তেখেতৰ লিখনিবোৰ পঢ়ি আমি আপ্লুত হও। বাইদেউক ভগৱানে কূশলে ৰাখক।❤❤❤❤
@hiranyarajkhowa4119
8 ай бұрын
মাইনী বাইদেউ অসমৰ এগৰাকী যথেষ্ঠ মননশীল লেখিকা। বাইদেউৰ সৈতে লোৱা এই সাক্ষাৎকাৰটো যাত্ৰা ৰেন মৌ অনুষ্ঠানটোৰ এক অনন্য আৰু ব্যতিক্ৰমী আৰু অন্যতম অনুষ্ঠান। বাইদেউৰ লগতে আইচেঙফাৰ আৰু জুলফি সকলোলৈকে বহুত বহুত শুভ কামনা জনালোঁ।❤❤❤
@abhisekkaushik9780
8 ай бұрын
খুবেই সুন্দৰ এটা অনুষ্ঠান। ভাল লাগিল।
@binadevi2307
8 ай бұрын
মাইনী মহন্তৰ সাক্ষাৎকাৰ টোৰ বাবে আইচু্ংফালৈ বহুত ধন্যবাদ।মাইনীৰ বিনম্ৰতাই সকলোকে উজ্জীৱিত কৰি তুলে,সাহস য়োগাই।যাৰ বাবে তেখেত সদায় শ্ৰদ্ধাৰ পাত্ৰী
@babitadeka8849
8 ай бұрын
আইচেংফা তোমাক বহুত ভাল লাগে ❤ আজিৰ খণ্ডটি আৰু খগেন দা ৰ খণ্ডটি বহুত ভাল লাগিল 🤍 'ৰেন মৌ' ৰ যাত্ৰা অবিৰত হওঁক ❤
@r.hazarika9231
3 ай бұрын
মাইনী মহন্ত বাইদেউৰ ব্যক্তিত্বই সদায়েই আকৰ্ষণ কৰে। তেখেতৰ লেখা পঢ়ি বহুত ভাল লাগে । তোমাৰ যাত্ৰা অনুষ্ঠানৰ মাধ্যমেৰে বাইদেউ সবিশেষ জানি বহুত ভাল লাগিল। বাইদেউ এনেদৰে আগলৈকে সুন্দৰ সুন্দৰ লেখা পঢ়িবলৈ পাওঁ, লগতে তেখেতৰ কুশল কামনা কৰিলোঁ। তোমাৰ লৈও আন্তৰিক ধন্যবাদ জনাইছোঁ ❤️❤️।
@rinubordoloi1241
8 ай бұрын
ইমান সুন্দৰ এটা অনুষ্ঠান, মনত দাগ কাটি গৈছে।
@mayuribaruah571
8 ай бұрын
ভাল লাগিল ৷ মাইনী মহন্ত বাইদেউৰ কিতাপ ভাল লাগে ৷ আপোনাৰ সকলো অনুষ্ঠানেই ভাল লাগে ৷
@ManashProtimBaruah-ve9ie
8 ай бұрын
ইমান ধুনীয়া এটা কথোপকথন। সঁচাই খুব ভাল লাগিল। ইমান পৰিপক্ৰ কথোপকথন। বাইদেউ লৈ এটা মাত্ৰ অনুৰোধ। একিগাই খনৰ অসমীয়া অনুবাদ এটা পাৰিলে কৰকচোন। ইংৰাজী কিতাপ খন পঢ়ি এটা অনুভৱ হল যে আমাৰ মাতৃভাষাত পঢ়িব পালে আৰু বেছি ভাল লাগিল হই। অনেক অযুদ সুভকামনা ৰেন মৌ লৈ।। ৰাইপুৰ ছাতিছগড় ৰ পৰা❤❤❤
@moureensvlogandworld225
8 ай бұрын
সন্ধিয়া সময়খিনি আপোনালকৰ মধুৰ বাৰ্তালাপে সন্মোহিত কৰি ৰাখিলে❤।খুউব সুন্দৰ।
@sandhyaphukan3560
8 ай бұрын
'ৰেন মৌ' আজি অনুস্থানটি বহুত ভাল লাগিল। আপোনালোক দুয়োৰে হাঁহি ভৰা কথোপকথন শুনি উপকৃত হলো।মাইনী বাইদেউক বহুত ভাল লাগে।
@purabikalita4864
8 ай бұрын
কথাখিনি শুনি বহুত ভাল লাগিল ,,, আইছেংফা বা আপোনাৰ কথা বিলাক শুনি মোৰ বহুত ভাল লাগে,,,
@mayurigogoi7490
8 ай бұрын
মাইনী বা ইমান ধুনীয়া হৈ আছে আৰু বহুত দিনৰ মূৰত দেখা পালো ভাল লাগিল।মোৰ মৰমৰ হয় মাইনী বা ❤❤❤❤❤❤
@PompinaBorah
8 ай бұрын
খুবেই ভাল লাগিল,,,,,Mind refreshing 😊
@chumisreading3264
8 ай бұрын
স্বামীৰ কথা ইমান উৎসাহেৰে কৈছে।শুনি বৰ ভাল লাগিল।
@KaSiYali
8 ай бұрын
মাইনী মহন্ত বাইদেউ খুউব প্ৰিয় এগৰাকী ব্যক্তি ❤
@Rupam-dc8ts
8 ай бұрын
যাত্ৰা'ৰ 'ৰেন মৌ'ৰ আজিৰ খণ্ডটি অন্যতম । 'ৰেন মৌ'ৰ যাত্ৰা অবিৰত হওক ❤। বা আপোনাক বহুত ধুনীয়া লাগিছে আৰু আপোনাৰ আইঅ' খুব মৰম লগা ❤।
@manishadeka6600
8 ай бұрын
মাইনী মহন্ত বাইদেউৰ গ্ৰন্থ পঢ়িছো প্ৰায়খিনিয়েই।প্ৰিয় লেখিকা❤️❤️।কথাবোৰ বৰ ধুনীয়াকৈ কয়।episode টো বৰ ভাল লাগিছে বা🥰🥰।গাম্ভীৰ্যপূৰ্ণ হৈছে।Love u lots "Jaatra"❤️❤️❤️
@RupjyotiBaruahRB
6 ай бұрын
আজি বাক বহুত ধুনীয়া লাগিছে।
@junmonidas4024
7 ай бұрын
আপোনালোকৰ কথোপকথন বহুত ভাল লাগিল!!🙏🙏দুয়োগৰাকী ব্যক্তি মোৰ খুব প্ৰিয়!!🥰🥰
@kongkonagogoi1042
8 ай бұрын
মেট্ৰিকৰ টেষ্ট পৰীক্ষা দি আহি মাইনী মহন্তৰ গল্পৰ কিতাপ পঢ়িছিলোঁ৷ প্ৰতিটো পৰীক্ষাৰ শেষত এটা গল্প পঢ়াৰ হেপাঁহ যে কিমান আছিল৷ সদায় প্ৰিয় মাইনী মহন্ত ৷
@DipaliDeka-rl9oe
8 ай бұрын
খুবেই ভাল লাগিল অনুষ্ঠানটি
@kishorekangkan4343
8 ай бұрын
আইচেংফা বাৰ “আইয়ু” আৰু বৰষা বাৰ “আইয়ু” বৰ মৰমলগা😊 ❤
@shyamalDeka-i5h
7 ай бұрын
ধুনীয়া লাগিছে চাই ।
@Bidbeast
8 ай бұрын
বহুত ধুনীয়া কথা কলে ।আজিকালি অফিচ কাছাৰীত জাতি ভেদ প্ৰথা নাই ।খুব ভাল লাগে সন্মান প্ৰদৰ্শন সুখী হৈছোঁ।
@geetmusicals4538
8 ай бұрын
অতি সুন্দৰ 💐 ভাল লাগিল
@nabanitakalita1775
8 ай бұрын
খুৱ সুন্দৰ লাগিল অনুষ্ঠানটো ৷ মাইনী বা আৰু আইচেংফা বা দুয়োগৰাকীলৈ অযুত মৰম❤
@kavitaduttagoswami6716
8 ай бұрын
মাইনীৰ গ্ৰন্থবোৰ এসময়ত খুব কিনি কিনি পঢ়িলো। কেতিয়াবা কেতিয়াবা ক'ৰবাত লগপাই যাওঁ যেতিয়া ইমান আপোন ভাবেৰে কথাপাতে। তাতে তুমি তেওঁৰ কথাবোৰো বৰ সুন্দৰকৈ উলিয়ালা। মাইনীৰ এই সাক্ষাৎকাৰ টোত যেন মই এখন কিতাপহে পঢ়িলোঁ। খুব ভাললাগিল। দুয়োলৈ বহুত শুভকামনা জনালো দেই।
@kalpananeog3532
8 ай бұрын
অনুস্থানটো চাই বৰ ভাল লাগিল, ইমান পৰে সুন্দৰ কাহিনী এটাৰ সৈতে যেন সুন্দৰ চুটি ছবি এখনহে উপভোগ কৰিলোঁ এনে লাগিল । সামগ্ৰিক ভাৱে বিভিন্ন স্পৰ্শকাতৰ বিষয়বস্তুৰ ওপৰত,অনুস্থানটোৰ আঁতধৰোতা মোৰ মৰমৰ আইচেংফাৰ সুন্দৰ আৰু ধুনীয়া প্ৰশ্ৰবোৰৰ,মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ মাইনীবাৰ উপস্থিত বুদ্ধিমত্তাৰে দিয়া গহীন -গম্ভিৰ উত্তৰবোৰে মোৰ লগতে, অনুস্থানটো উপভোগ কৰা সকলো ব্যক্তিৰে অন্তৰ চুই যোৱাৰ লগতে, আপ্লুতʼও হৈছে। কোনোবাখিনিত আনন্দত আত্মহাৰা হৈছোঁ, কোনোবাখিনিত আকৌ বহু কথাই নিজৰ লগত মিলাই চাইছো বা মিলিও গৈছে। মুঠৰ ওপৰত অলপো আমনি নলগাকৈ খুউব ভাল লগা এটা অনুষ্ঠান উপভোগ কৰিলোঁ। মাইনীবা মোৰ বাবে আদৰ্শ নাৰী,বাʼৰ নিৰ্ভিক আৰু স্পষ্টবাদীতাই মোক সদায় বিশেষ ভাৱে আকৰ্ষণ কৰে। পিছলৈ বাʼহঁতৰ ঘৰ যিহেতু বিশ্বনাথ চাৰিআলিৰ নৱপুৰত, আৰু মোৰো ঘৰ নৱপুৰতে গতিকে বাহঁতৰ ঘৰখনৰ পৰিয়ালকো আমি ভালকৈ জানো। বাʼক বৰকৈ লগ পোৱা নাই যদিও, তেখেতৰ মাʼক আমি বৰমা বুলি মাতো,তেখেত ইমান মৰমীয়াল আৰু অমায়িক আছিল যে তেখেতৰ ব্যক্তিত্বই আমাৰ জীৱনত বিশেষ ভাৱে প্ৰভাৱ পেলাইছিল আৰু এজন ককায়েক দীজেন মহন্ত,,,, তেখেতৰ অভিনয়, বিশেষকৈ কৌতুক অভিনয়ৰ কথা, এতিয়াও চাগে বিশ্বনাথ চাৰিআলিৰ সকলোৰে মনত গভীৰ সাঁচ বহুৱায় আছে। শেষত মাইনীবালৈ মৰম আৰু শুভকামনা জনাই,মোৰ মৰমৰ আইচেংফা আৰু আইচেংফাৰ সহযোগী কৰ্মকৰ্তা সকললৈ এসোপামান মৰম, আশীৰ্বাদ আৰু শুভকামনা জনালোঁ, 'ৰেন মৌ ' ৰ যাত্ৰা এইদৰেই সদায় অব্যাহত থাকক, তাৰেই কামনাৰে,,,,,,❤😊 কল্পনা নেওঁগ, মালিগাঁও চাৰিআলি, গুৱাহাটী,,,,,,
@678oktoyoutube
7 ай бұрын
আইচেংফা আৰু মাইনিবা দুগৰাকীৰ কথাই সকলোকে আপ্লুত কৰিব বুলি আশা কৰিলো
@jinaborgohain1909
8 ай бұрын
তেখেতে ইমান সৰল ভাষাত কথাবোৰৰ সমিধান দি গৈছে শুনি ভাল লাগিল । দুয়ো গৰাকীয়ে বৰ মৰমৰ ❤❤
@PurabiSaikia-ec4tt
8 ай бұрын
আইচেংফা বাৰ্তালাপ অতি সুন্দৰ হৈছে
@prabitachutia448
8 ай бұрын
আজি মাইনী মহন্তৰ কথা খিনি শুনি বহুত ভাল লাগিল , তেখেতৰ কিতাপ প্ৰায় খিনিয়েই পঢ়িছো , আজি অলপ চুলি খিনি কম বগা দেখিছো , ভাল লাগিছে এনেকৈয়ে থাকিলে ভাল দেখি , মোৰ প্ৰিয় লেখিকাৰ ভিতৰত এগৰাকী , ধন্যবাদ আইচেংফা আগলৈ
@gitanjoliborah2604
7 ай бұрын
সুন্দৰ❤❤
@rupanjaliboruah9834
8 ай бұрын
বৰ ভাল লাগিল কথাখিনি ❤
@Bidbeast
8 ай бұрын
মাইনী মহন্ত বাইদেউ আপুনি বহুত প্ৰেৰণা ।আপোনাক আপোনাৰ লেখনী বোৰ পঢ়িছিলোঁ।আপোনাক দেখি অভিভূত হৈছোঁ।
@jyotibora8504
8 ай бұрын
বহুত ধন্যবাদ মাইনী বাইদেউ
@tulumonigogoi8385
8 ай бұрын
ইমান বেছি ভাল লাগিছে❤❤
@chintabhuyan8443
8 ай бұрын
খুবেই ভাল লাগিল, মাইনী য়ে ইমান ধুনীয়াকৈ বুজাই দিছে
@shikhadas5536
8 ай бұрын
বুধবাৰ আমিও পঢ়িছিলোঁ। তাতেই দিয়া ধাৰাবাহিক উপন্যাস এখনৰ কথা এতিয়াও মনত পৰে। লিখক কোন পাহৰিছো। কিন্তু কাহিনী টো মন চুই যোৱা
@JayashreeboruahJayashreeboruah
8 ай бұрын
Aisangfa ba voice tu eman dhuniya ❤❤❤❤
@debajitdihingia2825
8 ай бұрын
ভাল লাগিল অনুষ্ঠানটো চাই ❤
@indranisonowal5477
8 ай бұрын
Mur priyo lekhika.... college book fair ot maini baa kitap bhut collection krixlu
@manashiboruah6531
8 ай бұрын
কথাখিনি বৰ ভাল লাগিল ।
@Jaya-1990
8 ай бұрын
প্ৰিয় এগৰাকী বাইদেউ ❤🙏
@minakshidas3254
8 ай бұрын
খুব ভাল লাগিল।তেখেতলৈ শুভেচ্ছা থাকিল।
@junmonigogoi2639
8 ай бұрын
মাইনী বা কথা খিনি বহুত সুন্দৰ লাগিল। কিছু কথা জানিব পাৰিলো। দুইয়ো গৰাকী বৰ মৰমীয়াল
@akankhyaduttaakankhya5063
8 ай бұрын
মাইনি বা মোৰ খুব বেচি মৰমৰ । আইচেঙফালৈ শুভ কামনা থাকিল ।
@AijoneePori
8 ай бұрын
সুন্দৰ
@TribeniKhanikar
8 ай бұрын
One of my fevourite writer. Tq jatra
@nanditadutta6770
8 ай бұрын
খুব ভাল লাগিল।
@deepashreedutta7925
8 ай бұрын
মাইনী মহন্তৰ প্ৰতিভাৰ তুলনা নাই।বৰ শ্ৰদ্ধা কৰো মই।
@mrbairagi3666
8 ай бұрын
সৰুতে নন্দিনী ত প্ৰায়ে নামটো দেখিবলৈ পাওঁ ❤ বৰ ভাল লাগিল আজিৰ খণ্ডটো চাই 🎉
@MonmiBaruah-lz5oc
8 ай бұрын
খুব ভাল লাগিল অনুষ্ঠানটো চাই। মোৰ প্ৰিয় এগৰাকী ব্যক্তি। সদায় ভালে থাকক 🙏🏻🙏🏻🥰🥰🥰
@pubaliborah7017
8 ай бұрын
❤❤❤ ভাল লাগিল
@riturajkashyap9738
8 ай бұрын
সুন্দৰ।আই অ।
@KalpanaDevi-h2q
8 ай бұрын
বহুত ভাল লাগিল দেই ।❤❤
@swarnalatadas5177
8 ай бұрын
বহুত ভাল লাগিল বাইদেউ ♥️
@gitikadevi325
8 ай бұрын
Khub bhal lagil, bahut prerana palo....
@dipamonisaikia1001
7 ай бұрын
মাইনী মহন্ত বাইদেউৰ ব্যক্তিত্বই মোক সদায় আকৰ্ষিত কৰে।
@jilmilsahariah7420
7 ай бұрын
Bahut val lagil ❤❤❤❤🎉🎉🎉
@madhusmritasaikia1670
8 ай бұрын
খুব ভাল লাগিল কথাখিনি। প্ৰশ্ন অতি সুন্দৰ। লীনা শৰ্মা বাইদেউৰ লগত এটা অনুষ্ঠান কৰিবা বুলি আশা কৰিলোঁ, আইচেংফা। মৰম থাকিল তোমালৈ।❤
@bikashitakalita597
8 ай бұрын
মোৰ আটাইতকৈ প্ৰিয় সাংবাদিক গৰাকী। ❤
@bichitradevi432
8 ай бұрын
দুয়ো গৰাকী মোৰ প্ৰিয় নাৰী ভাল লাগিল অনুষ্ঠানটি
@joyshreegogoi6569
8 ай бұрын
Priyo lekhika..❤❤❤
@Tora532
8 ай бұрын
Val lagil bahut 🙏🙏🙏may God bless both of you
@mbgohain7262
8 ай бұрын
Khub bhal lagile ❤❤
@gyandeepnath3600
8 ай бұрын
বহুত বেছি ভাল লাগিল ❤
@pkdhuniya4967
8 ай бұрын
Ba r aai 'o' word ti mr bohut vl lgy...❤
@tanmayhandique_
8 ай бұрын
এইটো সচাঁ কথা অসম তথা, উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা অপৰিসীম, অদম্য, অতুলনীয়।
@bivusaikia5909
8 ай бұрын
বাইদেউ এই চাট ভাল দিছে
@mainuboruah996
8 ай бұрын
খুউব ভাল লাগিল ❤
@nilabbalin6994
8 ай бұрын
Wohh Maini baak bohut val pao❤❤❤
@sweetymech8119
8 ай бұрын
Moi bohut val paw baidew..aji dekhi bohut val lagil...thank u...আইচেংফা baidew❤
@PadminiMoran
8 ай бұрын
Mur priyo byokti duiugoraki ekeloge,bhal lagil anusthanti
@shikhadas5536
8 ай бұрын
বাইদেউৰ লৰা অৰ্ক ই এখন অসমীয়া বোলছবি কৰিছিল।। বহুত ধুনীয়া অভিনয়।
@jayantibg5041
8 ай бұрын
Mama .r kotha huni bar val lagil.
@BharatiSarmah-w8s
8 ай бұрын
ভাল লাগিল
@GitumoniDeka-ix9th
8 ай бұрын
মোৰ প্ৰিয় সদায় আপুনি। সৰুৰে পৰা আপোনাৰ বহু লিখা পঢ়িছোঁ। ভালে থাকক সদায় ❤
@MamaniBorah-ks2xi
8 ай бұрын
বহুত ভাল লাগিল ❤
@TCF573
7 ай бұрын
Bohut bhal lagil dei
@minasaikia3698
8 ай бұрын
আইচেঙফাৰ কাপোৰ যোৰ বৰ ধুনীয়া। সঁচাকৈয়ে আজিকালি মেখেলা চাদৰ বোৰ বৰ ধুনীয়া আৰু পিন্ধিলেও ভাল দেখে।
@SurprisedFishingRod-ew2np
8 ай бұрын
Val lge show t saay..edin dimpu k matibasun .God blsd ❤
@SavagemodeON973
7 ай бұрын
Tumak kiyo Iman Morom lage. Moi najanu kintu Tumak bor morom lage....... Love you. Moi kunudin Tumak comment kori puwa nai show first time.
@SishirKumarNath
8 ай бұрын
Many thank to jatra....
@TCF573
7 ай бұрын
Very progreesive writer Maini ba I love and respect her very much
@sewalisingh6226
7 ай бұрын
Maini Mahant is very.sweet
@pinkiscreativity2810
8 ай бұрын
Priyo nari maini mahanta❤️
1:20:15
'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় বাদ্যযন্ত্রী প্রিয়াংকু বৰদলৈ আৰু ঋষভ ভূঞা
Jaatra
Рет қаралды 32 М.
1:36:29
'ৰেন মৌ'ত আইচেংফাৰ স'তে মুক্তি পাবলগীয়া নতুন অসমীয়া চলচ্চিত্র "চিলনী চোৰ"ৰ অভিনেতাদ্বয়
Jaatra
Рет қаралды 49 М.
01:00
Этот бой - Самое большое РАЗОЧАРОВАНИЕ за всю КАРЬЕРУ БУАКАВА!
БЕЗУМНЫЙ СПОРТ
Рет қаралды 2 МЛН
00:50
☝️☝️☝️МАЛЫШ-СИЛАЧ 14 лет притворился НОВИЧКОМ | Школьник сделал то, чего не смог качок
Nikita Zdradovskiy
Рет қаралды 7 МЛН
00:24
99.9% IMPOSSIBLE
STORROR
Рет қаралды 31 МЛН
25:41
Мен атып көрмегенмін ! | Qalam | 5 серия
kak budto
Рет қаралды 1,2 МЛН
1:24:54
| Riniki Bhuyan Sharma like NEVER BEFORE | Love, politics, business and more |Off Topic Season 2|
Clueless HARPAL
Рет қаралды 438 М.
2:52:02
Osho & Sprituality : Namrata Sapkota l Meditation, Sex, Life, Tapoban l Stories with Sujan E42
Khali Prishtha
Рет қаралды 21 М.
21:52
What Julia Realized After Her Biggest Controversy | Toni Talks
Toni Gonzaga Studio
Рет қаралды 3,1 МЛН
1:06:24
NOS ANECDOTES #1 (ft Bassou & Adnane ) شي بلان ما وقع
Kawtar Bamo
Рет қаралды 1,3 МЛН
1:57:09
დეა ყოლბაია | ქალების პოდკასტი - "რამ შემქმნა ადამიანად" | PODCASTHUB.GE | 13.05.2021
Podcasthub
Рет қаралды 104 М.
26:53
মন্ত্ৰী যোগেন মহন ডাঙৰীয়াৰ পত্নী অলি মহন বাইদেউ ৰ সৈতে ।। বহুতো নজনা কথাৰে ।। Manash ranjan
Manash Ranjan
Рет қаралды 62 М.
1:29:37
'ৰেন মৌ'ত আইচেংফাৰ স'তে বিশিষ্ট অভিনেত্রী "ৰসৰাণী" চেতনা দাস
Jaatra
Рет қаралды 67 М.
1:37:46
'ৰেন মৌ'ত আইচেংফাৰ স'তে যশস্বী কণ্ঠশিল্পী সংগীতা বৰঠাকুৰ
Jaatra
Рет қаралды 12 М.
1:51:44
'ৰেন মৌ'ত আইচেংফাৰ স'তে বিশিষ্ট জনপ্রিয় অভিনেত্রী জেৰিফা ৱাহিদ
Jaatra
Рет қаралды 190 М.
36:02
डा. भगवान कोईरालाको नजरमा पैसा के हो ? धनी बन्ने कसरी ? || EP 37 || Dr. Bhagwan Koirala
NepalWatch
Рет қаралды 22 М.
01:00
Этот бой - Самое большое РАЗОЧАРОВАНИЕ за всю КАРЬЕРУ БУАКАВА!
БЕЗУМНЫЙ СПОРТ
Рет қаралды 2 МЛН