সাক্ষাৎকাৰ(02) ভাগৱত আচাৰ্য বঁটা লাভ কৰা ৰুদ্ৰ কান্ত বৰা ৰ সৈতে

  Рет қаралды 10,871

Sriborah

Sriborah

Күн бұрын

#Classical interview #ভাগৱত#shankardev

Пікірлер: 141
@amulyabora-8277
@amulyabora-8277 25 күн бұрын
কৃষ্ণ,এনেদৰে অমৃত বিলাই থাকক । পাপীৰ নিন্দাত কান নিদিব।
@bijoykonwar3791
@bijoykonwar3791 25 күн бұрын
কৃষ্ণ। জয়জয়তে, মোৰ পৰম সখা শ্ৰীযুত ৰুদ্ৰ কান্ত বৰা বাপ জনালৈ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছো । বাপ জনাৰ শ্ৰী মুখেৰে নিগৰিত অমৃতময় কৃষ্ণৰ গুণানুকীৰ্তন আৰু ৰস পূৰ্ণ বাখ্যা পান কৰিবলৈ পায় পৰম কৃতাৰ্থ হলো।
@pratyushprabhashborah1230
@pratyushprabhashborah1230 25 күн бұрын
Om Namo Bhagwate Vasu Devaya 🕉️🙏 Joy Shree Krishna 🙏
@ashimaborah1640
@ashimaborah1640 25 күн бұрын
Ji xokole krishna sestha nohoi buli koise Bhagowat sastra khn mayabi buli koise sreemanta Sangkardevk ru Madhob devk ninda korise hei xokol mohapondite Rudra kanta Borah bapk ninda koratu aku asorit nohoi Apuni heixokl xoymbhur kotha kan napatib Apunr montybo Agbohai jauk karon heixokle Dr. Bhupen Hazarika debr Songkore xise namor kothia geet u xunar proujon ase nohole nijei adin pahori thakib teu kun ? Dharmik ru aatmik duta beleg bostu bujiboloi jonta kork Ganor puhor bilauk Dhormk bepar nokorib 🙏🙏🙏🙏
@gogoisurajit044
@gogoisurajit044 24 күн бұрын
Hoto hoto bar pronam krishna sankaro guru. Ekmot.
@AnilTantibhagawat
@AnilTantibhagawat 26 күн бұрын
কৃষ্ণ প্ৰভু ভগৱন্তই দুয়োক কৃপাকৰেযেন ❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😂❤❤❤🎉🎉🎉🎉🎉🎉 সুন্দৰ নিদৰ্শন সত্য কথা প্ৰচাৰ হৈছে?
@asomiaasom6008
@asomiaasom6008 25 күн бұрын
দুয়োকে কৃষ্ণ শংকৰ মাধৱে নিন্দাবাদ পাপত লিপ্ত কৰাই নৰকত গতি দি কৃপা কৰিব চিন্তা নকৰাবা তাতী বাপ ।
@Tapanborah-w2f
@Tapanborah-w2f 25 күн бұрын
​@@asomiaasom6008শগুনৰ শাওঁত বুঢ়া‌ ভকত নমৰে । বুজিলে বাপ
@asomiaasom6008
@asomiaasom6008 25 күн бұрын
​​@@Tapanborah-w2fমই কোৱা নাই শাও দিয়া নাই শাস্ত্ৰই শাও অভিশাপ দিছে ।শাস্ত্ৰই দিয়া শাপ ঈশ্বৰে দিয়া শাপ অথলে নাযায়।
@RajbongshiBorah
@RajbongshiBorah 24 күн бұрын
​@@asomiaasom6008 পিছে দুয়োজনকে বুলি যে সম্বোধন কৰিলে, তাত সাক্ষাৎকাৰ লোৱাজনৰ কি ৰোল আছিল, আপোনাৰ দুয়োজন বুলি কৈ নিন্দা বাদ কৰাটো উচিত হ'ল যানো....?
@gogoisurajit044
@gogoisurajit044 24 күн бұрын
​@RajbongshiBorahai hokol gyan hin kio lagi thake. Teu lukor kothat uttar napale teulukor hobdo teu logote thakibo. Uttor di hobdo podukhon nokorai val.
@rupalibaruah3643
@rupalibaruah3643 25 күн бұрын
কৃষ্ণ বাপ দুজনালৈ সেৱা জনালো।শাস্ত্ৰ ক লৈ বিতৰ্ক কৰা সকলক ভগবানে সুমতি দিয়ক।
@JonaliNishita
@JonaliNishita 18 күн бұрын
কৃষ্ণ বাপ আপোনাক ভক্তি ভৰা সেৱা আগবঢ়ায় চো। আপোনাৰ সুন্দৰ বাখ্যা ত আপ্লুত হৈছো 🙏🙏🙏🙏
@robingogoi5983
@robingogoi5983 26 күн бұрын
কৃষ্ণ বাপ সেৱা জনালোঁ। সুন্দৰ ব্যাখ্যা আগবঢ়ালে । ভকতৰ মনোবাঞ্চা পূৰ্ণ কৰিছে আৰু অভক্ত জনৰো জ্ঞান লাভ হৈছে বুলি ভাবিছোঁ।
@Jmahanta644
@Jmahanta644 25 күн бұрын
চন্দ্ৰমোহন শৈৱই ব্যাসদেৱে যিবিলাক শাস্ত্ৰ প্ৰনয়ন কৰি মতিভ্ৰম হৈছিল সেই শাস্ত্ৰ বিলাকৰ যুক্তি বোৰ আগবঢ়াই। তেখেতে ভাগৱত ভাগ অধ্যয়ন কৰা নাই। আনকি গীতা শাস্ত্ৰ খনকেই ভালদৰে পঢ়া নাই। পড়া হলে নিশ্চয় সস্তীয়া যুক্তি বোৰ নিদিলেহেতেন। বৈষ্ণৱ সকলে কৃষ্ণক শ্ৰেষ্ঠ তা দিয়াত তেখেতৰ ইমান আপত্তি আৰু ভয় খাইছে কিয় জানো। কৃষ্ণ কৃষ্ণ।
@asomiaasom6008
@asomiaasom6008 25 күн бұрын
চন্দ্ৰমোহন শৈৱৰ যুক্তি খণ্ডন কৰিব পৰা এজনো নাই শংকৰী শিষ্য ।এজন শংকৰী একশৰণীয়াই চন্দ্ৰমোহন শৈৱৰ যুক্তি শাস্ত্ৰৰ যুক্তিৰে খণ্ডন কৰিব নোৱাৰে ।চন্দ্ৰমোহন শৈৱ প্ৰভুৱে সকল শাস্ত্ৰ বেদ পুৰাণ গীতা ভাগৱতৰ শুদ্ধ শ্লোক দেখুৱাই কত কি কৈছে দেখুৱাই যুক্তি দিছে ।ভাগৱ মাজা আৰু ভক্তিধৰ্ম যুক্ত কৰি লিখা গ্ৰন্থ ভাগৱতে ১মস্কন্ধৰ প্ৰথমতে পৰিচয় দিছে ।গতিকে ভাগৱতৰ মায়াময় পদে বেদ সোতৰপুৰাণক ভুল প্ৰমাণ কৰিব নোৱাৰে ।নাৰায়ণ মুখে প্ৰকাশ চাৰিশ্লোকৰ ভাগৱতত কল্পকাহিনী বিকৃত উপদেশ নাই ।
@RajbongshiBorah
@RajbongshiBorah 24 күн бұрын
হয়নে। কাঠে কাঠে পৰা নাই যে। আন নালাগে সাক্ষাৎকাৰ অনুষ্ঠানত গৈ কিছু কথা আলোচনা কৰক। তেতিয়া হে গম পাম। খবৰ পোৱা মতে সাক্ষাৎকাৰ অনুষ্ঠানলৈ আমন্ত্ৰনো দিছে বোলে। পিছে যোৱা হে নাই কিয়....?
@SagarVidya-o3x
@SagarVidya-o3x 25 күн бұрын
বহুত বহুত ভাল লাগিল আগলৈ আমাক এই দৰে কই গিয়ান দিব বোলি আসাৰ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ মোৰ এইবোৰ কথা সোনিলে কিয় বহুত দোস লাগে আপোনি কাৰন কব ছোন কেতিয়াবা ❤❤❤❤
@dimbeswari_patar
@dimbeswari_patar 3 күн бұрын
Krishna. Krishna. Krishna. 🙏🙏🙏🙏
@utpalkrgogoi7430
@utpalkrgogoi7430 25 күн бұрын
খুব সুন্দৰ,,,, আগলৈও আশা কৰা হৈছে,, কৃষ্ণ।
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 25 күн бұрын
ভকত নিন্দা ভগবানৰ নিন্দা একেই কৃষ্ণ
@PrahladDas-cw2hh
@PrahladDas-cw2hh 24 күн бұрын
তাৰ আগতে ভকত কাক বোলে আৰু ভকত কিদৰে হয় নিশ্চয় জানিব লাগিব।
@ChitraranjanHandique
@ChitraranjanHandique 9 күн бұрын
Krishna krishna krishna
@RajbongshiBorah
@RajbongshiBorah 26 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏 সচাকৈয়ে আমাৰ বোধেৰে অতি সময় উপযুক্ত হৈছে। ৰুদ্ৰ কান্ত বৰা বাপজনাক প্ৰণাম। আপোনাৰ আগৰ সাক্ষাৎকাৰ চাই ভাল লাগিল। শঙ্কৰ গুৰু আৰু শ্ৰী কৃষ্ণক নুবুজা সকলে যি comment দিয়ে, দিবলৈ দিয়ক। ঈশ্বৰ অভয় চৰণত আশ্ৰয় লোৱা পাছত একো কথাতে ভয় নকৰিব। তদুপৰি আপুনি উপযুক্ত সঙ্গ (sriborah) লাভ কৰিছে।🙏🙏🙏 কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏 দুয়োজনকে শ্ৰদ্ধাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 21 күн бұрын
কৃষ্ণ ক পুজিলে পুজা সমষ্ট ৰে হয় ভাগৱত জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
@JyotiPrasadThakuria-te4cu
@JyotiPrasadThakuria-te4cu 6 күн бұрын
Krishna Krishna
@akhilgogoi1869
@akhilgogoi1869 15 күн бұрын
Bhout bhout bhal lagil Krishna Krishna
@RatulGayon
@RatulGayon 20 күн бұрын
বৰা প্ৰভূ জনা দূৰৈৰ পৰাই আপোনাৰ শ্ৰীচৰণত সেৱা ধৰিলো লগতে আপোনাৰ মংগল কামনা কৰিলো। কৃষ্ণ।
@anjalidas4572
@anjalidas4572 25 күн бұрын
কৃষ্ণ 🙏 হয় বাপজনাই উচিত কথা কৈছে অধ্যয়ন নকৰাকৈ কোনো কথা কব নালাগে। যুগ ধৰ্ম মতে চলিবলৈ চেষ্টা কৰক ঈশ্বৰে সুমতি দিয়ক । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@asomiaasom6008
@asomiaasom6008 25 күн бұрын
মায়াশাস্ত্ৰৰ যুগধৰ্মৰ গ্ৰহণযোগ্যতা নাই ।যুগ ধৰ্ম ভুল বুলি ভাগৱতত বৰ্ণিত কাহিনীয়ে প্ৰমাণ কৰি থৈছে ।
@bitulphukan6914
@bitulphukan6914 24 күн бұрын
শংকৰদেৱ গুৰুজনাৰ যিসকল বিৰোধী সেই সকলেই হল এক হৰণৰ বিৰোধী |
@monisha_rongpur
@monisha_rongpur 25 күн бұрын
Bor hundor prasesta.Ami bohu kotha buji paisu apunar pora
@lrkhataniyar9136
@lrkhataniyar9136 24 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ" শুনি পৰম আনন্দ লভিলো। আপোনালৈ ভক্তি ভৰা সেৱা নিবেদিলো-কৃষ্ণ
@PrahladDas-cw2hh
@PrahladDas-cw2hh 25 күн бұрын
ধৰ্মৰ অৰ্থ এটাই - ধাৰণাৎ ধৰ্মম উচ্যতে। অৰ্থাৎ গুৰু বাক্য পালন বা ধাৰণ কৰাকে ধৰ্ম বোলে। সদগুৰু ৰামৰ বাক্য পালন কৰি হনুমানে ধৰ্ম লাভ কৰিছিল । একেদৰে কৃষ্ণৰ বাক্য পালন কৰি উদ্ধৱ বিদুৰে ধৰ্ম লাভ কৰিছিল। সদগুৰু শঙ্কৰদেৱৰ বাক্য পালন কৰি মাধৱদেৱে ধৰ্ম লাভ কৰিছিল । ৰাম নাম কৃষ্ণ নাম কোনে দিব পাৰে। যাৰ সদগুৰু নাই, তেওঁ ধৰ্মৰ সূত্ৰ পাব কৰ পৰা ?
@asomiaasom6008
@asomiaasom6008 25 күн бұрын
শংকৰদেৱৰ গুৰু কোন ?শংকৰদেৱৰ গুৰুজনৰ নাম পৰিচয় জনাবচোন ।
@PrahladDas-cw2hh
@PrahladDas-cw2hh 24 күн бұрын
সদগুৰুৰ অৰ্থ চৈতন্য গুৰু অৰ্থাৎ স্বয়ম্ভূ গুৰু। স্বয়ম্ভূ গুৰুৰ লোকাচাৰ মতে আক্ষৰিক জ্ঞান দিয়া গুৰু থাকে যদি শৰণদাতা গুৰু কোনো নাই । উদাহৰণ স্বৰূপে ৰাম, কৃষ্ণ, হজৰত, যীচূ আদিৰ কোনো শৰণ দাতা গুৰু নাই । এইক্ষেত্ৰত শঙ্কৰদেৱ সদগুৰু কিন্তু মাধৱদেৱ সদগুৰু নহয়, তেওঁ ভক্ত গুৰুহে । এনে ক্ষেত্ৰত শঙ্কৰদেৱেক জগত গুৰু বুলি কোৱা হয় কিন্তু মাধলদেৱক জগত গুৰু বুলি কোনে কিয় কয় তাৰ কোনো আগ গুৰি নাই। হে​@@asomiaasom6008
@gogoisurajit044
@gogoisurajit044 24 күн бұрын
​@@asomiaasom6008 ji jon guru ru guru teu agotei porisoi dise kobita likhi, jitu hadharon manuhor kolponatit. Ji jonok guru hoi mahendra kandoli deve, " Dev" upadhi dibo loga hol, aru hai jonor guru bisari tulona korise. Dhik apuna hobor gyanok. Ji 14 hastro 17 puranei byakhor bhul bokhot rosona hol, hai hastro logot bhagawat hastrok tulona korise. Dhik apuna hobor gyanok.. moti vrom hoise homostro hastro tatto paboloi. Eta kotha hoityo je tiniu jonei eswar, homostro dev devotai amar pujoniyo, tar birudh guru jonaiu kora nai, matro parthona jonai se homostro dev devor mulot parthona korok hokolue pabo.
@gogoisurajit044
@gogoisurajit044 24 күн бұрын
​@@PrahladDas-cw2hhpronam. Okhyoy gyan. Joy amar guru, sankor guru joy.
@asomiaasom6008
@asomiaasom6008 20 күн бұрын
​​@@gogoisurajit044অই মুৰ্খ শংকৰদেৱ এজন অসমীয়া মানুহ ।এজন মানুহ হিচাপে উপজিলে তেওঁক গুৰুৰ প্ৰয়োজন ।শংকৰদেৱ অসমততজন্মা এজন অসমীয়া মানুহ গতিকে তেওঁ মানুহ হিচাপে তেওঁ গুৰু ভজিবই লাগিব এয়া প্ৰকৃতিৰ নিয়ম ।বিষ্ণুৰ অৱতাৰ পৰশুৰামৰ গুৰু পৰম ব্ৰহ্ম শিৱ মহাদেৱ ,ৰামৰ গুৰু বশিষ্ঠ ,ধ্ৰুৱৰ গুৰু সন্নাসী বেসী নাৰদ ,কৃষ্ণৰ গুৰু উপমন্যু ঋষি ,তেওঁলোকেই গুৰু ভজিছিল শংকৰদেৱে গুৰু নভজিলে নহব গুৰু লাগিবই ।গুৰু বিহীন ধৰ্ম অধৰ্মৰ তুল্য ।
@dilipbaruah1655
@dilipbaruah1655 25 күн бұрын
কৃষ্ণ🙏কৃষ্ণ🙏বাপ
@ChandanPhukon-s8w
@ChandanPhukon-s8w 25 күн бұрын
Tekhotr vangoni khini huni val lagile...Krishna,Krishna, krishno..
@BodhenBorah
@BodhenBorah 25 күн бұрын
জয় শিৱ শংকৰ ৷হৰ হৰ মহাদেৱ ৷
@daisyrabha2343
@daisyrabha2343 25 күн бұрын
Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏♥oti xundor🙏🙏🙏🙏
@ChandanPhukon-s8w
@ChandanPhukon-s8w 22 күн бұрын
Val manuha manuhok murkkha buli nokoi Krishna Krishna Krishna krishna❤❤❤
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 25 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ দুয়ো জনা বাপলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছো কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
@binudgogoi7164
@binudgogoi7164 19 күн бұрын
Krishna madhabo ❤❤❤❤
@muninoza4944
@muninoza4944 24 күн бұрын
বৰা বাপ সুৰ এৰক আবৃত্তিৰে কৈ যাওক তেতিয়া বেছি ভাল লাগিব । কৃষ্ণ। জয় গুৰু শ্ৰীমন্ত শঙ্কৰ।
@jintidas6948
@jintidas6948 25 күн бұрын
ৰাম হৰি বহুত ভাল লাগিল ।
@arabindaborah5976
@arabindaborah5976 18 күн бұрын
গুৰুজনে প্ৰচাৰ কৰা ধৰ্ম একশৰণ শনাতন ধৰ্ম
@badankalita8363
@badankalita8363 25 күн бұрын
সততাৰে কাম কৰি ঈশ্বৰৰ নাম সেই প্রকৃততে ধম বুলিব পাৰি।।
@apurbakumartalukdar7959
@apurbakumartalukdar7959 24 күн бұрын
যুক্তিপূৰ্ণ ব্যাখ্যা । একশৰণ বিৰোধীয়ে যন্ত্ৰণা পাব
@DevaChutia-oe1pq
@DevaChutia-oe1pq 25 күн бұрын
Krishna Krishna bap Jana aagaloi aaru asa karilu.
@IndraKantaLaskar-g1c
@IndraKantaLaskar-g1c 24 күн бұрын
নাজা নুহো আৱাহন নজনুহো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিনচিত। এতে কে পৰমেশ্বৰ দাস ভৈলোঁ চৰণ ত ।মোৰ গতি মাধৱ গুৰুৱে কলে লিখিলে কী আৰু অকথকী হৈ সনাতন জ্ঞান ৰ অজ্ঞ নিন্দা বাণী কলা আখৰে জিলিকিল।মিছা কথা পঞ্চমত ভাগৱত লিখা আছে 18 নং ত লিখা ভাগৱত কটু লিখা দেখা নাযায়।ব্যাস ক কৰিলা শাখা ভেদ চাৰিও বেদৰ বলি বিধান শ্ৰুতি সুকীয়া শাখা।18 পূৰাণ মহাভাৰত ভল কোৱা নাই।।কথাৰ সিন্ধু মূচি গৰোল পান কৰাব পাৰিব অজ্ঞ ক।।ভাৰত বৰ্ষত যি নি য় ম সনাতন চলি থাকিব।।দুয়ো জনৰ ভল শুদ্ধ আছে খাটাং।।
@sunalideka1524
@sunalideka1524 17 күн бұрын
হঠাৎ আবিভাৱ হোৱা এজন বৈষৱ ৰ ভাগৱত বাকা অতি অবান্তৰ এনে লোকৰ পৰাই সচা সংস্কাৰ হোৱাত বাধা হৈ আহিছে ।
@bijoyjyotinath1508
@bijoyjyotinath1508 25 күн бұрын
সত্যই ধৰ্ম অসত্যই অসত্যই অধৰ্ম
@munmigogoi2377
@munmigogoi2377 24 күн бұрын
Krishna bap Ishor bor hundor bakhya
@rakheswardeka3350
@rakheswardeka3350 17 күн бұрын
❤❤❤❤
@JintuMedhi-vb3hj
@JintuMedhi-vb3hj 24 күн бұрын
Shree Ram Jai Ram Jai Jai Ram 🙏🏻
@RomenboruahRomenboruah
@RomenboruahRomenboruah 25 күн бұрын
আপোনাক এটি নিবেদন জনাব বিচাৰিছো ।চন্দ্ৰমোহন শৈবৰ উত্তৰ দিবলৈ প্ৰমোদ শইকীয়া বাপক মাতক।
@nirjurajgogoi319
@nirjurajgogoi319 25 күн бұрын
শুই থকা লোকক জগাব পাৰি কিন্তু ভেকছন ধৰি শুই থকা সকলক জগাব নোৱাৰি। তদুপৰি কুকুৰৰ নেজ বাঁহৰ চুঙাত যুগ যুগ ধৰি ভৰাই থলেও কেতিয়াও পোন নহয় ।
@asomiaasom6008
@asomiaasom6008 25 күн бұрын
​@@nirjurajgogoi319হয় ঠিকেই কৈছা কুকুৰৰ নেজ চুঙাত ভৰাই থলেও চিধা নোহোৱাৰ দৰে চন্দ্ৰমোহন শৈৱ প্ৰভুই যি দৰে আন পুৰাণ গীতা ভাগৱতৰ শ্লোক পদ দেখুৱাই শুদ্ধ সত্য অৰ্থ তত্ব উল্লেখ কৰি দেখুৱাই শাস্ত্ৰৰ শ্লোকেৰেই প্ৰমাণ কৰি দি খণ্ডন কৰাৰ পিচতো একাংশই শাস্ত্ৰৰ মতক নামানে তাক কেনে মায়াই ধৰি আছে ভাবিলেতআচৰিত লাগে ।
@gogoisurajit044
@gogoisurajit044 24 күн бұрын
​@@asomiaasom6008din ahibo, hunkale, dhoijyo dhorok. Matto tetiya falori nakatile hol.
@BodhenBorah
@BodhenBorah 25 күн бұрын
যি জন ভকতক বিষ্ণু ৰুপে , ৰাম ৰুপে আৰু কৃষ্ণ ৰুপে পুজিছিল ৷সেই জন ভকত ক এখন দুখন শাস্ত্ৰ অধ্যয়ন কৰি মই অল্পমতিয়ে কি বুজিম ৷
@jayantas834
@jayantas834 25 күн бұрын
হৰ হৰ মহাদেৱ ৷কৃষ্ণ ৷ জয় শিৱ শংকৰ ৷
@asomiaasom6008
@asomiaasom6008 25 күн бұрын
হয় বাপ আপুনি সঁচা কথা কৈছে ।যি শিৱক বিষ্ণু ভক্ত ভকত বুলি কৈ আত্মতুষ্টি লভে সে ভকত শিৱক বিষ্ণু ,বিষ্ণু অৱতাৰ পৰশুৰাম ,ৰাম ,কৃষ্ণ ,অৰ্জুন ,সকল ঋষি মুনিয়ে ভজিছিল পূজিছিল সেইজন শিৱৰ মহিমা কি বুজিব বিকৃত ভাগৱত কীৰ্তনঘোষা নামঘোষা পঢ়ি ? ওঁম শিৱায় নম ।ঔঁ🙏
@pranabdas7121
@pranabdas7121 16 күн бұрын
​@@asomiaasom6008মহাশয় আপুনি যিদৰে মেদ যোৱা ঔষধ সেৱন নকৰে ঠিক তেনেদৰেই যি কালত যি ধৰ্ম,, মোৰ পিতৃদেৱ এ কৰ্ম্ম কান্দ কৰিছিল,,মোৰ ককাৰ শ্ৰাদ্ধ দেখিলো ,,কেৱল মাত্ৰ বামুণক টোপোলা নিয়া দেখিলো, আমাৰ অৱস্থা ভাল নাছিল,,চুবুৰীয়াৰ সহযোগত দেউতাই এইবোৰ কৰিছিল, .মই শেষত দেউতাক সুধিলো,,বামুণে শ্ৰাদ্ধ ত কি কৈছিল,,দেউতাই কৈছিল বুজি পোৱা নাছিল,,সাংস্কৃতিত কৈছিল,, মই সুধিলো। মই ভাত খালে আপোনাৰ পেট ভৰিব নেকি দেউতাই নভৰে বুলি কলে ,,বামুণে শ্ৰাদ্ধ কৰিলে আমাৰ কি লাভ হব,,দেউতাই দবিয়ালে ,কেইদিন মানৰ পাছত একে প্ৰশ্ন বামুণ কেইজন ক সুধিলো,,তেওলোকে মোক উত্তৰ নিদি পুৰাণৰ কথা পূজা পদ্ধতিৰ কথা কৈছিল,,কিন্ত মই পুজাৰ ঘিউ বিশুদ্ধ তাৰ ওপৰত প্ৰশ্ন কৰিলো ,,গো পালন নিজে কৰি বিশুদ্ধ পদ্ধতিৰে উলিয়াব লাগিব ঘিউ, দোকানৰ কিনা ঘিউ নহব,, সময়ৰ দন্দ পল সময়ত হৱ লাগিব, মন্ত্ৰ উচ্চাৰণ শুদ্ধ হৱ লাগিব, বামুণ জনে কৈছিল, সেই যুগত মানুহৰ আয়ুস কাল বেছি আছিল, এতিয়া কলি কাল গতিকে কৃষ্ণ গীতা শেষত পাঠ কৰিলে সকলোবোৰ দোষ মৰিষণ হয়,,বহুত দিনৰ পিছত কোৰ্ট ত চাকৰি পাইছিলো। আৰু তাত কৃষ্ণ গীতাত হাত ৰাখি শপত খাবলৈ কয়,,কিন্ত্ত পুৰাণ নথয়, মই দেউতাৰ গুৰুজনাৰ ওচৰত গৈছিলো,,গুৰুজনাই শুদ্ধ উত্তৰ দিব নোৱাৰি,মৌন হৈ থাকিছিল,,শেষত শংকৰদেৱৰ ধৰ্ম ভাগ গ্ৰহণ কৰিলো,, মোক বলিৰ পঠা সজাই এঘৰীয়া কৰিলে ,,শেষত আজিৰ সময়ত মোক এঘৰীয়া কৰা সকলে শংকৰদেৱৰ নাম ধৰ্ম গ্ৰহণ কৰীলে , হৰিনাম ভক্তৰ সংগত ললে কাণত অন্য কথা নুসুমাই, আপুনিও শিৱৰ ৰুপ ধ্যান কৰক, মন প্ৰবিত্ৰ হৱ , দক্ষৰ যঞ্জত শিৱক নিন্দাৰ ফলত নন্দী ভৃংগী ৰ শাপ ত ভৃগু মুনিৰ শাপত সকলোবোৰ দেৱ দেৱী শাপ গ্ৰস্ত হৈ নাৰায়ণৰ উপদেশত হৰিনাম কীৰ্ত্তন কৰি মুক্তি পাইছিল,,আকৌ দক্ষ ই বাস্পেয় যঞ্জত আই পাৰ্বতীৰ আগত শিৱ নিন্দা কৰাত আই দেহত্যাগ কৰাত দক্ষৰ কি হৈছিল আপুনিও জানে,, আপুনি যিটো মাৰ্গ শুদ্ধ ৱুলি ভাৱে সেই মাৰ্গৰে চলক, আজি বহুত লোকে মা কামাখ্যা দৰ্শন কৰি অসমৰ মানুহেই পোৱা নাই। ভাগ্য নাই,,,মনুষ্যৰ জনম বহুত বহুত পূণ্যৰ ফলত পোৱা যায়, ভকতি কৰোক ঈশ্বৰক, পূজা পাতল কৰিলৈও শুদ্ধ ভাৱে বেদৰ মতে কৰোক, জয় শ্ৰীকৃষ্ণৰ, জয় শংকৰদেৱৰ ,,জয় ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ
@JintuMedhi-vb3hj
@JintuMedhi-vb3hj 24 күн бұрын
Shree krishnaya Namah 🙏🏻
@alishapeyang8436
@alishapeyang8436 24 күн бұрын
বাপজন এক নামৰ তাত্‍পৰ্য জানিব বিচাৰো কাৰন নাম ঘোষাত কৈছে এই নামে নাম নহয় আৰো আছে কাছে krishno অপৰাধ বিনাশন👏👏👏
@ProdipHazarika-lw2qb
@ProdipHazarika-lw2qb 20 күн бұрын
Bh
@ulupidas-nr6yz
@ulupidas-nr6yz 25 күн бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনালো
@ProdipHazarika-lw2qb
@ProdipHazarika-lw2qb 20 күн бұрын
Bhal posna korisa
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 25 күн бұрын
Krishna probhu
@BiplobKonwar-ns4nn
@BiplobKonwar-ns4nn 24 күн бұрын
Bapjonai।প্ৰশ্নৰ।উত্তৰ।অলপ।দীঘলীয়া।হৈছে
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 25 күн бұрын
Good
@pabitradeka4853
@pabitradeka4853 25 күн бұрын
🙏🙏
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 25 күн бұрын
Thanks
@sanjitboruah4887
@sanjitboruah4887 23 күн бұрын
jay shree Madhab bap jona koli yug ki name bhogawanok nam jop kori bo lage karon koli yug hekh hoboloi goi ase krepra kori manob somajok udhar korok pranam aru kalki maha prabhu dhara warton hole bhubaneswar navi gaya natun sambal gramot botaman ponch bhotor duwar kalki leela kori ase dekhor porih thithi jani lok pranam
@baniktchutia2259
@baniktchutia2259 23 күн бұрын
Aisabak koliye grah Kori asse.ehote aibur bisakh nokore.mattra nijei uttam buli bhabe.
@PrahladDas-cw2hh
@PrahladDas-cw2hh 24 күн бұрын
সাকাৰ ৰূপী সনাতন পুৰুষে প্ৰৱৰ্তন কৰা ধৰ্মকে সনাতন ধৰ্ম বোলে। তেন্তে বৰ্তমান সনাতন ধৰ্ম কোনটো? ইয়াৰ সঠিক উত্তৰ দিব পাৰিব যে সন্দেহ আছে।
@bhanudeka-yy2zw
@bhanudeka-yy2zw 25 күн бұрын
Krishna Krishna Ram
@BodhenBorah
@BodhenBorah 24 күн бұрын
সনাতন ধৰ্ম মানে কি অলপ ভালকৈ বুজাই দিয়া হেতেন ভাল আছিল ৷
@jadumonihazarika998
@jadumonihazarika998 19 күн бұрын
Ata katha bhagaban Sri Krishna k Puja Kari jadi beleg deb devik apaman kara to osit nhoi je Dakhyar nisina habo
@prasannatamuli699
@prasannatamuli699 25 күн бұрын
Krishna brabap vallagil
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 25 күн бұрын
Clear k jani bhal laagise Krishna
@satyensarma1962
@satyensarma1962 24 күн бұрын
Joymaakali joymaachandi
@gogoisurajit044
@gogoisurajit044 24 күн бұрын
Agorporai shiv devok akhur danob hokole puje. Aru agor akhur hokolok koli jugot brahmon hobo buli koise.
@ashimaborah1640
@ashimaborah1640 24 күн бұрын
💯 Right ​@@gogoisurajit044
@SumonBora-vt1wz
@SumonBora-vt1wz 24 күн бұрын
Joy shree krishna ​@@ashimaborah1640
@RanjanaGogoi-i7f
@RanjanaGogoi-i7f 24 күн бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ,আপোনালোকৰ বাৰ্তালাপৰ পৰা মই কিছু নজনা কথা জানিলো।
@LiliBharali-xj4si
@LiliBharali-xj4si 24 күн бұрын
Ucit posna Usit uttor Uttor santujsnak
@PrahladDas-cw2hh
@PrahladDas-cw2hh 24 күн бұрын
শিৱ ভকত নে ভকত আছিল । যদি আছিল তেন্তে past tense. Past Tense ৰ এজন ভক্তক নিন্দা বা শ্ৰদ্ধা কৰাৰ কথা কৰ পৰা আহিল? আপোনাক ভাগৱত আচাৰ্য কোনে দিলে বাপ। এয়া অচল পইচা। শাস্ত্ৰ অধ্যয়ণ কৰি জ্ঞান লাভ কৰিব নোৱাৰে। শুক, সুত আদিয়ে ভাগৱত অধ্যয়ণ কৰিছিল নেকি?
@asomiaasom6008
@asomiaasom6008 25 күн бұрын
ধৰ্ম মানে কি ধৰ্ম কি বেদ পুৰাণ গীতা ভাগৱতে কৈছে তেনে ক্ষেত্ৰত ৰূদ্ৰকান্ত বৰা নামৰ ভাটৌ এটাৰ পৰা শিকিব লগা কি আছে ?জগতৰ লোকক বেদ পুৰাণ গীতা ভাগৱতে গকলো কৈ গৈছে । শাস্ত্ৰ নমনা অজ্ঞ ভাটৌৱে কৈছে কলিত ঈশ্বৰৰ অৰ্থে তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান আদি কৰিব নালাগে বুলি কোনখন শাস্ত্ৰই কৈছে ?লোকক ঋতিভ্ৰম কৰা মায়াবী কীৰ্তনঘোষা নামঘোষাক বাদ দি ? কৃষ্ণ শ্ৰেষ্ঠ নে শংকৰ মাধৱ শ্ৰেষ্ঠ ?বিষ্ণু কৃষ্ণৰ কথা মানিমনে অসমৰ মানুহ শংকৰ মাধৱৰ কথা মানিম ?গীতা মানানে নামানা ? গীতাত কৃষ্ণই কৈছে -মোক্ষসন্নাস যোগত "য়জ্ঞদানতপঃকৰ্ম ন ত্যাজ্যং কাৰ্যমেৱ তৎ।যজ্ঞো দানং তপশ্চৈৱ পাৱনানি মআীখিণাম ।।৫ "নিজতস্যথতু সন্যাসঃ কৰ্মণো নোপপদ্যতে ।মোহাত্তস্য পৰিত্যাগস্তামসঃ পৰিকীৰ্তিতঃ।।৭ দুঃখমিত্যেৱ যৎ কৰ্ম কায়ক্লেশভয়াৎ ত্যজেৎ । স কৃত্বা ৰাজসং ত্যাগং নৈৱ ত্যাগফলং লভেৎ ।।৮ এই শ্লোকে কি কলিত কৰিব নালাগে বুলি কৈছে নেকি ? ভাগৱতৰ প্ৰথম স্কন্ধত প্ৰথমচোৱাতে ই ভাগৱতে কৈছে ভাগৱত কি ,কেনেকৈ কি ৰূপত কি মহত্ব গুণত ব্যাসে ৰচিছে ।নাৰদৰ পৰা ব্যাসে উপদেশ পাইছে যে আগৰ পুৰাণ সমুহত জীৱ বলি পূজা যাগ যজ্ঞ দুৰাচাৰ পাপমতি যত কৃষ্ণ গুণ নাম নাই সেয়ে মন চিত্ব কলুষিত হৈ অশান্তি ভুগিছা সেয়ে নকৈ ভাগৱত এখন কৰা যত কেৱল কৃষ্ণ নাম গুণ বৰ্ণাবা আগৰ আন একো নিলিখিবা ।এই উপদেশ পাই ব্যাসে কৃষ্ণক ধ্যানত দেখিছে যে কৃষ্ণই বাওফালে মায়া আৰু সোঁফালে ভক্তিধৰ্মক আশ্ৰয় কৰি বহি থকা ৰূপ দেখি সেই ৰূপে মায়া আৰু ভক্তিধৰ্ম যুক্ত কৃষ্ণৰ স্বৰূপত ভাগৱত ৰচিলে এই পৃথিৱীৰ ঈশ্বৰৰ অৱতাৰী লীলা ,ঋষি মুনি সাধ সন্নাসী ৰজা মহাৰজা দৈত্য দানৱ অসুৰ ৰাক্ষক আদিৰ বৰ্ণনাৰে ।ব্যাসে যে প্ৰকাশ কৰিছে মায়া আৰু ভক্তিধৰ্মক আশ্ৰয় কৰি থকা স্বৰূপত ভাগৱত ৰচিছে বাবে ভাগৱতত ভক্তিধৰ্মৰ লগত মায়া আছে ।সেয়ে মাগৱত মায়াময় ।মায়াময় ভাগৱতৰ লগত গীতাৰ মত বহু অমিল ।চাৰি শ্লোকৰ ভাগৱতক ওঠোৰ হাজাৰ শ্লোকত মায়া আৰু ভক্তিধৰ্ম যুক্ত কৰি ৰচিছে যেতিয়া ভাগৱত মায়াময় ৰহস্যময় বিভ্ৰান্তকাৰী মতিভ্ৰমকাৰী পদ উপদেশ যুক্ত ।সোতৰ পুৰাণ ব্যাসে স্বতন্ত্ৰভাবে যি দেখিছে যি আছিল সেই মতে ৰচিছিল ভাগৱত স্বতন্ত্ৰ ভাবে লিখা নাই ভাগৱত নাৰদে নিৰ্দিষ্টকৈ বান্ধি দিয়া পৰিসীমাৰ বিষয়বস্তুৰ ওপৰত বাধ্যবাধকতাৰে লিখা ।আন সোতৰ খন পুৰাণ সন্দেহৰ উৰ্ধত কিন্তু ভাগৱত সন্দহৰ ভিতৰত সন্দেহ জনক ।সেয়ে সোতৰ পুৰাণৰ লগত ভাগৱতৰ বহু তত্ব উপদেশৰ মিল নাই । শংকৰদেৱ আৰু দেৱ দামোদৰদেৱ গুৰুৰ শিষ্য গোপালচৰণ ,কেশৱচৰণ ,হৰিদাস ,জয়হৰিদেৱ ,অনন্তকনলী মিলি অসমীয়াত পদত অনুলেখন ভাগৱত মুল সংস্কৃত ভাগৱতৰ লগত বহুত অমিল আছে ।সংস্কৃত ভাগৱতত নথকা বহু পদ অসমীয়া ভাগৱতত সুন্নিবিষ্ট কৰি মতিভ্ৰম বিভ্ৰান্ত কৰিছে এটা উদাহৰণ দিও "আন দেৱ দেৱী নভজিবা ঋুৰ্তিকো নাছাইউা প্ৰসাদ আাখাইবা গৃহকো নপসিবা তাৰ ধৰ্ম হব ব্যভিচাৰ " উক্ত পদ সংস্কৃত ভাগৱতত নাই এই পদ শংকৰদেৱৰ মনেসজা নিজা পদ । শংকৰ মাধৱে যি কীৰ্তনঘোষা নামঘোষা ৰচিছে তাৰ সৰহ সংখ্যক পদ ঘোষা কেবাখনো পুৰাণ শাস্ত্ৰ আৰু গীতা ,মায়াবী ভাগৱতৰ শ্লোকৰ অৰ্থানুবাদ কৰি সজাইপৰাই লিখা লগতে নিজৰ মনোৰ ভাব পদ ঘোষাৰে লিখা পুথি।যি পুৰাণ গীতা ভাগৱত উপনিষদৰ শ্লোক যুগুতাই লৈ লিখা কীৰ্তনঘোষা নামঘোষা শুদ্ধ সত্য শ্ৰেষ্ঠ শাস্ত্ৰ পিছে কীৰ্তনঘোষা নামঘোষাৰ আধাৰ পুৰাণ শাস্ত্ৰ অলাগতিয়াল নস্যাৎ কৰাটো কোন শ্ৰেণীৰ লোক অধম নে মধ্যম অজ্ঞ? সোতৰ পুৰাণৰ সাং অংশ সন্ধ্ৰিবিষ্ট কৰি যুগুটাই লিখা ভাগৱতৰ মুল আধাৰ সাৰ সোতৰ খন পুৰাণ ।ভাগৱতৰ সেই মুল আধাৰ শাস্ত্ৰ সোতৰ পুৰাণ গুৰুত্বহীন অলাগতিয়াল অসাৰ বৰ্জনীয় বুলি মন্তব্য কৰাটোৱে সুচায় কিমান পানীৰ মাছ । হে কলিৰ ব্যাস বৰাদেৱ প্ৰথমে শংকৰদেৱ মাধৱদেৱ ৰচিত কীৰ্তনঘোষা নামঘোষাৰ পৰা মুল আধাৰ পুৰাণ শাস্ত্ৰৰ পৰা লোৱা শ্লোকৰ অনুবাদ পদ ঘোষাসমুহ কাটি আতৰাই দিয়া ।কীৰ্তনঘোষা নামঘোষাও অগগ্ৰহণযোগ্য হব পুৰাণ শাস্ত্ৰৰ কথাৰে লিখা কীৰ্তনঘোষা নামঘোষাও বৰ্জনীয় । সোতৰপুৰাণৰ সাৰ মৰ্মৰ সংগ্ৰৃঘিত ভাগৱত মানা সোতৰ পুৰাণ শাস্ত্ৰক নামানা ।এয়া কেনে মানসিকতা ? ভাগৱত কীৰ্তনঘোষা নামঘোষাৰ পৰা সোতৰ পুৰাণৰ অংশসমুহ কাটি কুটি আতৰাই নতুনকৈ ভাগৱত কীৰ্তনঘোষা নামঘোষা লিখা তাৰ পিছত সোতৰ খন পুৰাণ অগ্ৰাহ্য নিষেধ কৰিব ।আপোনালোক মাছ বুলি নাখাই জিজী বুলি ,মাংস বুলি নাখাই জোল বুলি খোৱা চৰিত্ৰৰ।কুজা বুলি নকৈ চাপৰি যোৱা বুলি কোৱা ধৰণৰ স্বভাবৰ ।মাজা শাস্ত্ৰৰ মায়াময় ৰহস্যময় বিভ্ৰান্তকাৰী পদ কেইটামান ভাটৌৰ দৰে আওৰালেই প্ৰকৃত শুদ্ধ সত্য ধাৰ্মীক জ্ঞানী বিজ্ঞ পণ্ডিত নহয় ।
@nirjurajgogoi319
@nirjurajgogoi319 25 күн бұрын
ভাইতি , কুকুৰৰ নেজ বাঁহৰ চুঙাত ভৰাই থলেও কেতিয়াও পোন নহয় । তুমালোক বহুত সৰু হৈ আছা । এই বিলাক কথাত সময় নষ্ট নকৰি বিদ্যালয়ত পঢ়ি থাকোতে যিটো প্ৰাৰ্থনা গাবলৈ দিছিল সেইটো আকৌ মনত পেলাবলৈ যত্ন কৰা । খাই পাতফলা । বিদ্যালয়ত এতিয়াও গাই আছে "মায়াৱী" মাধৱদেৱৰ নামঘোষাৰ অন্তৰ্গত প্ৰাৰ্থনা। শক্তি আছে যদি বন্ধ কৰা ভাইতী । এনেয়ে চিঞৰ বাখৰ কৰি নাথাকিবা ।
@RanuBorah-pm9ni
@RanuBorah-pm9ni 25 күн бұрын
@asomiaasom6008 বাপ‌ আপুনি বৰ ভাল চাকৰি এটা লাভ কৰিছে । নিজৰ কামবোৰ ভালকে কৰি যাওঁক😅। নেৰিব লাগি থাকক আপোনাৰ ভৱিষ্যতে আছে ।😅
@asomiaasom6008
@asomiaasom6008 25 күн бұрын
​​@@nirjurajgogoi319আপোনাৰ যদি শক্তি আছে ভাগৱত খন যে মায়া আৰু ভক্তিধৰ্মক আশ্ৰয় কৰি লিখা নহয় প্ৰমাণ কৰা ।ভাগৱত খনযে নাৰদৰ নিৰ্দিষ্ট কৰি দিয়া একপক্ষীয় স্বাৰ্থপৰ শাস্ত্ৰ নহয় প্ৰমাণ কৰা ।সংস্কৃত ভাগৱত ভুল অসমীয়া ভাগৱতহে শুদ্ধ সত্য বুলি প্ৰমাণ কৰা ।বেদ সোতৰ পূৰাণ ভুল কেৱল অসমীয়া ভাগৱত কীৰ্তনঘোষা নামঘৈষাহে শুদ্ধ সত্য বুলি প্ৰমাণ কৰা ।তাৰ পিছত সৰু ল'ৰা মোক উপদেশ দিবা ।কুকুৰৰ নেজ বাহৰ চুঙাত ভৰাই ৰাখিলেও চিধা নহয় বাবেই তহত অ নহয় আপোনালোক চিধা হোৱা নাই ।মায়া আৰু ভক্তিধৰ্মক আশ্ৰয় কৰি লিখা ভাগৱতক মানি ভাগৱতৰ মায়াময় পদক আশ্ৰয় কৰি মতিভ্ৰম হৈ বেদ ,সোতৰ পুৰাণ ,গীতাৰ উপদেশ নামানা ।ভুলকে শুদ্ধ বুলি আচৰণ কৰি একপক্ষীয় স্বাৰ্থৰে শিৱ ,দেৱ দেৱী ,আন গুৰু , দেৱ নাম ভকতক ,বেদক ,সোতৰ পুৰাণক নিন্দা ঘৃণা কৰি আছা কৰি থাকক প্ৰভু সময়ত প্ৰমাণ হব কোন শুদ্ধ কোন ভুল ।
@asomiaasom6008
@asomiaasom6008 25 күн бұрын
​@@RanuBorah-pm9niহয় লাগি থাকিম ।কাকো নিৰ্বিঘ্নে ভুল বিকৃত অপব্যাখ্যা কৰি থাকিবলৈ নিদিও ।বিনা দৰমহাৰ চাকৰী পাইচো যিহেতু লাগি থাকিম অবসৰো নাই আজীবন ।শিৱ ৰূপায় বিষ্ণু ,বিষ্ণু ৰূপায় শিৱ ।ঔঁ🙏
@gogoisurajit044
@gogoisurajit044 24 күн бұрын
​@@asomiaasom6008tumiu moriba amiu morim amar manuhor bhakhat, kintu kune uttar dibo kune bhol korile kune huddho korise. Nijor lora suwali hodai bhal sestra. Anor bilak he beya.
@jatinborah-hj9jf
@jatinborah-hj9jf 24 күн бұрын
Bap korma akorma bikorma Mane ki what is The mining of korma bikorma and akorma.
@asomiaasom6008
@asomiaasom6008 25 күн бұрын
কিহে বাপ আজি দেখোন হাইঠা মাটিত পৰিল ।সততে সগৌৰৱে কৈ থাকা শংকৰে বৈকুণ্ঠৰ পৰা ভাগৱত আনি কলিৰ লোকক দিলে আজি দেখোন সংস্কৃত ভাগৱতৰ পৰা অনুবাদ কৰা বুলি কলা তাকো অকলে শংকৰদেৱে অনুবাদ কৰা নাই সহযোগীৰ সহযোগতহে সম্পুৰ্ণ কৰিছে আজি কিয় গোপালচৰণ দ্বিজ কেশৱচৰণ হৰিদাস অনন্তকন্দলী জয়হৰিৰ নাম ললা ?তঁহতে অসমবাসীক মুৰ্খ বুৰ্বক বনাই এনে ভাব দিয়া যেন শংকৰেহে গোটেই ভাগৱখন অসমীয়াত লিখি কলিৰ লোকক দিলে বৈকুণ্ঠৰ পৰা ।সকলো অসমীয়া বৈষ্ণৱ কবিৰ কৃতিত্ব অবদান অৰিহনা শংকৰ মাধৱক দি শীৰ্ষত ৰাখা জাহিৰ কৰা ।বৈষ্ণৱ পণ্ডিত কবি গোপালচৰণ দ্বিজ ,কেশৱচৰণ ,হৰিদাস ,জয়হৰি ,অনন্ত কন্দলী মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱৰ শিষ্য মহন্ত হোৱা বাবে তেৰাসবৰ নাম নলোৱা স্বীকাৰ নকৰা ?চাৰি শ্লোকৰ ভাগৱতত নকোৱা নথকা কথা ওঠোৰ হাজাৰ শ্লোকত মায়া আৰু ভক্তিধৰ্মক আশ্ৰয় কৰি ব্যাসে লিখা ভাগৱতক শংকৰদেৱে বিকৃত বিভ্ৰান্ত কৰি মনেসজা পদ লেখি নিজ মনোভাব সুমুৱাই দি ভকত বৈষ্ণৱক বিভ্ৰান্ত মতিভ্ৰম কৰি নিন্দাবাদত লিপ্ত কৰা পাপৰ ভাগ এতিয়া ব্ৰাহ্মণ পণ্ডিত কেইজনক ভগাই দিব বিচাৰিছা ?ৰত্নাকৰৰ পাপৰ ভাগ সৰিয়ালৰ লোকে নললে ।সংস্কৃত ভাগৱতক বিকৃত কৰি বিভ্ৰান্ত মতিভ্ৰম কৰা পদসমুহ শংকৰদেৱে লিখা স্কন্ধ অধ্যায় কেইটাতহে আছে ।ব্ৰাহ্মণ বৈষ্ণৱ পণ্ডিত কেইজনে লিখা স্কন্ধ অধ্যায়ত পদত নিন্দা ঘৃণা হেয়জ্ঞান অবজ্ঞা কৰা পদ নাই অসমীয়া ভাগৱত খন তন্ন তন্নকৈ চাবা ।সংস্কৃত ভাগৱতত ওঠোৰ হাজাৰ শ্লোক আছে শংকৰদেৱৰ ভাগৱতত চৈধ্যহাজাৰহে শ্লোকৰ ভাঙনি পদ আছে ।সংস্কৃত ভাগৱতত নথকা বহু বিকৃত মতিভ্ৰম কৰা মনেসজা পদ শংকৰৰ ভাগৱতত আছে ।সংস্কৃত ভাগৱতৰ লগত অসমীয়া ভাগৱতৰ বহু অমিল আছে ।সোতৰ পুৰাণৰ লগত ভাগৱতৰ বহু মিল নাই ।বেদ সোতৰ পুৰাণৰ উপদেশ বাণীৰ লগত ভাগৱতৰ বহু উপদেশ বিপৰীত ।শংকৰদেৱৰ ভাগৱতত শিৱ, ব্ৰহ্মা ,দেৱ দেৱী,বেদ বিহিত ভক্তি কৰ্ম আচৰণ নিন্দা ঘৃণা কৰা পদ বহু আছে তাৰ বিবৰীতে ভট্টদেৱ কৃত কথা ভাগৱতত শিৱ দুৰ্গা দেৱ দেৱী বেদ বিহত ভক্তি কৰ্ম আচৰণ নিন্দা ঘৃণা হেয়জ্ঞান কৰা পদ নাই ।শংকৰ মাধৱৰ কীৰ্তনঘোষা নামঘোষাত নিন্দাবাদ পৰনিন্দা পৰচৰ্চা আছে তাৰ বিপৰীতে গোপাল মিশ্ৰৰ ঘোষাৰত্ন পুথিত ভট্টদেৱৰ কথা ভাগৱত ,কথা গীতা,কথাৰত্নাৱলী ,ভাগৱত অধিকৰণ ,ভক্তিসাৰ,শৰণ-মালিকা ,শ্ৰীমদ্ভক্তি-বিবেক আদি গ্ৰন্থত শিৱ ,দেৱ দেৱী ,বেদ বিহিত পূজা আৰাধনাৰ নিন্দা ঘৃণা তুচ্ছ তাচ্ছিল্য নাই । ৰুদ্ৰকান্ত বৰা ডাঙৰীয়া প্ৰথমে আপুনি শংকৰদেৱৰ ভাগৱত কীৰ্তনঘোষা নামঘোষাৰ পৰা যি কেইখন পুৰাণৰ শ্লোক লৈ লিখিছে সেই পুৰাণৰ শ্লোক কতা সমুহ কাটি আতৰাই পেলাওক তাৰ পিছত সোতৰ খন পুৰাণ অসাৰ অনৰ্থক বুলি মানিব নালাগে বুলি অবজ্ঞা কৰিবা ।ৰুদ্ৰকান্ত বৰা তোমাৰ দম আছে যদি শংকৰ মাধৱক কোৱা প্ৰশ্ন কৰা হে জগতৰ একমাত্ৰ শ্ৰেষ্ঠ মহাপুৰুষ গুৰু শংকৰ মাধৱ যি সোতৰ পুৰাণক ভাগৱতে নস্যাত কৰিছে তেনে ভাগৱতৰ দ্বাৰা নস্যাত নিষিদ্ধ কৰা সোতৰ পুৰাণক আধাৰ সাৰ কৰি সেই পুৰাণ শাস্ত্ৰৰ শ্লোক লৈ কিয় কীৰ্তনঘোষা নামঘোষা লিখিছা ?যি সোতৰ পুৰাণৰ শ্লোক তথ্য লৈ কীৰ্তনঘোষা নামঘোষা লিখি সোতৰ পুৰাণক কিয় অসাৰ অগ্ৰহণযোগ্য বুলি কৈছা সুধা তহতৰ গুৰু দুজনাক কিয় সোতৰ পুৰাণক মানিব নালাগে ।
@BodhenBorah
@BodhenBorah 25 күн бұрын
সুন্দৰ বিশ্লেষণ ৷
@bhupendranath9600
@bhupendranath9600 24 күн бұрын
গ ঠনমূলক দৃষ্টিভংগীৰেহে সমালোচনা কৰিব লাগে ৷ বৰাবাপৰ তত্বগধুৰ কথাকো মান্যতা দিব লাগিব ৷ তেখেতে নিশ্চয় কথাবোৰ মনে সাজি কোৱা নাই ৷ যত জীৱ তত শিৱ ৷ সকলোৱে ঈশ্বৰ মূৰ্ত্তি ৷❤
@RajbongshiBorah
@RajbongshiBorah 24 күн бұрын
​@@bhupendranath9600সহমত প্ৰকাশ কৰোঁ।
@manumadhu8829
@manumadhu8829 25 күн бұрын
আপোনাৰ কথাত ধৰ্মৰ সংজ্ঞাটো বিচাৰি নেপালো।
@updeshmala2737
@updeshmala2737 26 күн бұрын
হেৰ মহাশয়, কোনো এটা উত্তৰ শুদ্ধ কৰি দিব নোৱাৰিলা। আপুনি কৈ গল ধৰ্ম আৰু পুণ্য কৰিব নালাগে আনফালে কৈ গল কৰ্ম কৰিব লাগে। এইবোৰ কি বকি আছে আপুনি । আপুনি শিৱৰ লিংগক গুপ্তাংগ বুলি প্ৰকাশ কৰি গৈছে।এই অপৰাধৰ ক্ষমা খুজিবই লাগিব। মায়াবীৰ গুৰুৰ শৰণ লৈ পুৰাণ সমুহক নিন্দা কৰিবলৈ আহিছা। আপোনাৰ গুৰুৱেও সকলো পুৰাণ পঢ়া নাই যেন লাগিল। ভাগৱত এখন পৰিকল্পিত শাস্ত্ৰ যেন লাগিল। শংকৰদেৱে নামক ভালকৈ প্ৰচাৰ নকৰাৰ বাবেই বিহ ফুহা হৈ মৰিছিল। বেদ ব্যাসৰ কুষ্ঠ ৰোগ হোৱা নাই। শিৱই স্তুতি কৰা কথাবোৰ আপোনাসবে বনাইছে। পুৰাণত তেনে কোনো ঘটনা নাই।
@Risigaming123
@Risigaming123 25 күн бұрын
Jago moncho chenel to চাব শিব প্ৰতিক নে গুপ্ত অংগ শাস্ত্ৰ প্ৰমাণ পাবা ।ভাইটি।
@nirjurajgogoi319
@nirjurajgogoi319 25 күн бұрын
মহাত্মা গান্ধীয়ে অসমলৈ আহোঁতে শঙ্কৰদেৱৰ বিষয়ে কি কৈছিল তুমি জানানে ভাইতি । নে তুমি মহাত্মা গান্ধীকো মায়াৱী হিচাপে অভিহিত কৰিছা ? নে তুমি হে সত্য় আন বিলাক মায়াৱী।
@rupadutta2407
@rupadutta2407 25 күн бұрын
ভাগৱত খনি শংকৰদেৱে নিজে লিখা নাই।ব্যাআসদেৱে লিখা সংস্কৃত ভাষাৰ ভাগৱত ভাঙনি কৰিছিল।১৭খন পুৰাণ লিখি ব্যাসদেৱ নিজেই অশান্তিত পৰিল। শেষত সকলো পুৰাণৰ বাহিৰে নাৰদৰ পৰামৰ্শ অনুসৰি মহাভাগৱত নিৰ্গুণ ৰূপত ৰচনা কৰিছিল।
@nirjurajgogoi319
@nirjurajgogoi319 25 күн бұрын
@@rupadutta2407 হয় । সেইটোকে কিছুমান লোকে নাজানি আবুল বাবুল বলি আছে। সঙ্কৃতৰ পৰা অসমীয়াই বুজি পোৱাকৈ লিখি উলিয়ায়। শঙ্কৰদেৱে অকলে লিখা নাছিল। সেইসময়ৰ প্ৰখ্যাত ব্ৰাহ্মণ পণ্ডিতসকলেও কলম নিগৰাইছে। ব্ৰাহ্মণ পণ্ডিতসকল কি মূৰ্খ আছিল ?
@asomiaasom6008
@asomiaasom6008 25 күн бұрын
​@@nirjurajgogoi319মহাত্মাগান্ধীয়ে শংকৰদেৱক কি কৈছিল তাৰ প্ৰয়োজন নাই ভাগঔত কীৰ্তনঘোষা নামঘোষাৰ মুল আধাৰ সাৰ চাৰিবদ সোতৰ পুৰাণ উপনিষদে কি কৈছে সেয়াহে গুৰুত্বপুৰ্ণ বিচাৰ্যৰ বিষয় ।চাৰিবেদ চৈধ্যশাস্ত্ৰ সোতৰপুৰাণক বাদ দিলে ভাগৱত কীৰ্তনঘোষা নামঘোষা শংকৰ মাধৱ অস্তিত্বহীন ।
@sarojkumarbhattacharya3826
@sarojkumarbhattacharya3826 23 күн бұрын
Bal Krishna ki
@kusharajkonwar1782
@kusharajkonwar1782 17 күн бұрын
উত্তৰ বোৰ স্পষ্ট হোৱা নাই বাপ
@baniktchutia2259
@baniktchutia2259 25 күн бұрын
Mur usarat adha ghanta bohile hangkha bepar mayajal phali pelam.kintu jamraja dukanat kastama komibo bulihe mame mome bohi assu.
@gogoisurajit044
@gogoisurajit044 24 күн бұрын
Ohonkar potonor mul karon. 14 Hastro 17 puranai bhagawator kingkor.
@baniktchutia2259
@baniktchutia2259 24 күн бұрын
WhatsApp number tu diyak .tahatak hikha diboloi dokument redi Kori thaisu Matra abar Sai lobi.tar pasat ohangkar Katha kobi.@@gogoisurajit044
@RajbongshiBorah
@RajbongshiBorah 24 күн бұрын
​@@baniktchutia2259 বিশ্বাসত document r প্ৰয়োজন নাই বাপ। আপোনাৰ যদি সম্ভৱ হয়, তেন্তে সন্মূখ সাক্ষাৎকাৰ অনুষ্ঠানত প্ৰশ্নকৰ্তা জনৰ উত্তৰ দিয়ক বাপ 🙏। যিজনক সাধাৰণ, প্ৰশ্নকৰ্তা বুলি ভাবি আছে। লগ পাই সাক্ষাৎকাৰ অনুষ্ঠানত কেমেৰাৰ সন্মুখত বহি আলোচনা কৰাৰ প্ৰয়াস কৰক। এনেকৈ comment লিখি একো সফল নহয় আপুনি.... কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏
@bkjoba69
@bkjoba69 13 күн бұрын
Dharma --Sesta choritra.Aasoron.jibonsoily/nohole odhormi koi
@ChitraranjanHandique
@ChitraranjanHandique 13 күн бұрын
Krishna krishna krishna
@pratibhakalitabaruah7321
@pratibhakalitabaruah7321 23 күн бұрын
Krishna krishna
Officer Rabbit is so bad. He made Luffy deaf. #funny #supersiblings #comedy
00:18
Funny superhero siblings
Рет қаралды 19 МЛН
Who’s the Real Dad Doll Squid? Can You Guess in 60 Seconds? | Roblox 3D
00:34
小路飞嫁祸姐姐搞破坏 #路飞#海贼王
00:45
路飞与唐舞桐
Рет қаралды 29 МЛН
মিলনপুৰ চেপন @জ্যোতিময়Jyotimoy
38:15
জ্যোতিময় Jyotimoy
Рет қаралды 137 М.
Officer Rabbit is so bad. He made Luffy deaf. #funny #supersiblings #comedy
00:18
Funny superhero siblings
Рет қаралды 19 МЛН