অখিল গগৈয়ে ২০২৬ত নিৰ্বাচন খেলিবনে?মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’

  Рет қаралды 228,645

Pratidin Time

Pratidin Time

Жыл бұрын

অখিল গগৈ হাৰিব কাৰণেই খচৰাৰ তীব্র বিৰোধী নেকি?
অখিল গগৈয়ে ২০২৬ত নিৰ্বাচন খেলিবনে?
অখিল গগৈ ২০২৪ত লোকসভাৰ প্রাৰ্থী হ’বনে?
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ কিয় ইমান সৰৱ অখিল?
আজি যুক্তিতৰ্ক নহয়, এক সুস্থ আলোচনা
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’

Пікірлер: 159
@amarjyotisaikia5625
@amarjyotisaikia5625 Жыл бұрын
অখিল গগৈ নিচিনা ইমানখিনি জ্ঞান পবিত্ৰ মাৰ্ঘেৰিটা আছে জানো 😂😂
@kusumsarma6702
@kusumsarma6702 Жыл бұрын
পৱিত্ৰ ৰ মগজুৱে নাই😅😅😅
@hepahmotivation9977
@hepahmotivation9977 Жыл бұрын
হয়তো নাই কিন্তু অখিল গগৈ মতে হ'লে অসমখন যে বাংলাদেশীয়ে দখল কৰিব সেইটো ঠিক।
@bishalsarma5306
@bishalsarma5306 11 ай бұрын
তোৰ যে মগজু নাই সেইটো প্ৰমাণ কৰি দিলা 😂😂
@ajufabegum8578
@ajufabegum8578 11 ай бұрын
Akhil da muslim hokolor karone apone alop bhabibo sun khoti akebare muslim hokolor hoisa
@jadubharali2947
@jadubharali2947 Жыл бұрын
অখিল গগৈয়ে অতি সুন্দৰভাৱে কথাখিনি উপস্থাপন কৰিছে। অখিল গগৈ সদায় জিন্দাবাদ।
@mung787
@mung787 Жыл бұрын
“দেশতকৈও ডাঙৰ নহয় মোৰ দুৰ্বল চেতিয়া মোমাইবোৰ; লাচিত নাথাকিলেও আগুৱাই যাবই লাগিব।”সাৱধান খিলঞ্জীয়া! আজিৰ খিলঞ্জীয়াই নিজক নিচিনিলে নিজ পৰিচয় এৰা।মনত ৰাখিব!আমি প্ৰথমে ভাল খিলঞ্জীয়া হৈহে ভাল অসমীয়া হ'ম,ভাল অসমীয়া হৈহে ভাল ভাৰতীয় হ'ম, ভাল ভাৰতীয় হৈহে ভাল বিশ্ব নাগৰিক হ'ম। কোনো খিলঞ্জীয়াই ৰাজহাড় হেৰুৱাব নিবিচাৰে। “আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্বৰ প্ৰেমো হ'ব বৃথা”। এদিন বাংলাদেশীয়ে সুধিব তোমাৰ পৰিচয় কি? তেতিয়া নতুন পুৰুষে আমাক প্ৰশ্ন কৰিব আমালৈ ৰাখি গ'লি কি? তেতিয়াটো নোৱাৰিবা চলাহী কথাটি কৈ সাৰিব অতীত দোহাৰি।
@perth8245
@perth8245 Жыл бұрын
Dhunia likhisa🤗🤗🤗
@rgrg5472
@rgrg5472 Жыл бұрын
অখিলৰ দৰে কোনোবা ইমান শক্তিশালী আৰু অধ্যয়নশীল নেতা আছে নেকি যি জনতাক এনেকৈ বুজাই দিব পাৰিব বা চিঞৰি চিঞৰি সজাগ কৰিব পাৰিব ? অসমৰ সৌভাগ্য যে এনেকুৱা এজন ব্যক্তি নেতা হিচাবে পাইছে । হিমন্তই মাত্ৰ নিজৰ জাতটোৰ কথা ভাবি কাম কৰি আহিছে, বিজেপিৰ পৰা খেদা খোৱা দিনা কি কৰিব ? নিজে আজীৱন ৰাজভোগ কৰি থাকিব'লৈ আৰু পুতেকৰ ৰাজনৈতিক ভবিষ্যৎ সুৰক্ষিত কৰিব'লৈ হিমন্তই অসমীয়া জনগোষ্ঠীক সৰু সৰু ভাগ কৰিছে যাতে পাছত সেইসকলৰ মাজতো ভাগ ভাগ কৰি নিজে ক্ষমতা আহৰণ কৰিব পাৰে-
@ritumonideka7749
@ritumonideka7749 Жыл бұрын
ধুনীয়া কৈ বুজাই দিছে দাদা Thank you
@DulenchGogoi
@DulenchGogoi Жыл бұрын
ধণ্যবাদ অখিল গগৈ ডাঙৰীয়ালৈ।
@dipankarnath4652
@dipankarnath4652 Жыл бұрын
Akhil da... You are great
@subhashsut2215
@subhashsut2215 Жыл бұрын
অখিল।গগৈ্।কথা।বিলাক্।,সছা
@pobontamuli4168
@pobontamuli4168 11 ай бұрын
এক দম সছা কথা ।। কিয় ৰাজনৈতিক নেতা সকল ইমান উঠি পৰি লাগি আছে ??
@asomiaasom6008
@asomiaasom6008 Жыл бұрын
অখিল গগৈ জিন্দাবাদ ।বিশেষ কিছুমান অঞ্চলৰ লগতে সমগ্ৰ অসমত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে অসম ধ্বংসৰ কুটিল ষড়যন্ত্ৰকাৰী ভাৰত চৰকাৰ আৰু ভাৰত চৰকাৰৰ পোহনীয়া ভৃত্য অসম চৰকাৰ নেতা মন্ত্ৰীয়ে বিদেশী বহিৰাগতক আনি সংস্থাপন কৰাই অসমত জনসংখ্যা বৃদ্ধি কৰাইছে ।অসমত বিদেশী বহিৰাগত নাগৰিকক আনি সংস্থাপন কৰাই সকলো সা সুবিধা দি জনসংখ্যা বৃদ্ধি কৰি ভূমিপুত্ৰ থলুৱা অসমীয়াক সংখ্যালঘু কৰাই অসমীয়া ভূমিপুত্ৰ খিলঞ্জীয়া লোকক অস্তিত্বহীন মেৰুদণ্ডহীন দুৰ্বল কৰি অসমৰ সকলো সম্পদ সমুহ অসমীয়াৰ পৰা কাঢ়ি নিয়াৰ কুটিল ষড়যন্ত্ৰ কৰিছে ভাৰত চৰকাৰে ।অসমীয়াক ধ্বংস কৰাৰ কুটিল নিকৃষ্ট ষড়যন্ত্ৰ কৰা ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ছয় জনগোষ্ঠীৰ লগতে ভূমিপুত্ৰ থলগিৰি সৰু বৰ জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমক জনজাতীয় ৰাজ্য কৰি অসমৰ সকলো সম্পদৰ অধিকাৰ অসীয়াৰ হাতত চিৰদিনৰ বাবে সুৰক্ষিত কৰিব নোৱাৰে উপনিবেশী সাম্প্ৰদায়ীক বৰ্ণবাদী বিদেশী বহিৰাগতৰ এজেণ্ট নেতা মন্ত্ৰী চৰকাৰে ।কিছু বছৰ পিছত অসমত অধিক সংখ্যক সমষ্টি ভূমিপুত্ৰ থলগিৰি খিলঞ্জীয়া জনগোষ্ঠীয় লোকৰ হাতৰ পৰা উপনিবেশী নেতা মন্ত্ৰী চৰকাৰৰ বুকুৰ কুটুম বিদেশী বহিৰাগত বাংলাভাষী হিন্দীভাষী লোকৰ হাতলৈ যাব আৰু সিঁহতে অসমীয়াক শাসণ কৰিব অসম অসমীয়াৰ বেলি মাৰ যাব ।
@kabitaadhikary2050
@kabitaadhikary2050 Жыл бұрын
Dhanyawad Akhil Gogoi dangoria
@AstroMoonKnowledgetv
@AstroMoonKnowledgetv Жыл бұрын
Nice dada I support
@ashokkumarrabha7104
@ashokkumarrabha7104 Жыл бұрын
খিলঞ্জীয়াৰ মাজত মতানৈক্য থাকিব নেলাগে ।🙏
@minotisonowal604
@minotisonowal604 Жыл бұрын
অখিল গগৈ জিন্দা বাদ
@ragenrahang2911
@ragenrahang2911 Жыл бұрын
Moja akhil da
@rofiqulislam1080
@rofiqulislam1080 10 ай бұрын
ধন্যবাদ নীতুমণি শইকীয়া আৰু অখিল গগৈ ডাঙৰীয়া। আপোনালোকৰ আলোচনাৰ জৰিয়তে বহু কথা জানিব পাৰিলো ।
@tumi4280
@tumi4280 Жыл бұрын
এই আলোচনাৰ পৰা মোৰ এনেকুৱা অনুভৱ হ'ল যে অখিল গগৈ খিলঞ্জীয়া বিৰোধী । অখিল গগৈৰ বিৰোধিতা কৰাৰ মূল কাৰণটো হ'ল সমষ্টি অনুপাতে জনসংখ্যা সমবিতৰণ নোহোৱা। যদি সমষ্টি অনুপাতে জনসংখ্যা সমবিতৰণ হোৱা হ'লে য'ত য'ত অবৈধ বাংলাদেশী আছে তাত সমষ্টি সংখ্যা বৃদ্ধি পালেহেতেন আৰু খিলঞ্জীয়াৰ প্ৰভূত্য হ্ৰাস হলহেতেন আৰু বৰ্তমান যি নিয়মমতে সমষ্টি পুনৰনিৰ্ধাৰণ কৰা হৈছে তাত খিলঞ্জীয়ালোক থকা ঠাইত সমষ্টি সংখ্যা বৃদ্ধি পোৱাৰ লগতে খিলঞ্জীয়াৰ কাৰণে সংৰক্ষিত আসন বৃদ্ধি পাইছে মই ভাৱো ই অসমীয়াৰ জাতিৰ কাৰণে ভাল আৰু যি দুই এখন আসন বিলুপ্তি ঘটিছে আমি সেই কথা চিন্তা কৰাৰ পৰিৱৰ্তে সমগ্ৰ অসমৰ ভৱিষ্যততৰ কথা চিন্তা কৰা উচিত।
@suratmogon7352
@suratmogon7352 Жыл бұрын
ঠিক কথা কৈছে, একাংশই অখিল গগৈয়ে বিৰোধীতা কৰাল কাৰণ নুবুজি এনেই অখিল গগৈ জিন্দাবাদ দি আছে।
@hindicoolstory-sg6zq
@hindicoolstory-sg6zq Жыл бұрын
অখিল এটা ......
@patraranjanburagohain7722
@patraranjanburagohain7722 11 ай бұрын
আপোনালোকে যে খিলঞ্জীয়া খিলঞ্জীয়া কৈ থাকে খিলঞ্জীয়াৰ সংজ্ঞাটো ক'ত পালে মই সেইটো বুজি নাপাওঁ অ বুজাই কব চোন যদি সময় হয়
@tumi4280
@tumi4280 11 ай бұрын
@@patraranjanburagohain7722 খিলঞ্জীয়াৰ সংজ্ঞা দিব পৰা ব্যক্তি মই নহয় কিন্ত মই এইটো জানো যে অবৈধ অনুপ্ৰৱেশকাৰীসকল খিলঞ্জীয়া নহয়। এইটো অসমৰ সকলো লোকে বিশ্বাস কৰে যে অসমত অবৈধ অনুপ্ৰৱেশকাৰী আছে আৰু ই বিশেষ বিশেষ ঠাইত জনবিন্যাসত সলনি ঘটাইছে আৰু লগতে জনবিস্ফোৰণৰ সৃষ্টি হৈছে আৰু অখিল গগৈৰ মতে তেওঁ লোকক অসমৰ ভৱিষ্যত নিৰ্ধাৰণৰ দায়িত্ব দিব লাগিছিল।
@pranabbarman9255
@pranabbarman9255 10 ай бұрын
গুৰুত্বপূৰ্ণ বিশ্লেষণ আগবঢ়ালে সমষ্টি গঠনৰ
@handiqueart3412
@handiqueart3412 Жыл бұрын
Akhil gogoi zindabad
@kalpanahazarika7631
@kalpanahazarika7631 Жыл бұрын
সুন্দৰ আলোচনা বুজিবলৈ টান। ধুনীয়াকৈ বুজাই দি সৰ্বসাধাৰণ উপকাৰ কৰিছে। ধন্যবাদ জনালো দুয়োজনকে।
@ajufabegum8578
@ajufabegum8578 11 ай бұрын
Dhainaabad
@rashmisonowal4029
@rashmisonowal4029 11 ай бұрын
​@@ajufabegum8578pppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppp❤❤
@BisheswarSaikia-ny8su
@BisheswarSaikia-ny8su 11 ай бұрын
Until ucch@@ajufabegum8578❤1❤eee❤❤❤
@DipjyotiHukai-ni9iy
@DipjyotiHukai-ni9iy 11 ай бұрын
​@@ajufabegum85780l
@rajamisong8239
@rajamisong8239 11 ай бұрын
Yrytrttt yyyyyyyttttttttyyyyyyyy l et
@brajenkaman2017
@brajenkaman2017 Жыл бұрын
Good Akhil da.
@kusumsarma6702
@kusumsarma6702 Жыл бұрын
দুগৰাকী নিৰ্ভেজাল অসমীয়াৰ মাজত খুবেই ধণাত্মক আলোচনা।ধন্যবাদ নিতুমণি ছাৰ।
@never_believed_in_girls_2457
@never_believed_in_girls_2457 11 ай бұрын
Ooooo😅ooo😅😅oooooooooooo😅oooooooooo😅😅ooooooo😅oooooooo😅😅ooooooo😅😅😅😅o😅oooo😅ooooooooooooooooo😅😅😅😅😅o😅oo😅😅o😅😅oooo😅ooooooooooooooo😅oooooo😅ooooooooooooooo😅o😅😅😅😅😅o😅😅ooo😅😅
@never_believed_in_girls_2457
@never_believed_in_girls_2457 11 ай бұрын
O😅
@never_believed_in_girls_2457
@never_believed_in_girls_2457 11 ай бұрын
😅😅😅😅ooo😅o😅o😅oooooooooooooo😅o😅😅ooooooooooooo😅oooo😅oo😅oiioooo😅😅oooooooo😅oooooooo😅oi😅ooo😅ooo😅ooo😅ooo😅o😅o😅😅o😅oo😅😅
@never_believed_in_girls_2457
@never_believed_in_girls_2457 11 ай бұрын
😅oo😅😅o😅😅😅o😅😅😅o😅😅😅😅😅😅😅😅ooo😅
@never_believed_in_girls_2457
@never_believed_in_girls_2457 11 ай бұрын
O😅😅oooo😅😅ooi
@handiqueart3412
@handiqueart3412 Жыл бұрын
Akhil gogoi zindabad.
@birajbikashdas2930
@birajbikashdas2930 Жыл бұрын
Good Akhil gogoi
@srigunajitsharma8282
@srigunajitsharma8282 Жыл бұрын
Akhil Gogoi sir ,aapuni anekoi kotha kob val lage .golfulai siyarile sokalu manuhe val nepai 🙏🙏
@tulengogoi9018
@tulengogoi9018 4 ай бұрын
অখিল জিলা বাত
@sochindoley9225
@sochindoley9225 Жыл бұрын
Akhil dha 👍👍 mojja
@Ratan123Das
@Ratan123Das 10 ай бұрын
মুঠতে সমষ্টি পুনৰ্নিদ্ধাৰণ অসমত হ'ব লাগে।
@manjugohain6786
@manjugohain6786 7 ай бұрын
ধন্যবাদ অখিল গগৈ ডাঙৰীয়া । সুন্দৰ যুক্তি দাঙি ধৰিছে । জয় আই অসম ।
@bikashdeka60
@bikashdeka60 Жыл бұрын
Akhil Gogoi zindabad
@birajbikashdas2930
@birajbikashdas2930 Жыл бұрын
Good Akhil Gogoi
@user-ch7sk5cv8b
@user-ch7sk5cv8b 10 ай бұрын
❤❤❤❤
@sailenbaruah6065
@sailenbaruah6065 Жыл бұрын
এতিয়া কবিতা লিখাৰহে সময়
@sunnyhero2544
@sunnyhero2544 Жыл бұрын
কোনবোৰ বিদেশী ৰ হাতলৈ যাব?
@uroniamonofficial12
@uroniamonofficial12 Жыл бұрын
👍👍👍
@lakhyeswarborah614
@lakhyeswarborah614 Жыл бұрын
সুন্দৰ আলোচনা হ'ল বুলিয়েই গণ্য কৰিছোঁ
@redaksonengti9324
@redaksonengti9324 Жыл бұрын
dd
@nitukhan5883
@nitukhan5883 10 ай бұрын
Very very good 👍
@mikudutta1735
@mikudutta1735 Жыл бұрын
Akhil da right koise
@ratneswarboruah9367
@ratneswarboruah9367 10 ай бұрын
Tumak, Bhogobane sohai korok Ami Asirbad korisu AKHIL GOGOI JINDABAD JOI nishito
@ghanashyamborah1063
@ghanashyamborah1063 9 ай бұрын
Only protest,protest,protest?Is there no any other strategy except protest? Political leaders are no other way to solve such type of problems, if arises? Discussion/deliberations should be positive.
@sahilahmed4013
@sahilahmed4013 Жыл бұрын
অখিল গগৈ ডাঙৰীয়াই খুব সুন্দৰকৈ বুজালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়ে কিন্ত্ত নিতুমনি দা আপুনি এজন জেষ্ঠ সাংবাদিক হিচাপে আপোনাৰ দায়িত্ব ও কম বুলি নাভাবিব । আপুনি ৰাইজৰ মাজলৈ বিষয়টো ঠেলি দিলে নহব কাৰণ অসমৰ প্ৰতিটো সমষ্টিৰ কথা আপুনি ভালকৈ জানে । গতিকে আমি আপোনাৰ পৰা জানিব বিচাৰো এই কামটো কিমান শুদ্ধ বা ভুল ।
@SelimaBegum-ew1qn
@SelimaBegum-ew1qn Жыл бұрын
Thanks 2u
@MR.KHAGEN1
@MR.KHAGEN1 11 ай бұрын
Very good
@lohitdihingia9134
@lohitdihingia9134 9 ай бұрын
Amar Akhil Gogoi belegor dore misa aru bhitti hin kotha nakoi gi koi taithya hohokare koi. Long live Gogoi da.
@prabhatbhattacharya9338
@prabhatbhattacharya9338 10 ай бұрын
😊😊😊😊😊
@digantadeka7201
@digantadeka7201 Жыл бұрын
মূখ্যমন্ত্রী এ ভয় কৰে এওক ❤❤❤
@madhumitagogoi6464
@madhumitagogoi6464 Жыл бұрын
🎉😮🎉
@assamboy78
@assamboy78 Жыл бұрын
Ll
@assamboy78
@assamboy78 Жыл бұрын
@@madhumitagogoi6464 llllll
@rameshpayang7871
@rameshpayang7871 Жыл бұрын
Akiluddin k to cm sir r football ⚽ nisina late Mari take, okal eyar kotha mukh Sudan , eyar aku Kam nai 😊
@bishalsarma5306
@bishalsarma5306 11 ай бұрын
Koti মাৰি আহিছলো ইয়াক,, 2015 ত 😂😂
@user-qv5lu2hk5z
@user-qv5lu2hk5z 11 ай бұрын
Nitumoni daa apunar news hodai nupuwar babe dukh paaisu
@mridulkumarborah4181
@mridulkumarborah4181 Жыл бұрын
Rastra gathanar sakti matabad projyojya Anubhav Haise,Ganatantrar smashan jatrar Arambha neki?
@stephensoren468
@stephensoren468 Жыл бұрын
We need thriee g gov,
@itsliton3964
@itsliton3964 Жыл бұрын
Moromor Nitumoni Saikia Sir apunak ata anurodh je apunar hair style tu agor dore parile korar sesta koribo soon .... Apunak agor hair style tut bohut qute dekha goisil atiao val lage kintu agor tu alop besi morom loga asil xaikarone koisu....😊 Aikhini kotha koar karone jodi monot dukh pai tente mok khoma kori dibo....🙏 Because you are my favourite journalist in Assam of all time....❤😊
@jobforassam10
@jobforassam10 Жыл бұрын
Maksudu😂
@trailukyachangmai7789
@trailukyachangmai7789 11 ай бұрын
I love akhil and nitumani
@pranabbaruah1989
@pranabbaruah1989 11 ай бұрын
Dada moi aaso aapunar logot. joi aai axom
@tileswarsaikia3248
@tileswarsaikia3248 Жыл бұрын
Akhilr rkatha bilak asam rRije Hunak
@allvideo3996
@allvideo3996 11 ай бұрын
Thanks u Akil Gogoi
@user-sl7jj7lg6l
@user-sl7jj7lg6l 11 ай бұрын
Good morning
@user-rk5ht2bk1z
@user-rk5ht2bk1z 9 ай бұрын
আমাৰ গগৈ ছাৰৰ কথাবোৰ সচাকৈ সংগত🎉😂
@tutuboratutubora1164
@tutuboratutubora1164 9 ай бұрын
Good
@sunnyhero2544
@sunnyhero2544 Жыл бұрын
বিদেশী কোনবোৰ ?
@BikeStean
@BikeStean 9 ай бұрын
Akhil goigoi jindabad
@7gc970
@7gc970 Жыл бұрын
এতিয়া সমষ্টিৰ নিধাৰন কৰাট অসুবিধাৰ কৌট সংখ্যাৰ লঘুৰ সমষ্টিৰ বঢ়িলে ভাল পাই যিহেতু সংখ্যাৰ লঘুৰ সমষ্টিৰ ত জনসংখ্যাৰ বৃদ্ধিৰ হোৱাৰ থাইত সমষ্টিৰ বৃদ্ধিৰ হলে ভাল পাই নেকি ।
@nilutpolsaikia3678
@nilutpolsaikia3678 Жыл бұрын
Nitumoni sir mur apunk log krubo xru pora bhttttt mn ase hope j apunk log pau moi nagaon thku sir plz ahbo nagaon
@sabitadas4305
@sabitadas4305 11 ай бұрын
যুক্তিসংগত
@SMwshahary
@SMwshahary 5 ай бұрын
In this interview, Mr. Akhil Gogoi appears to have leanings towards Rajbongshi people but biasness against the Bodos who possess Bodoland Territorial Region due to majority of population. He termed Rajbongshi population as majority while Revenue villages to be included in the Kamatapur Autonomous Council due to lack of majority and Constituencies to this also could not be delimited for want of population, density and contiguity. Could he set aside such biasness, may be he would have been considdred secular, non-partisan and unewuivocal leader in the state of Assam, at least !
@purabidas2186
@purabidas2186 Жыл бұрын
Ujoni asom r member legislative assembly t komai di CM r nijor manuhor homosti borhale...teo tu hunamote bangal original hoi...old student leader Mr Bhattacharya o ajon bangal origin person
@damayantidihingia5374
@damayantidihingia5374 11 ай бұрын
Akual da moi apunak moi val pou kintu amar pokitotea amer vutar belak okeal posa chini pai karona aje amrar anakuya rice per kg 60 toka bol moi ajean M C sacatory thanks
@purabidas8213
@purabidas8213 Жыл бұрын
Hboi
@stephensoren468
@stephensoren468 10 ай бұрын
Three gogoi must be c.m in assam
@koushikrajkonwar2431
@koushikrajkonwar2431 10 ай бұрын
Divide and rule policy.. BJP black british
@user-vj2le1yb2m
@user-vj2le1yb2m Жыл бұрын
3:04
@prakritirvlogs1463
@prakritirvlogs1463 Жыл бұрын
Akhil Gogoi khosai ajon adhoyonkhil luk
@BikeStean
@BikeStean 9 ай бұрын
Nitumani saikia k moi Hamachi karu kintu patiďin time r kisu hamdikak moi hamalusana karu
@bhupendeka3730
@bhupendeka3730 Жыл бұрын
No other man jike akhil,he is a man of meritous.
@junkonwar4943
@junkonwar4943 11 ай бұрын
AASU,,?
@sanahigogoi381
@sanahigogoi381 11 ай бұрын
ৰাইজে নখ জোকাৰিলে নৈবৈ ৰাইজৰ
@NobinBonia-ku6ou
@NobinBonia-ku6ou 10 ай бұрын
Moriani khelok 🙏🙏
@monujborahnew7068
@monujborahnew7068 Жыл бұрын
Junmoni rava caught tu kihol nitumoni dada
@AshintaBorgohain-dp8qy
@AshintaBorgohain-dp8qy Жыл бұрын
dd
@Uk07ji
@Uk07ji 11 ай бұрын
@BikeStean
@BikeStean 9 ай бұрын
Nitumani saikia k hamathan karu patidin r kißu hambadik dalai thaka tu hoitay
@user-ch7sk5cv8b
@user-ch7sk5cv8b 10 ай бұрын
❤❤❤🎉🎉🎉🎉❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
@user-ch7sk5cv8b
@user-ch7sk5cv8b 10 ай бұрын
@fakaruddin9951
@fakaruddin9951 Жыл бұрын
অখিল ধিঙ থো পাঁচ কৰিব যদি আহে
@jyotiprovachangmai6385
@jyotiprovachangmai6385 10 ай бұрын
😂goodakb 39:50 39:51
@AhmedAli-km8fk
@AhmedAli-km8fk Жыл бұрын
Sob Natok
@udoythakuria7568
@udoythakuria7568 11 ай бұрын
gagai & saikia both are favorite this the one of best talk for village people those who are does not know the ABC of politics
@jatinkonwar2922
@jatinkonwar2922 Жыл бұрын
P
@dweepengogoi2307
@dweepengogoi2307 2 ай бұрын
😅
@anilburagohain3586
@anilburagohain3586 9 ай бұрын
Akhamia bali mar gol😢😢😢
@tamanna2813
@tamanna2813 Жыл бұрын
Promod Borok usatani di jali disila last gatet monot ase ne. taulukar porialk atia ki help karila ne MLA huar pasot . Aber mat akhar disa ne goi. Tumak janiboly aru baki nai. Dal mea kus kala hain.
@chittaranjanbordoloi355
@chittaranjanbordoloi355 Жыл бұрын
Nituda, Akhiluddin k question korok Congress r pora kiman pale
@jitupalgogoi8823
@jitupalgogoi8823 Жыл бұрын
Hh
@birenbora4425
@birenbora4425 Жыл бұрын
PIYAJ PAGOLE KI KOI BA KHLOR KOTHAR UPOROT
@riturajbaruah5329
@riturajbaruah5329 Жыл бұрын
Miya kon uttar to lage
@bishalsarma5306
@bishalsarma5306 11 ай бұрын
Two chappri one'fame 😂😂 Like কৰা কোনে কোনে ভাল পায় 😂😂
@manashborthakur7359
@manashborthakur7359 11 ай бұрын
Akhil eta pagol
@chandandeka5633
@chandandeka5633 11 ай бұрын
মামাৰ দালাল
@chittaranjanbordoloi355
@chittaranjanbordoloi355 Жыл бұрын
Akhiluddinr bhagin AMSU
@voltagegyan7811
@voltagegyan7811 Жыл бұрын
অখিলে পাগল বকিছে মোৰ মতে।
@JahirKhan-xc2es
@JahirKhan-xc2es Жыл бұрын
1500
@voltagegyan7811
@voltagegyan7811 Жыл бұрын
@@JahirKhan-xc2es আপুনি হয়তো আপোনালোকৰ বিৰোধী সকলোকে 1500 টকীয়া বুলি ভাৱে নাইবা আপোনালোকৰ কথাৰ কোনো যুক্তি নাই যিদৰে অখিল গগৈৰ কথা যুক্তি নাই।
@highspeed1513
@highspeed1513 Жыл бұрын
China is best place for Akhil Gogoi
@AnilBoraJaan
@AnilBoraJaan Жыл бұрын
Baki ekunokou kintu bjp r numdalu lorabo nuare.
@haladharkalita9820
@haladharkalita9820 Жыл бұрын
Meaningless Discussion.
🌊Насколько Глубокий Океан ? #shorts
00:42
MEGA BOXES ARE BACK!!!
08:53
Brawl Stars
Рет қаралды 36 МЛН
🌊Насколько Глубокий Океан ? #shorts
00:42