অর্ধনগ্ন হৈ ভিডিঅ' বনোৱা নাৰীসকলক কি কলে এঞ্জেলা চাংমাই? Angela Changmai ..

  Рет қаралды 218,103

RNA NEWS AXOM & NE

RNA NEWS AXOM & NE

Күн бұрын

অর্ধনগ্ন হৈ ভিডিঅ' বনোৱা নাৰীসকলক কি কলে এঞ্জেলা চাংমাই? Angela Changmai ..
FOLLOW ME ON FACEBOOK :-www.facebook.c...
FOLLOW ME ON INSTAGRAM:- / jishubarman99
Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
Thanks for watching

Пікірлер: 653
@gunaramdas131
@gunaramdas131 Ай бұрын
আপোনাক অশেষ ধন্য বাদ জনাইছোঁ!আপোনাৰ নিচিনা নাৰী বৰ্তমান অসমীয়া সমাজ খনট অতি প্ৰয়ো জন, হৈছে।আমাৰ মনৰ কথা বোৰ খুবেই সুন্দৰ কৈ উপস্থাপন কৰিছে! ভগৱানে আপোনাক কৃপা কৰক!কৃষ্ণ🙏
@KikiKiki-is9cf
@KikiKiki-is9cf 25 күн бұрын
Saty ktha
@user-zq7px2mh5m
@user-zq7px2mh5m 14 күн бұрын
আপোনাৰ বক্তব্য সুন্দৰ অশেষ ধন্যবাদ জনালোঁ।
@aabirgogoi1694
@aabirgogoi1694 Ай бұрын
আপোনাৰ সতে মই ও একমত, আমাৰ মাতৃ সকলে ও বেছি আধুনিকতাৰ ফালে ঢাল খাবলৈ আৰম্ভ কৰিছে, লৰা ছোৱালী ইংৰাজী মাধ্যমত পঢ়াইছে আৰু আমাৰ সম্বন্ধ বোৰত সম্বোধন বোৰ ও ইংৰাজী এ কৰিবলে বিচাৰিছে, মোৰ লৰা টোক ও ইংৰাজী মাধ্যমত দিছোঁ কিন্তু মই হলে বৰ দেউতা, বৰ মা, খুৰী এনেদৰে হে মতিবলে হিকাইছো
@satrapatipayeng1150
@satrapatipayeng1150 Ай бұрын
100% সছা কথা বাইদেউ ভগবন্তই আপোনাক দীৰ্গায়ো কৰক🙏🙏
@KrishnaDas-zz5wy
@KrishnaDas-zz5wy Ай бұрын
বাইদেউ, আপোনি আমাক দিয়া জ্ঞানবাণীৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। ঈশ্বৰে আপোনাক মংগল কৰক।
@arunsaikia6403
@arunsaikia6403 Ай бұрын
সুন্দৰ অতি সুন্দৰ, নাৰী সকলে হৈ সন্তানৰ প্ৰথম গৰাকী শিক্ষক। সেই শিক্ষক গৰাকী সবল শক্তিশালী হ'লে হে সন্তান সৱলীকৰণৰ হ'ব।
@sunitchangmai9718
@sunitchangmai9718 Ай бұрын
সত্যপ্ৰৱণতাৰে কথাখিনি উপস্থাপন কৰিলে, শুনি ভাল লাগিল 'বাইদেউ লৈ বহু বহু ধন্যবাদ 🙏
@user-oh8lv4bt2t
@user-oh8lv4bt2t Ай бұрын
আপোনাৰ এই সুন্দৰ কথা খিনি যদি সঁচাকৈয়ে পালন কৰে আমাৰ সমাজ খন যেন পুণৰ সুন্দৰ এখন নিকা সমাজ গঢ়ি উঠিবলৈ আৰম্ভ কৰিব। ধন্যবাদ বাইদেউ আপোনাক ভগৱানে মঙ্গল কৰক,
@shyammahanta7317
@shyammahanta7317 Ай бұрын
আমাৰ দিনত টিফিনৰ ব্যৱস্থাই নাছিল | ৰাতিপুৱাৰ চাহৰ লগত পিঠাগুৰি আৰু ভীমকলৰ লাৰু ,স্কুললৈ যাওঁতে শাকে শকুতাৰে একাঁহী ভাত | মচুৰ দালি সপ্তাহৰ মুৰত এবাৰহে খাবলৈ পাইছিলো | বাৰিৰ কচু ঢেকিয়া মানিনুনি খুটুৰা মাট্কাদুৰি এই বিলাকহে আহাৰৰ তালিকাত আছিল | ধন্যবাদ এঞ্জেলা, বহুত সুন্দৰ ভাষণ 👍👍👍👍
@user-sf6qd9sm2u
@user-sf6qd9sm2u 28 күн бұрын
Umm😊❤️
@manashpratimnath9896
@manashpratimnath9896 24 күн бұрын
আপুনি একেবাৰে সঁচা কথা কৈছে টিফিন বহুত দূৰৰ কথা চতুৰ্থ শ্ৰেণীলৈকে মই স্কুললৈ হাতত কিতাপ লৈয়ে গৈছিলো হাইস্কুলত পঢ়োতেহে দেউতাই বেগ কিনি দিছিল।।
@user-jd7gp5yy3w
@user-jd7gp5yy3w Ай бұрын
খুব সুন্দৰ মন্তব্য আগবঢ়ালে ৷ আপোনাৰ নিচিনা নাৰীয়ে সমাজ পৰিবৰ্তন কৰিব পাৰিব ৷ ভাল লাগিল বাইদেও ৷
@binakumarigogoiborah8407
@binakumarigogoiborah8407 Ай бұрын
মন চুই যোৱা আকৰ্ষনীয় বক্তৃতা 😊❤❤❤❤ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻ঈশ্বৰে কৃপা কৰক 🙏🏻🙏🏻🙏🏻🙏🏻😊
@SonaBorah-ul4pt
@SonaBorah-ul4pt 27 күн бұрын
আপোনাক অশেষ ধন্যবাদ প্ৰতিটো কথাই 100% সঁচা,🙏🙏🙏
@Krityagyata
@Krityagyata Ай бұрын
তোমাৰ দৰে সকলো নাৰী একে হোৱা হ'লে 😢😢😢 অসমীয়া সমাজ খন ইমান তললৈ নগল হ'লে।।।।দিনে দিনে বৰ বেয়া হৈ গৈছে 😢😢😢
@user-xq4ro9qc2p
@user-xq4ro9qc2p Ай бұрын
এঞ্জেলা তোমাৰ ভাষণ শুনি বহুত ভাল লাগিল । আগোৱাই যোৱা । ঈশ্বৰে আৰু সুমতি দিয়ক ।
@sanjibbora6180
@sanjibbora6180 Ай бұрын
100%right .May God Bless you
@anjanahazarika2740
@anjanahazarika2740 Ай бұрын
খোব সুন্দৰ কথা কৈছে হৃদয় চুই জোৱা
@robingogoi5983
@robingogoi5983 Ай бұрын
আপোনাৰ কথাই অসমীয়া সমাজৰ প্ৰত্যেক জন সৎ মানুহৰ মন চুইছে বুলি বিশ্বাস হয় ।সদায় এনে বাৰ্তা প্ৰেৰণ কৰি যাওঁক নিশ্চয় অসমীয়া সমাজৰ পৰিৱৰ্তন হব ।
@mridulnath583
@mridulnath583 28 күн бұрын
আপোনি বৰ সুন্দৰ কথা কৈছে। বহুত বহুত ধন্যবাদ বাইদেউ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
অতি সুন্দৰ আৰু সময়োপযোগী আৰু সচা কথাই কৈছে। সেই সকল মহিলাই থলুৱা খাদ্য সম্ভাৰ বনাই কন কণ ল'ৰা ছোৱালীৰ স্বাস্থ্যও ভালে থাকিব। অতি অন্তৰস্পষী উপলব্ধি। কথাখিনিৰ মৰ্মাৰ্থ গভীৰভাৱে উপলব্ধি কৰিলে আমাৰ সমাজৰ সকলোৰে কাৰণেই মঙ্গল।❤❤❤
@SriCCDas
@SriCCDas Ай бұрын
এই বিলাক নাৰীৰ চৰিত্ৰৰ উন্নতিৰে হিমালয়ৰ শৃংগ চুইছে, আৰু সামাজিক পৰিবেশ বিনষ্ট কৰা মানব হ'ল নাৰী জাতিৰ চৰিত্ৰ মুল কথা।
@jitunath6249
@jitunath6249 12 күн бұрын
বহুত ভাল লাগিছে। সঁচাকৈ আমাৰ সংস্কৃতি অবনমিত হৈছে
@dheerajsfunnyvidio7424
@dheerajsfunnyvidio7424 Ай бұрын
সুন্দৰ মন্তব্য আগবঢ়ায়ছে বাইদেউ আপুনি বহুত বহুত ধন্যবাদ থাকিল।♥️♥️
@bharatibharuah7495
@bharatibharuah7495 28 күн бұрын
খুউৱ সুন্দৰ কথাখিনি আপোনাৰ , একেবাৰে সত্য কথা।বাস্ত্ৰৱত ঘটি থকা ঘটনা বোৰ আজি আপুনি উদঙাই দিছে, আপোনাক মোৰ‌আন্তৰিক অশেষ অশেষ ধন্যবাদ জনাইছো।🙏❤
@dipahazarika1982
@dipahazarika1982 29 күн бұрын
বাইদেউ আপোনাৰ এই সুন্দৰ কথাখিনিয়ে মোৰ মন প্ৰাণ চুই গ'ল।
@Sima.1234
@Sima.1234 Ай бұрын
ভাল কথাই কৈছে বাইদেউ গৰাকীয়ে,,
@BenuKumbang-fw5nb
@BenuKumbang-fw5nb Ай бұрын
সুন্দৰ পৰামৰ্শ । নাৰীৰ কামকাজ মাৰ্জিত হ'ব লাগে । ❤
@hemkantaborah7434
@hemkantaborah7434 Ай бұрын
নাৰীৰ ক্ৰমান্বয়ে উলংগ হৈ হৈ আহি আছে। বৰ্তমান অৰ্ধউলংগ অৱস্থা পাইছেহি। কিছু বছৰৰ পিছত সম্পূৰ্ণ উলংগ হৈ যাব পাৰে।কিন্তু সকলো নহয়।
@babuldas2981
@babuldas2981 20 күн бұрын
বাইদেউ, জ্ঞান গঙ্গা আৰু জীৱনৰ সুগমপথ এই কিতাপ দুখন এবাৰ পঢ়ি চাবচোন।
@rajnishbharali8019
@rajnishbharali8019 Ай бұрын
আপুনি বৰ ভাল কথা কৈছে । আজি কালি গাওৰ মহিলা বা ছোভৱালী বোৰৰ দেখুৱা তো বহুত বেছি হল। আনৰ পৰা কাপোৰ আনি ওচৰৰ ভাল ঘৰ এতাত নিজৰ ঘৰ বুলি কৈ ৰিল বনাই। এইবোৰৰ কাৰনে সমাজ খন ধঙস হৈছে। বাহিৰলৈ গলে বৰচুৰিয়াৰ ফেৰ ঘৰলৈ গলে ধকুবাৰ বেৰ
@mithunkumardeka5803
@mithunkumardeka5803 Ай бұрын
Right
@jyotiborasaikiasaikia5939
@jyotiborasaikiasaikia5939 12 күн бұрын
বহুত সুন্দৰ আৰু সত্য কথা ভাল লাগে aapunar বক্তৃতা শুনি
@krishnaborah2420
@krishnaborah2420 28 күн бұрын
ইমান সুন্দৰ কৈ কথাখিনি কৈছা বৰ ভাল লাগিল৷আমাৰ সমাজখন বৰ ভয়লগা হৈ আহিছে৷তোমাৰ কথাবোৰ বৰ সময়োপযোগী৷বহুতো মৰম দিলোঁ মাজনী
@user-ig8on9kx4d
@user-ig8on9kx4d Ай бұрын
সুন্দৰ আমাৰ অসমীয়া কিছুমান মহিলাই অসমীয়া সংস্কৃতিৰ কথা পাহৰি নিজকে তুচ্ছ কৰিছে তেওঁলোকৰ ঘৰ সংসাৰ ল’ৰা ছোৱালীৰ কথা তেওঁলোকে ভাল হোৱাতো নিবিচাৰে নেকি?কাৰণ সংস্কাৰ বুলি কথা এষাৰ আছে!
@aparajitatamuli7273
@aparajitatamuli7273 Ай бұрын
সুন্দৰ ১০০/ শতাংশই সঁচা
@mouchumikalita4324
@mouchumikalita4324 Ай бұрын
সঁচাকৈ আজিকালি মানুহ বোৰৰ যে কি হৈছে ।।কিছুমান ছোৱালী মাইকী দেখিলে যে খং এ উঠে।ফেচবুক টো বাদেই দিলোঁ সেইবাবে।।
@user-vb8fc6wu6f
@user-vb8fc6wu6f 14 күн бұрын
বাইদেউ আপোনাৰ প্ৰতিটো ভাষণে হৃদয় চুই যায়
@Mukund-o7y
@Mukund-o7y Ай бұрын
100%right kotha koise ❤❤❤
@user-ik7qw1rg5s
@user-ik7qw1rg5s 28 күн бұрын
😅
@rijubegun6951
@rijubegun6951 22 күн бұрын
Bohut val kotha koise apuni baideo ❤
@JJu-eg1my
@JJu-eg1my 29 күн бұрын
সুন্দৰ। আপোনাৰ দৰে সকলো নাৰী য়ে নেভাবে বাইদেউ 🙏🙏🙏
@NeelimaSaikia
@NeelimaSaikia 13 күн бұрын
, Krishna aai amar monor katha bilakei apuni abagato karise bhogobontoi আপোনাক আৰু শক্তি দিয়ক।
@Ratulpawe-er8ii
@Ratulpawe-er8ii 14 күн бұрын
আপোনাৰ সাৰুৱা মন্তব্য বোৰ শুনি সঁচাই একলম নিলিখাকৈ থাকিব নোৱাৰিলোঁ। সঁচাই মহান আপুনি ।
@Jyotiyadav_015
@Jyotiyadav_015 6 күн бұрын
Apni ekadam theek Katha kaise apnar Katha bar val lagil Rajasthanar para❤❤❤❤❤
@mindarengti2472
@mindarengti2472 23 күн бұрын
Absolutely correct. Imaan bhal kotha koise Long live.
@r.d.creator8235
@r.d.creator8235 16 күн бұрын
Kothabur bohut bohut sposto. Bohut bhal lage tekhetor bhaxon👌👌👌
@rumibarman8007
@rumibarman8007 28 күн бұрын
সুন্দৰ বক্তব্য শুনি বহুত ভাল লাগিল। শুনি আমনি নালাগে নজনা কথা জানিব পাৰিছো ।❤️
@hangshadhardeka5913
@hangshadhardeka5913 24 күн бұрын
মনপৰশা বক্তব্য। উঠি অহা প্ৰজন্মৰ মোৱাইলফোনৰ অপব্যৱহাৰ আৰু ফোনত কিবাকিবি খেলা খেলি পাগল হৈছে বহু জন/জনী । এই সম্পৰ্কেও বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনালোঁ। কিয়নো গাওঁ সমূহতো এই অপসংস্কৃতিবোৰ বাৰুকৈয়ে শিপাইছে । আগলৈ•••••••। ধন্যবাদ চাংমাই বাইদেউ।**💐💐⏰💃
@digantabaruah5243
@digantabaruah5243 Ай бұрын
অতি সুন্দৰ 🎤🙏
@hemaprovaborah5340
@hemaprovaborah5340 2 күн бұрын
অতি সুন্দৰ বহুত ধন্যবাদ
@user-wg6ok7vo7m
@user-wg6ok7vo7m Ай бұрын
বহুত ভাল লাগিল আকৌ যেন আহে আগৰ সেই দিন
@morominath7693
@morominath7693 Ай бұрын
বহুত ভাল কথা কৈছে ভাল লাগিল শুনি কৃষ্ণ 🙏🙏
@Monuarabegum-uv4qp
@Monuarabegum-uv4qp 27 күн бұрын
🎉 অতি সুন্দৰ 😢 কথা কৈছে ধন্যবাদ থাকিল ভগৱান সহায় কৰিব ❤❤❤😂😂😂
@monuranjangogoi6276
@monuranjangogoi6276 25 күн бұрын
Wow. Akdom right koise apunak ki buli dhainyabaad dim ❤❤❤❤❤. Baidew. Apuni asomia homajor prokit bastob dangi dhorar babe ❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@suvam6815
@suvam6815 24 күн бұрын
সুন্দৰ উপস্থাপন বাইদেউ
@parikeut
@parikeut 28 күн бұрын
কি কম ভাষা ই নাই ,,,, আপুনি মই মনত লৈ ফুৰা ভাৱ বোৰে প্ৰকাশ কৰিছে সুন্দৰ বাক্য ৰে
@dibakarmali5637
@dibakarmali5637 21 күн бұрын
সুন্দৰ সময়োপযোগী ভাষ্য। ভাল লাগিল শুনি।❤❤
@Dipshikha56
@Dipshikha56 Ай бұрын
বহুত বহুত ধন্যবাদ লগতে আপোনালৈ মৰম আৰু শুভ কামনা
@PSYCHO.COMसाइको.कॉम
@PSYCHO.COMसाइको.कॉम 25 күн бұрын
কথা খিনি মন চুই গল, আপোনাৰ দৰে নাৰীৰ প্ৰয়োজন আছে সমাজত❤
@rb3243
@rb3243 Ай бұрын
সুন্দৰবক্তব্য ❤
@RanjanaGogoi-i7f
@RanjanaGogoi-i7f Ай бұрын
আপোনাৰ এই অতি সুন্দৰ ভাষণে সমাজ খন পৰিবৰ্ত্তন আনিব । ধন্যবাদ ।
@pangkajdutta9286
@pangkajdutta9286 Ай бұрын
গুৰুত্বপূৰ্ণ কথা খিনি সকলোৱে মানি ললে সমাজ খন অলপ হ'লেও সুন্দৰ হ'ব । বৰ সাৰুৱা কথা ক'লে ।বহুত ধন্যবাদ। আপোনাৰ দৰে মানুহ সমাজ ত দৰকাৰ । ভগৱানে আপোনাক কুশলে ৰাখক ।
@Doleypuneswar222
@Doleypuneswar222 Күн бұрын
সুন্দৰ কথা কৈছে আপুনি...🙏
@madhabmedhi1322
@madhabmedhi1322 26 күн бұрын
আপুনি খুব সুন্দৰ কথা কৈছে। সেই video বিলাক চাই মোৰো বহুত বেয়া লাগি যায়।
@jayadass2681
@jayadass2681 26 күн бұрын
খুব ভাল কথা কৈছে? এই খিনিতে এটা প্ৰশ্ন সুধিব বিচাৰোঁ যে এখন চিনেমাত অভিনেতা অভিনেত্ৰী দুয়োটা থাকে তাত পুৰুষ জনৰ পোছাক পৰিধান ঠিক থাকে মহিলা পোছাক ইমান সুন্দৰ পাৰ্থক্য দেখা যায় কিয়?
@champachoudhury4740
@champachoudhury4740 Ай бұрын
সঁচায় ইমান ধুনীয়া কথাবৰ মন চুই জয়া
@anilkhataniar4955
@anilkhataniar4955 3 күн бұрын
অপুনাক ধন্যবাদ জনাইছো দেই।
@SanjayDas-dl9sl
@SanjayDas-dl9sl 10 күн бұрын
বাইদেউ আজিকালি স্কুলৰ লৰা ছোৱালী বোৰে মাত্ৰ স্কুলৰ শিক্ষক খিনিক হে সন্মান কৰে। ৯০% লৰা ছোৱালীয়ে বাহিৰা মানুহক সন্মান নকৰে ৰাস্তাত যাওঁতে উদ্ভাণ্ডালি কৰি কৰি গৈ থাকে। সৰুতে মাক বোৰে কথা মহলা মাৰি মাৰি চাইকেলত হওঁক স্কুটিত হওঁক ৰাস্তাৰে তেনেকৈ অনা নিয়া কৰে যে ৩/৪ বছৰ সেয়া ৰৈ যায়।
@rohiff6585
@rohiff6585 Ай бұрын
আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ
@prativahazarika1727
@prativahazarika1727 Ай бұрын
100% xosa kotha koise...ajir esame nijei aru xoru suwalir pora mordan Kapur pindhibo xikaise laz lagi jai
@anilkhataniar4955
@anilkhataniar4955 3 күн бұрын
বৰ ভাল লাগিল দেই আপোনাৰ কথা বিলাক।
@ritasaikia2730
@ritasaikia2730 20 күн бұрын
আপোনাৰ আলোচনাটোৰ বৰ্তমান যথেষ্ট গুৰুত্ব আহি পৰিছে ।
@manjuladas9819
@manjuladas9819 17 күн бұрын
Xundar prastuti , 🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹❤️❤️❤️🙏
@r.d.creator8235
@r.d.creator8235 16 күн бұрын
Apunar xokolu kotha bhal lagi goise jetiyar pora apunar video prothom dekhisu. 👌👌🙏
@ritasarmah8682
@ritasarmah8682 27 күн бұрын
100% সঁচা কথা কৈছে, ভাল লাগিল কথাখিনি।
@indumoni891
@indumoni891 Ай бұрын
সছা কথা কৈছা,ভাল লাগিল।
@Ayush-sq3pt
@Ayush-sq3pt Ай бұрын
100%right May God bless you
@pranjalborah6216
@pranjalborah6216 20 күн бұрын
Bor sondar bhal lagil aaponak thanks
@manjubarman1855
@manjubarman1855 Ай бұрын
আমি টিফিনেই খাই নাপালোঁ।বাৰীয়ে বাৰীয়ে টেঙা বিচাৰি খাওঁতেই দিন গ'ল।
@Mukund-o7y
@Mukund-o7y Ай бұрын
Hoi
@purabisaikia253
@purabisaikia253 19 күн бұрын
আপুনি কোৱা প্ৰতিটো কথাই সত্য। আপোনাৰ দৰে যদি সকলোৱে চিন্তা কৰিলেহেতেনঁ আজিৰ সমাজ ইমান বেয়া নহ'লহেতেন।
@prastutikashyap100
@prastutikashyap100 21 күн бұрын
aponar kotha khini क्यूकोलोर mon mogagu sui jwak bohut val lagil
@prasantaprotimbora9961
@prasantaprotimbora9961 Ай бұрын
একেবাৰে সত্য কথা । ভাল লাগে আপোনাৰ কথাবোৰ শুনি ।ধন্যবাদ জনালোঁ ।
@nazminakhtar7736
@nazminakhtar7736 Ай бұрын
সঁচা কথা । ভাল লাগিল।
@ivabordoloi2702
@ivabordoloi2702 11 күн бұрын
সুন্দৰ কথা কৈছে আপুনি,,,
@priyanshupratimsaikia1150
@priyanshupratimsaikia1150 Ай бұрын
বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ। একেবাৰে মনৰ মাজত দোলা দি থকা কথা বোৰ শুনিবলৈ পাইছোঁ।
@rashmikhanikar7089
@rashmikhanikar7089 Ай бұрын
নমস্কাৰ বাইদেউ আপোনাৰ লগত ম ই এক মত । আপোনাক অশেষ ধন্যবাদ। কিছুমান দানবে মানুহৰ ৰূপ লৈ মোবাইলত নগ্ন চৰিত্ৰ ৰূপায়ণ কৰি উঠি অহাৰ প্ৰজন্মক ধ্বংস কৰিবলৈ গৈ আছে । এই ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰিব বুলি আশা ৰাখিলোঁ ।
@Anima_Bharali123
@Anima_Bharali123 Ай бұрын
খুব সুন্দৰ মন্তব্যৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। সম্পূৰ্ণ সঁচা কথা কৈছে।🙏
@pobitramahanta9650
@pobitramahanta9650 25 күн бұрын
ভোগবাদী সমাজত এগৰাকী নাৰীয়ে হে আধুনিকতাৰ ধামখুমীয়াত বিলীন হ'বলৈ যোৱা নাৰীক শুদ্ধ পথলৈ আনিব পাৰিব, আপোনাৰ দৰে নাৰী আজিৰ সমাজত অতিব প্ৰয়োজন বুলি আমি আন্তৰিকতাই কামনা কৰিছোঁ।
@user-il7yr2or2y
@user-il7yr2or2y Ай бұрын
তোমাক.বহূত.বহূত.🙏🙏🙏
@taranidekataranideka4132
@taranidekataranideka4132 Ай бұрын
Tomali bohut bohut dhanyabad agali o anekua bhasan di jaba
@hiranmayeedeka1450
@hiranmayeedeka1450 26 күн бұрын
বহুত ভাল লাগিল প্ৰতিটো কথা। সকলোৱে যদি এনেকৈ ভাবিলে হয় আজি সমাজ খন যি ধ্বংস গৰাহত পৰিছে উদ্ধাৰ হ'ল হয়। কিন্তু মানু্হ নামৰ দুই ঠেঙীয়া জন্তুবিধ আৰু ঠিক হ'ব নোৱাৰে। মানু্হৰ হৃদযন্ত্ৰ এতিয়া মোবাইল ফোন নামৰ যন্ত্ৰত ধপধপাই।।।
@rakhihandique1701
@rakhihandique1701 25 күн бұрын
Mur manar katha kole. Amar homajot apunar ei kotha khini bohut Prasoon. Logote apunar Dore hat hahokhi bayaktir . Apunak🙏🙏🙏pranam
@kankanmudoi7689
@kankanmudoi7689 22 күн бұрын
আপুনি বহুত সুন্দৰ কথা কৈছে?
@mrigunkagogoi5874
@mrigunkagogoi5874 24 күн бұрын
আপোনাক বহু ত ধন্যবাদ জ্ঞাপন কৰিছো । নাৰীৰ বিষয়ে কোৱা ত ।
@PADURAMBORAH
@PADURAMBORAH Ай бұрын
Thank you Angela, God bless you.
@user-qd8xo7wv1i
@user-qd8xo7wv1i 26 күн бұрын
Hundar,ati mulyaban bhadan, bahut bahut dhanyavad,eikhini kotha hridayangam koribo parile hokolure mangal hobo,God bless you
@darsanasaharia3577
@darsanasaharia3577 27 күн бұрын
Apunar kathabur bahut val lagise aru aitu satay katha love from mangaldai ❤❤❤❤❤
@user-jd7gp5yy3w
@user-jd7gp5yy3w Ай бұрын
আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷
@AbdulHamid-em4ky
@AbdulHamid-em4ky Ай бұрын
সুন্দৰ বাইদেউ, আচল কথাই কৈছে ৰূীলচ বনোৱাত ব্যস্ত কিছু মহিলা
@prasantagogoi5591
@prasantagogoi5591 21 күн бұрын
Dhunia katha koise Apuni 👍
@DebanandaPegu-vt2fp
@DebanandaPegu-vt2fp 27 күн бұрын
Dhoinyabad Thakil Baideu
@user-cf6jq5kp4k
@user-cf6jq5kp4k 21 күн бұрын
সুন্দৰ কথা কৈছে sister
@anitanath4573
@anitanath4573 28 күн бұрын
বৰ সুন্দৰ আৰু জীৱনৰ বাবে প্ৰয়োজনীয় 🙏🙏🙏
@eranibhuyan8364
@eranibhuyan8364 23 күн бұрын
Tumar dore nari Amar homajot oti prayujan..bohut val lagil huni ❤
@bhaskargogoi547
@bhaskargogoi547 28 күн бұрын
ধনাত্মক চিন্তাধাৰা,ভাল লাগে আপোনাৰ বাৰ্তাবোৰ।
SCHOOLBOY. Мама флексит 🫣👩🏻
00:41
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 6 МЛН
Men Vs Women Survive The Wilderness For $500,000
31:48
MrBeast
Рет қаралды 65 МЛН
Just Give me my Money!
00:18
GL Show Russian
Рет қаралды 1,1 МЛН
when you have plan B 😂
00:11
Andrey Grechka
Рет қаралды 43 МЛН
SCHOOLBOY. Мама флексит 🫣👩🏻
00:41
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 6 МЛН