LIVE | Assamত বাংলাদেশী সংস্থাপনৰ ভয়ংকৰ ব্লু প্ৰিণ্ট! Arunachalয়ে নাৰাখে হাজং-চাকমাক। N18L

  Рет қаралды 78,029

News18 Assam/Northeast

News18 Assam/Northeast

2 ай бұрын

LIVE | অসমত বাংলাদেশী সংস্থাপনৰ ভয়ংকৰ ব্লু প্ৰিণ্ট! অৰুণাচলে নাৰাখে হাজং-চাকমাক। N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#news18assamne #assam #arunachalpradesh #caa #amitshah #himantabiswasarma #kiranrijiju
#news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 222
@user-bc1tu6fe2d
@user-bc1tu6fe2d 2 ай бұрын
No CAA
@hiteshborah1367
@hiteshborah1367 2 ай бұрын
ইহঁতৰ দিনতে অসমীয়া ভাষা আৰু জাতি শেষ হোৱাৰ পথত ।
@user-pe1pq9zk4x
@user-pe1pq9zk4x 2 ай бұрын
মানি ল'ব নোৱাৰে
@anantachelleng1319
@anantachelleng1319 2 ай бұрын
কোনো কাৰণতেই মানি লোৱা নহব ।
@tulshigogoi7019
@tulshigogoi7019 2 ай бұрын
Immediately stop CAA.
@toruntossa
@toruntossa 2 ай бұрын
Jkkkk
@digantadas3305
@digantadas3305 2 ай бұрын
Against CAA
@MaxPro-cr8vm
@MaxPro-cr8vm 2 ай бұрын
অসমীয়া শেষ হোৱাৰ পথত
@LabakeshSutradhar
@LabakeshSutradhar 2 ай бұрын
As a go to back bjp!
@dileepkataki4457
@dileepkataki4457 2 ай бұрын
71ৰ পিচৰ বিদেশীৰ বোজা আমি মানি লব নোৱাৰো ।
@sanjibbora1789
@sanjibbora1789 2 ай бұрын
এতিয়া ১২৫০/,২০০০/, টকীয়া অন্ধ্ৰ ভক্ত সকলে কিবা বুজি পাব নে,আমাৰ লেওৰা মুৰিয়া হতে বিলাসী বাহনত জিন্দাবাদ, মুনদাবাদ, কৰি তেল ভৰাই ভৰাই অসমখনক ধ্বংশ মুখলৈ ঠেলি দিছে।CAA, ৰ নামত শৰাধ পাতিবলৈ কি আছে ।অসমীয়াৰ বিননি কোনে শুনিব এতিয়া।পি এম কিষাণ,অৰুণোদয়, লাখ পতি দিদি সকলেহে শুনিব আৰু।
@user-hv7wr9zu6t
@user-hv7wr9zu6t 2 ай бұрын
No..asebll e😅
@PuranjitMoran
@PuranjitMoran 2 ай бұрын
যদি সেই অসম তিনিচুকীয়া জিলাত বা অসমৰ যিকোনো ঠাইত চাকমা আৰু হাজং সকলক সংস্থাপিত কৰে যুদ্ধ হ'ব আমাৰ অসমৰ দ'ল সংগঠন সমূহৰ কি প্ৰতিক্ৰিয়া দিব লাগে অসম আৰু ভাৰত চৰকাৰক নহ'লে থলগিৰী ৰাইজে ক্ষমা নকৰে লগতে যিকোনো ৰাজনৈতিক দলৰ নেতা পালি নেতা মন্ত্ৰী ৰেহাই দিয়া নহ'ব কাৰণ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া হ'লে জনজাতিৰ ৰাজ্য হিচাপে কোনো হাজং বা চাকমা আহিব নোৱাৰে
@davidkerkettavlogs6024
@davidkerkettavlogs6024 2 ай бұрын
মুঠতে মানি নলম
@user-kj9cb8zz5q
@user-kj9cb8zz5q 2 ай бұрын
BJPr andhrabhokto hokole kiba Buji paisene nai? Sorkar or 1200 tokia asonir lubhot pori vote dia hokole tu ekuei gom napai.
@pranabjyotihazarika2777
@pranabjyotihazarika2777 2 ай бұрын
আইন সেইবাবেই পাছ কৰা হৈছে।
@md.azimuddinahmed224
@md.azimuddinahmed224 2 ай бұрын
Bar Val kotha
@Rumasarkar-pv1yu
@Rumasarkar-pv1yu 2 ай бұрын
Good,,,is,,,gad
@rupomaborah5148
@rupomaborah5148 2 ай бұрын
No caa
@user-iz5et9bw1l
@user-iz5et9bw1l 2 ай бұрын
অন্ধ ভক্ত সকলে নিজৰ মাটি সম্প্ৰতি বঙলা দেশীক দিব লাগিব ।
@satyajitkakati1454
@satyajitkakati1454 2 ай бұрын
No. Caa
@user-xc4xh3qf8e
@user-xc4xh3qf8e 2 ай бұрын
কিৰেণ ৰিজি যুৱে অসমক বিদেশীৰ দাষ্টবিন বুলি দাবী কৰিবলৈ ক'ত সাহস পালে |চাকমা _ হাজং সকল ১৯৬৪ চনতে অৰুণাচলত প্রবেশ কৰিছিল | CAA আইনৰ মতে ২০১৪ চনত ভাৰতত প্রবেশ কৰা বিদেশী নাগৰিকে ইয়াৰ সুবিধ লব পাৰিব | ১৯৬৪ ক'ত আৰু ২০১৪ ক'ত ? ভাৰত চৰকাৰে অসমত বিদেশী সংস্থাপন কৰিলে পুনৰ ১৯৮৭ চনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হব পাৰে আৰু তাৰবাবে অসমীয়া জনসাধাৰণ ক জগৰীয়া কৰিব নোৱাৰিব |
@bijaykumardas272
@bijaykumardas272 2 ай бұрын
পৰিবৰ্তনৰ কথা কোৱা বি জে পিৰ মিথ্যাচাৰ চৰকাৰখনক উৎখাত কৰাটো অসমৰ প্ৰতিজন নাগৰিকৰ কৰ্তব্য ।
@dimbeswardas6518
@dimbeswardas6518 2 ай бұрын
অসমে আৰু এটাও বিদেশীৰ বোজা নলয় ।কা আমি নামানো ।অসম বিদেশীৰ দামপিঙ ground নলয়।
@asmsamurai3993
@asmsamurai3993 2 ай бұрын
অৰুণাচল বা বাহিৰৰ বোজা অসমৰ ৰাইজে লৱ নোৱাৰোঁ অমৃত শ্বাহে কলেই হব নেকি তাৰ বাপেকৰ অসম নেকি।
@kamalakantachutia3465
@kamalakantachutia3465 2 ай бұрын
Caa ami namanu
@daizee4510
@daizee4510 2 ай бұрын
হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ কথা আৰু হিয়ালে হুৱা দিয়া একে কথা ৷ আগৰ পৰা কৈ আহিছো আৰু ভৱিষ্যতেওঁ কৈ যাম ৷
@nripenborgohain201
@nripenborgohain201 2 ай бұрын
এজন । বুলি কোৱাজনে অসমীয়ক তাচ্ছিল্য কৰিছে ৰাইজ
@Akah337
@Akah337 2 ай бұрын
Ami namanu aya
@BhabasindhuHajong-qg6rs
@BhabasindhuHajong-qg6rs 2 ай бұрын
এইবাৰ ক্ষুদ্ৰ জাতি হাজং আৰু চাকমাক লৈ কিৰন ৰিজিজুৱে ৰাজনীতি কৰিছে।অৰুণাচলত কিছু জাতি আছে তাঙচা, চিম্ফু তেওঁ বিলাক বাৰ্মাৰ লোক। কিৰণেও অৰুণাচলৰ লোকৰ কথা ভাল দৰে নাজানে চাগৈ। আৰুতো আছেই চীন, তিব্বতৰ কথা। বহুত লাজৰ কথা সন্মানীয় এজন মন্ত্ৰী হৈ সামান্য জাতিক ৰাজনীতি কৰাতো।
@LijaySutradhar-kt4rr
@LijaySutradhar-kt4rr 2 ай бұрын
CAA ami namanu shidha kotha
@samsulhaque6851
@samsulhaque6851 2 ай бұрын
Vote for cong than willbe regect caa.
@THEKING-ge1ur
@THEKING-ge1ur 2 ай бұрын
টুকুৰা টুকুৰ হোৱা বৰ অসম ৰ ক্ষুদ্ৰতম অংগটো এতিয়া মৃতপ্ৰায় অৱস্থাত । ৰাইজ ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা লব লগে ? জয় আই অসম 😢😢😢😢😢😢😢😢😢😢
@user-om7te7tk2i
@user-om7te7tk2i 2 ай бұрын
CAA Ami Namanu jai i Assam
@nipdeka1998
@nipdeka1998 2 ай бұрын
Arunachal pradeshor pora 15000 sqkm land bisari chakma burok settle koraboloi request diyok moromor MAMA.
@stb.thedarkcandle370
@stb.thedarkcandle370 2 ай бұрын
যুদ্ধ হ্ব আৰু অশান্ত হ্ব চিধা কথা
@Axom.277
@Axom.277 2 ай бұрын
বৰশী টোপ দেখি খাবলৈ নাযাব।
@padamikalita9299
@padamikalita9299 2 ай бұрын
অসম আমাৰ বিদেশীৰ বাবে নহয়
@AfsarUddin-uv1mc
@AfsarUddin-uv1mc 2 ай бұрын
Arunoday lage amar
@CHOUKATALI-vf4kw
@CHOUKATALI-vf4kw 2 ай бұрын
Not alone
@rajendas6707
@rajendas6707 2 ай бұрын
Assamt asamiyar thakibaloi jega nai akou arunacha r manunh rakhim kenekoi aami namanu
@lakhipatar6362
@lakhipatar6362 2 ай бұрын
কোনো কাৰনত আমি কা’ৰ আইন বলৱত হ’ৱ দিয়া নহয়৷
@tarciscalixto
@tarciscalixto 19 күн бұрын
Gostei logo que vi
@monuwarabegam5708
@monuwarabegam5708 2 ай бұрын
অসমৰ মানুহৰে ভুমি হিন মুখ্য মন্ত্ৰী অসমৰ মানো হৰ কথা ভাবক বিদে খনিৰ নহয় সঙ বাদ মাধ্যমে জুৰ জুৰ কৈ উঠাব লাগে এই কথা বিলাক
@MaoBourah
@MaoBourah 2 ай бұрын
Arunachal gate bondh korok
@KhagenKhagen-mz8fe
@KhagenKhagen-mz8fe 2 ай бұрын
No
@user-zc1bb6jl6d
@user-zc1bb6jl6d 2 ай бұрын
চাকমা আহিলে অসমৰ গৰু এটাও নাথাকিব ।
@user-qc4yl2ou3j
@user-qc4yl2ou3j 2 ай бұрын
Correct.say.
@khoyasingtimung5004
@khoyasingtimung5004 2 ай бұрын
Chakma gai guru mangho nekhai hihote hindu hoi.kintu eyat mati bari nai gotike sorkare rakhibo nelage jout bohise tatei thakibo dijouk.
@user-ob7kv1cs5f
@user-ob7kv1cs5f 2 ай бұрын
বি জে পী যে নিজৰ ঘৰথ সোমোবাই ল ওক।
@BabaGohain-wm3db
@BabaGohain-wm3db 2 ай бұрын
লাচিতৰ দেশ অসমত কোনো বিদেশীক থাকিবলৈ দিয়া নহব।
@subratadey9156
@subratadey9156 2 ай бұрын
ৰিজিজুৱে কোৱা কথা খিনি সঁচা হ'লে কা বলবৎ কৰা উদ্দেশ্য অসম ৰাইজে বুজিব পাৰিছে।
@user-oh4kc4uj3r
@user-oh4kc4uj3r Ай бұрын
বাহিৰৰ বোজা আমি অসমৰ মানুহে লবা নিবিচাৰোঁ
@hemchandraborah-vd6nz
@hemchandraborah-vd6nz 2 ай бұрын
অসমীয়া জাতিটোক শেষ কৰাৰ পৰিকল্পনা।আইকমেনে ইহুদী সকলক হত্যা কৰাৰ দৰে অসমীয়া জাতিটোক গুলিয়াই হত্যা কৰি ৰাজনৈতিক লাভালাভৰ বিচৰা সকল প্ৰকৃততে অসমৰ আদি বাসীনহয় যেন লাগে। অসমৰ স্থায়ী বাসিন্দা সকলৰে থাকিবলৈ ঠাইৰ অভাৱ নহয় জানো। এই পৰিকল্পনা কৰা সকলৰ মিচা নিচা বাকী ফাকীভৰাল নহয়নে। এই ভৰাল জ্বলাই নিদিলে বাচি থাকিব পৰা নহব নেকি।
@sharmahdoley6121
@sharmahdoley6121 2 ай бұрын
অন্ধ ভক্ত অসমীয়া সকল , সেই নিউজ টো ভাল দৰে সুনক , স্বয়ং ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় মন্ত্ৰী জনে সেই কথাষাৰ কৈছে । আমাৰ দৰে সাধাৰণ জনতাই সেই কথাষাৰ কোৱা নাই । এতিয়া আমাৰ অসমীয়া জাতি মৰ ।
@sailendranathdeori7467
@sailendranathdeori7467 2 ай бұрын
কিৰন ৰিজুজুৱে অৰুণাচলত নোৱাৰে সিমন্ত‌ই কি নিজৰ ঘৰত হাজ্
@bupnath1189
@bupnath1189 2 ай бұрын
Ahile kotha digdar hoi jabo kintu
@monidiparajkhowa4414
@monidiparajkhowa4414 2 ай бұрын
মোদীৰ ২০১৪ চনৰ নিৰ্বাচনী ভাষণ এতিয়া প্ৰচাৰ ভালকৈ কৰিব লাগে। ৰিনিকিৰ বাগানবোৰত এই বাংলাদেশীক ৰাখিব।
@arupkakati4905
@arupkakati4905 2 ай бұрын
❤❤❤❤❤
@JogenRajbongshi-gu5og
@JogenRajbongshi-gu5og 2 ай бұрын
Didesarpara Aha sabake katim
@luhittalukdar7202
@luhittalukdar7202 2 ай бұрын
আপোনালোকে সঁচা কথা কবলৈ ভয় কৰে। সেই বাবে বিজেপিৰ মুখপাত্ৰ হিচাপে বাতৰি পৰিৱেশন কৰি আহিছে। এতিয়া কলে কি হ'ব!!!!
@jadukoch7576
@jadukoch7576 2 ай бұрын
কা আইন অসমৰ বাবে অভিশাপ । ইয়াৰ আৰত এটা কু অভিসন্ধি নিশ্চয় আছিল। আজি এটা পোহৰলৈ আহিছে। ইয়াৰ পিছত আৰু ইয়াতকৈ ভয়ানক পৰিনাম অসমে ভুগিব লাগিব। সেই কাৰনে ককা নিলমনি ফুকনে কৈ গৈছে কা বাতিল নহলে আইৰ মুখৰ ভাষাটো নাইকিয়া হব মাটি খিনিও নাইকিয়া হব। জুৰপুৰি হাত পালেহি অসমীয়া ভাষাৰ শংকট অনিবার্য।
@swarnapachani4653
@swarnapachani4653 2 ай бұрын
কৰুনা বাসীয়ে ৰাখিব নোৱাৰে অসমে কেনেকৈ ৰাখিব আমি অসমীয়াই নিদিও।
@Bg22224
@Bg22224 2 ай бұрын
এইবাৰ BJP জিকিলে ৷ অসমীয়াই মাত মাতিলেই গুলীয়াই মাৰিব৷ ভক্ত সকল কত এতিয়া
@ashaekka6730
@ashaekka6730 2 ай бұрын
C M is playing with the people of Assam
@rahulgamer3908
@rahulgamer3908 Ай бұрын
My on
@hamjadaliahmed4218
@hamjadaliahmed4218 Ай бұрын
No CCA , No Bangladesi
@gutungdipakpegu2134
@gutungdipakpegu2134 2 ай бұрын
মজা কথা , সেই কাৰণে আকৌ এবাৰ মুদী চৰকাৰ গঠন হ‌ওক , আৰু মজা পাওক বা মজা ল‌ওক ।
@miraculousladybug941
@miraculousladybug941 2 ай бұрын
হিমান্ত বিশ্ব শর্মাৰ কথাই কথা। তেও কাৰো কথা নামেনে?
@rajajyotiphukon3114
@rajajyotiphukon3114 2 ай бұрын
হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ প্ৰথম কলংকিত মুখ্যমন্ত্ৰী ,মুখ্যমন্ত্ৰীৰ আসন খন অপবিত্ৰ কৰা প্ৰথম ব্যক্তি ,লোকৰ তলতীয়া মুখ্যমন্ত্ৰী , সকলো অবৈধ কামৰ মুৰব্বী , অসমৰ ইতিহাস ৰ এইয়া এটা কলঙ্কিত অধ্যায় ৰূপে সদাই থাকি যাব । ইয়াৰ উচিত শাস্তি এদিন নিশ্চয় হব....
@jagadishsarmah.3933
@jagadishsarmah.3933 2 ай бұрын
Jaga asomia jaga. Boycot. B. J. P. Joi aai asom.
@user-gz8zd8mg9z
@user-gz8zd8mg9z 2 ай бұрын
Go back bjp
@user-ni9wf6pf1i
@user-ni9wf6pf1i 2 ай бұрын
CAA আহিলে BJP ৰ লাভ হব।ৰাইজৰ অকল দুৰ্গতিৰ বাহিৰে আকৈয়ে লাভ নাই ।
@DebojitkrboraBora
@DebojitkrboraBora 2 ай бұрын
।।কৈথলো কৈদিলো অসমত যদি বিদেশীক স্থাপন দিব আকৌ এখন কুৰুক্ষেত্ৰৰ যুদ্ধৰ দাবানল বাজি উঠিব।।
@user-ig6nh2cx6c
@user-ig6nh2cx6c 2 ай бұрын
N H B
@dharaniborah2363
@dharaniborah2363 Ай бұрын
We never accept CAA
@jatindoley4002
@jatindoley4002 2 ай бұрын
হিমন্ত বিশ্ব শৰ্মা ক অসমীয়া মানুহে মূখ্য মন্ত্ৰী হিচাপে বিছাৰা নাছিল।who is he ?
@beautyhazarika7039
@beautyhazarika7039 2 ай бұрын
Caa aami namanu .
@user-wm1hn6ie1r
@user-wm1hn6ie1r 2 ай бұрын
বিজেপি ৰ বিশ্বাস যে নাই বিজেপি ৰধেমাধৰাবোৰে চিন্তা কৰিব নোৱাৰে
@lalitmoran2709
@lalitmoran2709 Ай бұрын
মূখ্য মনটিয়ে ৰাজহুৱা কৰক, কেন্দ্ৰীয় মন্ত্ৰী kiren rijiguye কোৱা কথাবোৰ সঁচা নে মিছা l আচামৰ জনতাই খেল দেখাই দিব l যিহেতু Assam কাৰো বাপেকৰ hompoti নহয় l
@rinakumariboruah1414
@rinakumariboruah1414 2 ай бұрын
Aie khotha katiou maniloya nohob hokalu yali ahibalaga .
@bipulsualkuchi5006
@bipulsualkuchi5006 2 ай бұрын
কা’ আইনৰ মাধ্যমেদি বিদেশী বাদেই দিয়ক এটা চৰাইও অসমত যদি চৰকাৰে প্ৰবেশ কৰিব নিদিয়েই, তেন্তে অসমৰ জনসাধাৰণৰ কা’ বিৰোধী স্থিতিক সন্মান জনাই অসম চৰকাৰে উত্তৰ-পূৱৰ অন্য ৰাজ্যৰ চৰকাৰ সমুহৰ দৰে অসমৰ ক্ষেত্ৰত বিৰোধ নকৰিলে কিয়?
@NandeswarChutia-tk1rm
@NandeswarChutia-tk1rm 2 ай бұрын
এতিয়াহে গম পালে নিকি ? অসমীয়াৰ ভাগ্য বিধাতা সকল আছে । জাতি মাটি ভেটি ৰ বিকাশ কৰা সকলে বা কি কয় ।
@amarjoytidas8141
@amarjoytidas8141 2 ай бұрын
Congress Zindbaid
@putulmili4705
@putulmili4705 2 ай бұрын
C A A nomanu ami
@HaricharanThakuria-zl1jl
@HaricharanThakuria-zl1jl 2 ай бұрын
Blueprint comlited
@lakhikalita8394
@lakhikalita8394 2 ай бұрын
কেতিয়াও মানি লোৱানহব আমাৰ অসম আমাৰ কথা
@MidulTaid
@MidulTaid 2 ай бұрын
Jimaney sihori sihori kok assam hokulu st lend nobonale hedin nije hami bogoniya hobo
@user-ly8fl7yo9v
@user-ly8fl7yo9v 2 ай бұрын
কিৰণ ৰিজিজুক নিশ্চয় কেন্দ্ৰীয় নেতৃত্বই নিয়ন্ত্ৰণ কৰিব
@tarunnath4557
@tarunnath4557 2 ай бұрын
অসমৰ চোয়াখোয়া বিজেপি দলক হাতাও কৰিব লাগে। নহলে অসমীয়া জাতীৰ একো উপায় নাই।
@binudas8708
@binudas8708 2 ай бұрын
আমি আমাৰ ঘৰত কেতিয়াও আনক ৰাখিব নোৱাৰিম । আমি কাৰো ঠিকা লৈ থকা নাছিলো। সেই সকলক আমি ৰাখিব নোৱাৰো।
@lakhipatar6362
@lakhipatar6362 Ай бұрын
এই বাতৰিটো পোৱা পিছটো অসমৰ ৰাইজে এই চৰকা খনক মানি চলে যত নেকী অৰুনাচলৰ মুখ্যমন্ত্ৰীৰে ছয়ষষ্টি চনৰে পৰা এই বিষয়টো মানি অহানাই৷কিন্তূ অসমৰ মূখ্যমন্তীৰে অসমৰ ৰাইজ সহজ সৰল দেখি ততাতৈয়াকৈ কাৰ আইন বলৱট কৰিছে৷এইয়াৰে হ’ল পুনৰ অসমৰ কাৰনে মানসেনা বদন বৰফুকন৷আটাইতকৈ ডাঙৰ কথাটো অসমৰ ৰাইজে ভাৱক যিঠাইত হাজংছাকমা সকলক বহাৱ সেই ঠাই লোকক পেকেজ পয্যন্তৰ ব্যৱস্থা কৰিছে৷ইমানটো ৰাইজে নিৰৱে থাকিৱ?সেয়েহে সকলো ৰাইজে অন্তদৃষ্টিৰে এই গুৰুত্বপুণৰ্ৰ সমষ্যাটোলৈ আওকান নকৰি সকলোৱে ঐক্যবদ্ধহৈ অসমৰ খিলঞ্জীয়া জাতীয় স্বভিমান কথা চিন্তা কৰক৷এইয়াৱে হৈছে অসমৰ দুৰৱস্থাৰ ৷
@krishnagogoi4558
@krishnagogoi4558 2 ай бұрын
এতিয়াৰ পৰাই সকলোৱে বাংলা শিকাৰ আৰম্ভ কৰিব লাগিব।
@tareswarsutrdhar2319
@tareswarsutrdhar2319 2 ай бұрын
Beya to beyay hoy
@DineshDaimari-mt4mk
@DineshDaimari-mt4mk 2 ай бұрын
B, j p out koribo Lage bhai
@CHOUKATALI-vf4kw
@CHOUKATALI-vf4kw 2 ай бұрын
B,j,p gobak no CAA
@user-xj5fk4nw6i
@user-xj5fk4nw6i 2 ай бұрын
Very bad and it is not possible never
@ritudas9805
@ritudas9805 2 ай бұрын
আমি মানি লব নলৌ
@jatinnath556
@jatinnath556 2 ай бұрын
Ka namanu
@TulenGogoi-ev7pp
@TulenGogoi-ev7pp 2 ай бұрын
Ahamor khilanjyak prathame hangsthapon dyaksun .kaa amaak nalage.by
@user-nf4dw4zc4x
@user-nf4dw4zc4x 2 ай бұрын
Assame meh Nehi hoga caa
@gurungchakma7375
@gurungchakma7375 2 ай бұрын
Hajongs are not from Chittagong hill tracts, may say Mymensingh of greater INDIA once upon a time .
@___ltt__
@___ltt__ 2 ай бұрын
Yes bother
@soneshwarrabha9886
@soneshwarrabha9886 2 ай бұрын
যিসকলে BJP ভাল পায় তেওঁ লোকে নিজৰ ভূমিত বসবাস কৰিবলৈ বিদেশী ক সুবিধা দিয়ক।
@HubarakHussain
@HubarakHussain 2 ай бұрын
AI ne ham log nahin manenge
@kamalborgohain6864
@kamalborgohain6864 2 ай бұрын
অসমৰ মুখ্যমন্ত্ৰী ৰ লগতে দম্ভালি মৰা মন্ত্ৰী আৰু ভক্ত সকলে অসম বাসীক স্পষ্ট কৈ জনাব লাগে কিৰেণ ৰিজিজুৰে কোৱা কথা সত্যতাৰ বিষয়ে।
@famoustv1042
@famoustv1042 2 ай бұрын
😮
@puspakantahazarika8821
@puspakantahazarika8821 2 ай бұрын
Kaa ami namanu.
@debajitphukan4914
@debajitphukan4914 2 ай бұрын
Modi saport Karu kintu caa ami namanu
@DipokDipokgogoi
@DipokDipokgogoi 2 ай бұрын
CAA Ami nemanu
Получилось у Вики?😂 #хабибка
00:14
ХАБИБ
Рет қаралды 7 МЛН
Me: Don't cross there's cars coming
00:16
LOL
Рет қаралды 13 МЛН
DINLIPI WITH ATANU BHUYAN || EPISODE OF JULY 8 PART2
12:29
atanubhuyan"s news video
Рет қаралды 58 М.
Нажимай выше ☝️☝️☝️ #а4 #глент #риви #viral
0:36
Как меняются люди
Рет қаралды 3,4 МЛН
ЕНЕШКА 2 СЕЗОН | 2-бөлім | ТОКАЛ АЛЫП БЕРЕМІН
23:12
Ахахах 👅
0:44
Dragon Нургелды 🐉
Рет қаралды 1,5 МЛН
红尘为救闺蜜使出了浑身解数
0:39
侠客红尘
Рет қаралды 6 МЛН