আমাৰ খাৰ আৰু খৰিছাই এই কেইটা বেমাৰ গুৰিৰে পৰা আঁতৰাই পেলাব || Ponkhi Sharma

  Рет қаралды 203,104

Healthy Life By Ponkhi Sharma

Healthy Life By Ponkhi Sharma

Күн бұрын

Пікірлер: 489
@DipenkumarDas-sz6sj
@DipenkumarDas-sz6sj Ай бұрын
বাইদেউ, দুখৰ কথা যে,খাৰ,খৰিছা, কলপচলা আৰু পঁইতা ভাতৰ বিষয়ে আজিৰ অসমীয়াক আপুনি সোঁৱৰাব লগা হৈছে। আজিৰ অসমীয়াই পাহৰিয়েই গ'ল,ল'ৰা-ছোৱালীয়ে চিনিয়ে নেপায় আৰু পালেও খাবলৈ ঘিন কৰে। কাৰন ঘৰত এই খাদ্যৰ আদৰ আৰু ব্যৱহাৰেই নাই। এই খাদ্যৰ উপকাৰিতাৰ বিষয়ে বিজ্ঞান সন্মত ভাবে সুন্দৰ কৈ বুজাই দিয়াৰ বাবে অশেষ ধন্যবাদ। আপোনাৰ প্ৰতিটো বিষয়ৰ উপস্থাপন শৈলী আকৰ্ষণীয় ।
@puspadas9235
@puspadas9235 Ай бұрын
বৰ সুন্দৰ আৰু বহুমূলীয়া তথ্য যোগোতাই উপকৃত কৰিলে, পিছে আজিকালি আমাৰ বহু মানুহৰ বাবে এইবোৰ কমদামি খাদ্য হিচাপে গণ্য। কৰে, বাৰু যিকি নহওঁক আপোনাৰ এই বহুমূলীয়া ভিডিঅ'টোৱে নিশ্চয় বহুতৰে উপকাৰত আহিব, ধন্যবাদ জ্ঞাপন কৰিছোঁ।🙏
@pranatiboruah9263
@pranatiboruah9263 2 ай бұрын
ভাল লাগিল. মাজে সময়ে খোৱাহয়
@budheswarsaikia3103
@budheswarsaikia3103 4 ай бұрын
Sister, thanks to you for your advice, being a doctor you have more experience on traditional edible food.
@PonkhiSharma
@PonkhiSharma 4 ай бұрын
I like to research on our natural food.. whatever knowledge I get I try to share
@damayantiborah6445
@damayantiborah6445 Ай бұрын
আপুনি কোৱা কথাবোৰৰ পৰা বহুত উপকৃত হৈছো আপোনাৰ সুখ সমৃদ্ধিৰে ভৰি পদক তাকে কামনা কৰিলো
@AssameseHealthTv
@AssameseHealthTv 2 ай бұрын
Spleen-Qi deficiency কেনেকৈ ঠিক কৰা যাব, তাৰ ওপৰত এটা ভিডিঅ'দিবচোন বাইদেউ ।
@puspalatabora4392
@puspalatabora4392 4 ай бұрын
বহুত ভাল লাগিল বাইদেউ । হাপনি অসুষৰ ওপৰত ভিদিঅ এটা বনাবচোন। মই আপোনাৰ ভিদিঅ প্ৰায় চাই থাকো।
@riyasrivastava8800
@riyasrivastava8800 4 ай бұрын
Baidew kharisa khale purani bemar ukai buli harupara huni ahisu heye nakhau. kathatu kimandur sayta
@mitalidevi4424
@mitalidevi4424 3 ай бұрын
বহুত বহুত ধন্যবাদ আপোনালৈ
@tarinibaruah4321
@tarinibaruah4321 3 ай бұрын
ভাল লাগিল। আমাৰ মাজে মাজে খোৱা হয়।
@kdutta1638
@kdutta1638 4 ай бұрын
আৰু মহা নিম পাতৰ পৰা কি কি উপকাৰ হয় তাক লৈ এটা ভিডিঅ' দিব বুলি আশা ৰাখিলোঁ।।।
@bhupalidevi3625
@bhupalidevi3625 4 ай бұрын
Very important and valuable video ❤ thank you 🙏👍
@hemalinikonwar1374
@hemalinikonwar1374 2 ай бұрын
ভাল লাগিল
@NiradaDas-wo3rz
@NiradaDas-wo3rz 3 ай бұрын
ভাল লাগে আপোনাৰ কথা শুনি, মৰাণৰ পৰা।❤
@r.hazarika9231
@r.hazarika9231 4 ай бұрын
এইবোৰ খাদ্য খুবেই প্ৰিয়। তোমাৰ ভিডিঅ'চাই বহুতো লোক উপকৃত হ'ব পাৰিব। ❤
@pupixyz5314
@pupixyz5314 19 күн бұрын
Very nice and useful video
@prahladhazarika9956
@prahladhazarika9956 4 ай бұрын
বৰ ভাল লাগিল। খাৰ খোৱাতো আমাৰ অসমীয়াৰ পৰম্পৰাগত অভ্যাস। আপোনাক ধন্যবাদ।
@harolbasumatary3958
@harolbasumatary3958 4 ай бұрын
Thanks 🙏👍. May God bless you
@nayannath4950
@nayannath4950 2 ай бұрын
Maa'am TRIGLYCERIDES or karone video eta bonabo
@LabonyaPhukan
@LabonyaPhukan Ай бұрын
ঘৰুৱা খাদ্য, খাৰ,খৰিচা, পইতাভাতৰ উপকাৰীতাৰ উমান পাই ভাল লাগিল, আপোনালৈ ধন্যবাদ।
@rupalinath1994
@rupalinath1994 2 ай бұрын
বাইদেউ ভিদিঅটোৰ মাজত থকা Advertise টো নিৰ্ভৰযোগ্য নে জনাবচোন মোৰ প্ৰয়োজন আছল😢
@ChampaRay-u3d
@ChampaRay-u3d 3 ай бұрын
Thanks for your good information.
@bululahkar223
@bululahkar223 3 ай бұрын
খুউব ভাল লাগিল।
@anupamaboro8728
@anupamaboro8728 2 ай бұрын
Nice video 👌
@PriyakhiGogoi-qh2ir
@PriyakhiGogoi-qh2ir 2 ай бұрын
Thyroid problems থাকিলে খৰিচা আৰু গাজ‌ খাব পাৰি নে ? জনাবচোন 🙏
@NasimaBegum-nw6uz
@NasimaBegum-nw6uz Ай бұрын
Very nice and good
@ajitchoudhury7406
@ajitchoudhury7406 2 ай бұрын
বাইদেউ ! আপোনাক গুৱাহাটীত লগ পোৱা যাব নে? আপুনী বেংলৰত stablished nki.
@purabidas8400
@purabidas8400 2 ай бұрын
বহুত উপকৃত হ'লো বাইদেউ, ধন্যবাদ।
@LinaBorah-w3o
@LinaBorah-w3o 4 ай бұрын
𝓥𝓮𝓻𝔂 𝓰𝓸𝓸𝓭 𝓪𝓭𝓿𝓲𝓼𝓮
@Cfajorhat-j5d
@Cfajorhat-j5d 3 ай бұрын
Mam.Dhekia,Darunbon aru kolia kochu keneki ketia khabo lage logote upokaritar bikhoye jonabo.
@bibhasaikia8622
@bibhasaikia8622 4 ай бұрын
খৰিছা আছাৰ কিমানদিনলৈ ভালে থাকে বাৰু?খৰিছা‌ বিষ থাকিলে খালে বেয়া নেকি?
@rofikabegumrofikabegum9168
@rofikabegumrofikabegum9168 4 ай бұрын
Puroni ji kunu bemar ukk die
@rituhiloidari4853
@rituhiloidari4853 Ай бұрын
Hah mangkho . Kumura betor gaas . Gaas tenga mati dali . Aibur puruna bemar khusore .. gaasor krone puthimas akdom nakhabo..
@AjitChutia-m2w
@AjitChutia-m2w 3 ай бұрын
কিডনী stone হলে কল পচলা কেনেকৈ ব্যৱহাৰ কৰিব লাগে জনাবচোন বাইদেউ
@NiluBorah
@NiluBorah 3 ай бұрын
Poitabhat khai moi bor upokarita paisu.thankyou.
@hiramaninath6562
@hiramaninath6562 4 ай бұрын
তোমাৰ ভিদিওবোৰ মই সদায় চাও ,পৰামৰ্শ বিলাকৰ পৰা বহুত উপকৃত হৈছো
@Jinadevi-z9x
@Jinadevi-z9x 2 ай бұрын
Very nice video
@binaboruah9013
@binaboruah9013 4 ай бұрын
আপোনাৰ পৰামৰ্শ বহুতভাল লাগে। কিন্তু খৰিচা খালে চুলি কৰে বুলি মানোহে ।সঁচা নে? আৰু গুৰিক এচিদ থাকিলে খাব পাৰি নে ।জনাবচোন মেডাম ।চুলি সৰে।
@bandanadas3058
@bandanadas3058 3 ай бұрын
ধন্যবাদ মেডাম ভিদিওটো চাই উপকৃত হলো এটা কথা শুধো পইতা ভাত পাইলচ্ ত বেয়া নেকি?
@abidakhatoon310
@abidakhatoon310 22 күн бұрын
খৰিছা মই প্ৰায়ে ব্যৱহাৰ কৰো ।ভয় হয় থাইৰড সমস্যাৰ বাবে বেয়া বুলি শুনিছো ।জনালে ভাল পাম।
@nirudohutia5372
@nirudohutia5372 4 ай бұрын
ময় আপোনাৰ ভি ডি ঔ ছাই বহুত উপকৃত হৈছোঁ আৰু ময় জদি খালি পেটত খাৰ খাওঁ চৰ্বি কমিব নেকি জানিব বিছাৰো
@SunShine-ep7vt
@SunShine-ep7vt 3 ай бұрын
Kintu ... tente amar okhomot cancer kio barhise..??
@parulacharyya9958
@parulacharyya9958 4 ай бұрын
খাৰ টেঙা, তিতা একে সাজতে কিয় নাখাই জনাবচোন, আপোনাৰ ভিডিও মই চব চাও, বৰ ভাল লাগে,
@parulmonigogoi2183
@parulmonigogoi2183 4 ай бұрын
Very informative video
@guninsarmah2578
@guninsarmah2578 4 ай бұрын
সুস্থ হৈ থাকিলে হে খাৰ, খৰিচা আৰু পইটা ভাত খাব। এনেবোৰ খাদ্য আগতে অসমীয়া মানুহৰ অতি প্ৰিয় আছিল। আজি কালি ৰেচিপী ৰ দিনত তালিকাৰ পৰা বাদ দিলে।
@ashapurnadas3748
@ashapurnadas3748 3 ай бұрын
Amar Axomiya khadyo bur eneu bohut hygienic
@lilikalita6735
@lilikalita6735 4 ай бұрын
Mam apuni Assamar Docto assamt thaki amak bhaldore jiyai rakhak. Hi
@Akash2-bd5ko
@Akash2-bd5ko 3 ай бұрын
বাইদেউ কোৱা শুনা মতে খৰিচা খালে পুৰনা বেমাৰ বেছি হয় আৰু চুলি সৰে । কথাটো কিমান শুদ্ধ জনাব চোন
@DipankarThakuria643
@DipankarThakuria643 Ай бұрын
Mem ,, খৰিচা মোৰ বৰ প্ৰিয় মোৰ উক্ত ৰক্তচাপ আছে খাব পাৰিম নে ???
@sanjibsarmah1582
@sanjibsarmah1582 4 ай бұрын
আজি হে বুজিলো দৰাচলতেই আমি খাই থকা এই সহজ খাদ্য বোৰো যে বিজ্ঞানৰ ভাষাত কিমান উপকাৰী আৰু মুল্যবান। বাই দেউ মোৰ এটা বিনম্ৰ অনুৰোধ। অনুগ্ৰহ কৰি আমাক brisk walking ৰ বিষয়ে বিষদ ভাৱে জনাব চোন।
@PonkhiSharma
@PonkhiSharma 4 ай бұрын
Nichoi, Apunar prasna tu bhal lagil.. Bohu kom lukei ai bixhoye janibo bisare.. Kintu hokolure babe dorkari topic hai babe Nichoi bonam
@kalpanasaikia6883
@kalpanasaikia6883 29 күн бұрын
Bor bhal lagil,,eibar oxomoloi gole khorisha anibo lagibo moi Visakhapotnomot thaku.
@rituhiloidari4853
@rituhiloidari4853 Ай бұрын
Gaas tenga Val nhy baidew .. Melina bemar krone aru puthimas
@arunhazarika4484
@arunhazarika4484 Ай бұрын
বাইদেউ মোৰ বহু ত বেছি IBS ৰ problem আছে পায় খানাৰ খোলা চচা নহৈ। কি কৰা যাব কব সো ন
@mamaniroy12345
@mamaniroy12345 21 күн бұрын
ধন্যবাদ বাইদেউ🙏 আপুনি কোৱা আটাইকেইবিধ খাদ্যই খাও
@DipsingTeronDipsing-sf4bl
@DipsingTeronDipsing-sf4bl 4 ай бұрын
Ponkhi ba 70 bosor urcdhad bayoh 2 hoptah dhori bhori athur pora taloloi phuli asse bhori phola komaboloi upay diye jen 😂
@dipalibora5726
@dipalibora5726 4 ай бұрын
গাজ খালে ইউৰিক এচিড হয় নেকি বাৰু, জনাবচোন
@BabaDaa-z3q
@BabaDaa-z3q Ай бұрын
Mor right side bokur tolot jing jing Kori thakea ke hoi sea jonabosun
@bipulkalita4844
@bipulkalita4844 Ай бұрын
খাৰ আৰু পয়তা ভাতৰ যে ইমান উপকাৰ আছে মই ভবাই নাছিলো , মোৰ সদায় ৰাতি এই দুটা খাদ্য থাকিবই।
@BabaDaa-z3q
@BabaDaa-z3q Ай бұрын
Mor bukur tolot right side a jing jing Kori thakea ke hoisea jonabosun ba
@boro3775
@boro3775 Ай бұрын
Khorisa khaale puroni bemar akou hoy buli koy..hoyne?
@amarjitsandilya1236
@amarjitsandilya1236 4 ай бұрын
কি খালে কি খাব নালাগে জনাব। যেনে ধৰক টেঙা আঞ্জা খালে খাৰ খাব পাৰি নে নোৱাৰি বা তিতা খালে কচু খাব পাৰি নে নোৱাৰি ইত্যাদি।
@abukhayer-j1k
@abukhayer-j1k 2 ай бұрын
Baideo.apnr.knto.vdo.apraujn.mny².thank
@pushpamisra2821
@pushpamisra2821 12 күн бұрын
Dhanyawad
@animatalukdar8238
@animatalukdar8238 4 ай бұрын
খাৰ আৰু প‌ইতাঁ ভাত উপকাৰীতা বুলি জানো কিন্তু খৰিচা খালে বুলে পুৰণা বেমাৰ খুচৰে মোৰ হাই প্ৰেচাৰ আছে ম‌ই ভয়তে নাখাওঁ ।খাম নে নাখাম জনাবচোন বাইদেউ ❤
@HirakDas-q7t
@HirakDas-q7t 2 ай бұрын
paro mangkho oru haahor mangkho khabo apuni high pressure ase jodi..15dinot thik hobo...
@pompiborah1856
@pompiborah1856 3 ай бұрын
Mam kua hunu je khorisa khale bule puroni bemar bure ako ukai jai, so alop bhoi lage khorisa khabole, kotha khini hosa ne misa kobo sun.
@pulamachetia1547
@pulamachetia1547 4 ай бұрын
মেম ,খৰিছা কিমান দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি জনাবছোন ।
@dharitriphukan2507
@dharitriphukan2507 Ай бұрын
Really very very nice video 👍👍 Thank you so much 🙏
@msvlogandsong155
@msvlogandsong155 2 ай бұрын
Creatinine komabo karana kanakua khaday khabo laga
@lipibarman5643
@lipibarman5643 Ай бұрын
Ba mur nail bur bikhai thake aru fule maje maje..ki korile Val pam baru
@padumkakati2938
@padumkakati2938 4 ай бұрын
ভলোকা বাঁহৰ গাজ চোৰৰ পৰা নাথাকিব আৰু কণীৰ বিষ ভাল হব নে।
@RaniBhuyan-rq8se
@RaniBhuyan-rq8se 26 күн бұрын
Bhal lagil majea majea khai thaku khar khoresa bea buli koi mahotea hai karonea khua nohoi
@HarmohanDas-pd1fp
@HarmohanDas-pd1fp 4 ай бұрын
Really very nice video. Thanks.
@aparajitasharma2208
@aparajitasharma2208 4 ай бұрын
How can I get your mail id?
@promodkumardas9977
@promodkumardas9977 2 ай бұрын
Very informative video,many thanks।
@DiptiHazarika-k8q
@DiptiHazarika-k8q Ай бұрын
Very nice video
@dipamonisaikia9008
@dipamonisaikia9008 Ай бұрын
Mem Apunar V. D. O. Chai bahut val lagil. Thank you.
@phulenhazarika6236
@phulenhazarika6236 Сағат бұрын
Zu
@binadas5619
@binadas5619 4 ай бұрын
Thanku very much
@manobendrabordoloi4630
@manobendrabordoloi4630 Ай бұрын
Best vdo Pankhi sister.I am from Jorhat
@nilakshideka6006
@nilakshideka6006 4 ай бұрын
Ma'am xoru lora sowalir babe khar kenekuwa,,,,,Mane Ami xoghonai xuni thaku je xoru powalik ba porha xuna Kora lora sowalik khar khuwabo nalage,, memory t provab pore ,monot thoka xokti kome,,,,,,,apuni reply korib sun,,,,,,,birat help hb........🙏🙏🙏🙏
@nandinibordoloi9263
@nandinibordoloi9263 Ай бұрын
Calculi jatio kedney stone hole ki khabo lage
@nampo1704
@nampo1704 3 ай бұрын
Conceive korile khorisa khabo pari ne?
@NilimaBayan-kz8tt
@NilimaBayan-kz8tt 4 ай бұрын
Tomak Dhanyabad Diso janowar babe
@LukumoniDeka-l6y
@LukumoniDeka-l6y 4 ай бұрын
বাঁহৰ গাজ থাইৰইড থাকা মনহুহে খাব পাৰেনে কব সোণ বা
@dituvlogs1645
@dituvlogs1645 3 ай бұрын
বাঁহ গাজ কিমান দিনলৈ সাঁচি ৰাখি খাব পাৰি জনাবচোন।
@brishtibinduhazarika5260
@brishtibinduhazarika5260 4 ай бұрын
পইতাঁ ভাত চুগাৰ থাকিলে খাৱ পাৰিম নে?
@Rupakkumarbharali
@Rupakkumarbharali 2 ай бұрын
Hoy baideo Bangalore t Eko nepai
@mridusmritabasumatarynath8954
@mridusmritabasumatarynath8954 Ай бұрын
Your video is very helpful for us .. thank you
@dharitribezbaruah2051
@dharitribezbaruah2051 Ай бұрын
Poita vat diabetic patient r karonay vl nay
@Ramvlogschanel
@Ramvlogschanel 3 ай бұрын
Majulir pora say hasu baydo doynobad
@HimankhiSaikia-tc5cp
@HimankhiSaikia-tc5cp 4 ай бұрын
Thank you Ma'am.. Sibsagar r pora bohut besi morom aru huvesa jonalu anedore video di thakibo hodai apunar video sau
@ComedyIntertainment68
@ComedyIntertainment68 4 ай бұрын
Baideo markett soda powder ake kam kore ne.
@kalpanamahanta1812
@kalpanamahanta1812 20 күн бұрын
V, v, nice video many many thanks,,, 🌹🌹🌹🌹🌹
@DebikavHazarika
@DebikavHazarika 4 ай бұрын
Mem tb problem hole ki ki khaido khuabo pri jonabo sun
@ranjumonborah860
@ranjumonborah860 4 ай бұрын
Thank
@mayasharma9902
@mayasharma9902 4 ай бұрын
ভাল লাগিল দেই। খাৰ প্ৰায়ে খোৱা হয়।
@RinaGohain-dk6xd
@RinaGohain-dk6xd 4 ай бұрын
বহুত ভাল পাওঁ ‌তোমাৰ অনুষ্ঠান চাই খাদ্য বোৰ খাই থকা হয়। তোমাক ভগৱানে কৃপা কৰিব ভাজনী।
@Assam-ki-Rasoi
@Assam-ki-Rasoi 3 ай бұрын
Medicine khale khar khabo pari ne
@pranabjyotidowerah6234
@pranabjyotidowerah6234 12 күн бұрын
All your videos are very important as i observe.
@A.B.Hazarika
@A.B.Hazarika 2 ай бұрын
Very nice video
@RohanDas-t5y
@RohanDas-t5y 3 ай бұрын
Good morning
@liligogoi9816
@liligogoi9816 19 күн бұрын
বাহৰ গাজ খালে বিখ হয় বুলি হে কয় হয় নে মেম কব চোন
@kdutta1638
@kdutta1638 4 ай бұрын
ভাল লাগিল বাইদেউ।।। আমি প্ৰায় খাৰ আৰু পইতাভাত খাও ।।। অনাগত দিনত আৰু এনেকোৱা ভিদিঅʼ দিব ।।।
@reenaduari5853
@reenaduari5853 Ай бұрын
Realy vety nice vedio .thanks.
@Fatima_Rashid
@Fatima_Rashid 4 ай бұрын
Bor bhal lagil video to sai.
@bantideka823
@bantideka823 2 ай бұрын
হাই পেচাৰত ভাল নে বেয়া জনাব নেকি
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 119 МЛН
Which One Is The Best - From Small To Giant #katebrush #shorts
00:17
Every parent is like this ❤️💚💚💜💙
00:10
Like Asiya
Рет қаралды 18 МЛН
SHAPALAQ 6 серия / 3 часть #aminkavitaminka #aminak #aminokka #расулшоу
00:59
Аминка Витаминка
Рет қаралды 2,1 МЛН
Dengue Fever: Signs and Symptoms
9:44
UNTV News and Rescue
Рет қаралды 634 М.
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 119 МЛН