"অভিমত"ত BJP ৰ মুখপাত্ৰ ৰূপম গোস্বামীক হঠাৎ কিয় ধমক দিলে নিতুমণি শইকীয়াই ???

  Рет қаралды 94,177

Nitumoni Saikia Unofficial

Nitumoni Saikia Unofficial

11 ай бұрын

Пікірлер: 268
@asomiaasom6008
@asomiaasom6008 11 ай бұрын
নিতুমনি শুদ্ধ ৰূপম গোস্বামীৰ এনেই ভৌ ভৌ কৰিছে
@AbulHussain-dl6og
@AbulHussain-dl6og 10 ай бұрын
Dhet teri vou vou kukurehe korehe 😂
@monjulaborah8567
@monjulaborah8567 11 ай бұрын
গোস্বামীদেৱে সদায় প্ৰশ্ন কৰে এটা উত্তৰ দিয়ে এটা আৰু যাৰ যুক্তি নাথাকে তেওঁ সদায় চিঞৰে
@deepjyotihrishikeshofficial
@deepjyotihrishikeshofficial 11 ай бұрын
Stupid je khi
@atomymonujvlog8490
@atomymonujvlog8490 11 ай бұрын
মোদী ভগাও দেশ বছাও। বিজেপি মুখপাত্ৰ সকলে ভদ্ৰ ভাৱে কথা কৱ নাজানে নেকি
@papukalita1164
@papukalita1164 11 ай бұрын
সুন্দৰ নিতুমনি দাদা সদায় সত্য আৰু শুদ্ধ নিউজ উপস্থাপন কৰা বাবে । সদায় আপুনি প্ৰিয় হৈ থাকিব ।
@pritirekhakalita4637
@pritirekhakalita4637 11 ай бұрын
কি হে গোস্বামী,দামভিকতা এৰি অলপ ভদ্ৰতা ৰাখি কথা কবলৈ শিকক।
@hemkantaborah7434
@hemkantaborah7434 11 ай бұрын
ৰূপম গোস্বামী এজন উন্মত্ত মানুহ। এই জনক কিয় ষ্টুডিঅলৈ মাতে?
@dipusahariah3431
@dipusahariah3431 11 ай бұрын
Right...
@ArifIslam-sb2pk
@ArifIslam-sb2pk 11 ай бұрын
Well done Nitu Moni Da 🙏🙏
@doctordas9071
@doctordas9071 11 ай бұрын
Go. Back. G. J. P
@harakantadeka7715
@harakantadeka7715 11 ай бұрын
নিতু, sir,ৰূপম,গোস্বামী,য়ে,কি,কলে,আপুনি,উত্তৰ,টো,তেখেতক,আৰু,অলপ,ভালকৈ,দিয়ক,মই,জনাত,সাঙবাদিকে,কোনো,পক্ষ,লৈ,চেনেলত,কথা,নানাপাতে
@dewdrops.5098
@dewdrops.5098 11 ай бұрын
খুব সুন্দৰ নিতুমনি এওঁলোকৰ কিনি থোৱা সাংবাদিক বিলাকে বিৰোধীক মাতি ভালকৈ এষাৰ কথাও কব নিদিয়ে। আপুনি এওঁক নীতি শিক্ষা দিওঁতে লাজ পাইছে।
@abdulrohimsarkar3328
@abdulrohimsarkar3328 11 ай бұрын
ৰূপম গোস্বামী টো ভদ্ৰ ভাবে কথা কব নোৱাৰে নেকি ।
@binoynath9605
@binoynath9605 11 ай бұрын
ৰূপম আলীক গোটা মাৰি ষ্টুডিঅ'ৰ পৰা উলিয়াই দিব লাগিছিল। চিঞৰি চিঞৰি কথা কোৱাৰ বাহিৰে একো নাজানে।
@baluramgogoi5447
@baluramgogoi5447 11 ай бұрын
সকলোৱে অৱগত আপোনি শুদ্ধ স্হিতিত আছে ৷ জোনে যি কয় কয় থাকক ৷
@jimikantadoley5659
@jimikantadoley5659 11 ай бұрын
Nitumoni saikia right
@bharatbaruah5702
@bharatbaruah5702 11 ай бұрын
ইহঁতক মতিব নালাগে ই এজন অভ্দ্ৰ
@binodnoi513
@binodnoi513 11 ай бұрын
ইয়াক মাতিবই নালাগে নিজৰ মজিয়ালৈ বৰ বাহাদুৰি দেখাই। ভদ্ৰতা নাই। ইমান বাহাদুৰি কৰি কি লাভ। চৰকাৰ আজি আছে কালি নাই তাৰপিছত মানুহবোৰতো একেলগেই থাকিব লাগিব ন।
@beautykonwar427
@beautykonwar427 11 ай бұрын
আঙলিটো হাতত লাগি আছে আঙলিটো ওলাবৰে।নিতুমণি জিন্দা বাদ
@khairuz4355
@khairuz4355 11 ай бұрын
Nitumoni saikia is right
@user-do5uf3ei7k
@user-do5uf3ei7k 11 ай бұрын
nitumoina sudirbhai. BJP Long Live
@bhaskarphukan1423
@bhaskarphukan1423 11 ай бұрын
Eku right nhoi
@alokdutta5907
@alokdutta5907 11 ай бұрын
@@bhaskarphukan1423 বিজেপি মূৰ্দাবাদ ।
@hemantaborgohain4493
@hemantaborgohain4493 10 ай бұрын
​@@bhaskarphukan1423মগজুত কথা মনত ৰাখিব নোৱাৰি চালেবেৰে কোবাই কথা কোৱটো ৰূপম গোস্বামীৰ আগৰ পৰাই দেখি আহিছো ।
@rituponbora6240
@rituponbora6240 10 ай бұрын
নিতুমনি য়ে দম দি কথা ক'বলৈ কোন হয়।
@darpandeka5141
@darpandeka5141 11 ай бұрын
ৰূপম গোস্বামী বিজেপিৰ বোলে মুখপাত্ৰ না কি যিমান দিন টক শ্ব' চালোঁ সদায়ে বেছি বেছি দেখায়।
@hemantaborgohain4493
@hemantaborgohain4493 10 ай бұрын
সঁচা কথা
@srimantasaikia6432
@srimantasaikia6432 11 ай бұрын
শুদ্ধ কথা নিতুমণি ছাৰ
@rahinathRabha-cv7lz
@rahinathRabha-cv7lz 11 ай бұрын
মিষ্টাৰ ৰূপম , পিছে লাজ পালে নে নাই? টিভি চেনেলত Talk show কৰিব আহি এজন Anchor ৰ পৰা Lesson এটা পোৱাটো! পৃথিবীত মাত্র মইহে জনা মানুহ বলি কেতিয়াও ভাবিব নালাগে ।
@jalaluddinahmed9888
@jalaluddinahmed9888 11 ай бұрын
এনেকুৱা প্ৰায়ে দেখা যায় । ৰুপম গোস্বামীয়ে বেছি চিঞৰি চিঞৰি কথা কৈ নিজৰ টো শুদ্ধ প্ৰতিপন্ন কৰিব বিছাৰে ।
@happy_feeling100
@happy_feeling100 11 ай бұрын
নিতুমণি ছাৰৰ সৈতে যুদ্ধ কৰিবলৈ সততা লাগিব...
@guptasarmah8949
@guptasarmah8949 11 ай бұрын
দাম্ভিক,অহঙ্কাৰী তথা মুৰ্খই নাও বুৰি তলি পালেও টিঙৰ পৰা নামিবৰ নিবিচাৰে ।ৰূপম গোস্বামীৰ দৰে ঢেমা ধৰাবোৰৰতো কথাই নাই । ক্ষমতাই ইহঁতৰ ইমানেই মূৰত ধৰিছে যে হিতাহিত জ্ঞান হেৰুৱাই উন্মাদপ্ৰায় হৈ পৰিছে । অৱশ্যে পাখি গজিলে উইচিৰিঙাৰ মৰণ । বৰ্তমান আমি এটা কথা লক্ষ্য কৰিছোঁ বিজেপিৰ বৰ বৰ নেতাৰ পৰা পালি নেতালৈকে সকলওৱছ্ৰ যি কয় সেয়াই ধ্ৰুব সত্য । এতিয়া বিজেপিয়ে যদি কয় বোলে ৰাতিপুৱা বেলি পশ্চিম ফালে ওলাই তেন্তে ওলাই বোলি কোৱাৰ গত্যতৰ নাই ।
@jalaluddinahmed9888
@jalaluddinahmed9888 11 ай бұрын
এই ভক্ত সকল অন্ধ যে ।
@sunusiraj6612
@sunusiraj6612 11 ай бұрын
নিতুমনি দাদা ধন্যবাদ
@gorima153
@gorima153 11 ай бұрын
ইহঁতে নিজকে সৰ্বজ্ঞানী বুলি ভাবে। আমি সৰুতে কিতাপত পঢ়িবলৈ পাইছিলো ( মূৰ্খ হে অবাবত লম্ফ -জ্ম্ফ কৰে) ।
@RojitaDas
@RojitaDas 11 ай бұрын
Nitumoni daa🙏🙏🙏
@kanhaya2693
@kanhaya2693 11 ай бұрын
very good nitumoni da
@mahimahmed2665
@mahimahmed2665 11 ай бұрын
গোস্বামী বোলা জনে বিৰোধীৰ বদনাম কৰাৰ বাহিৰে আন একো কাম নাই। কেৱল ভৌ ভৌ।
@anujgogoi4195
@anujgogoi4195 11 ай бұрын
ভাল হৈছে নিতুমনি দা👍
@user-qh2ru3dy8m
@user-qh2ru3dy8m 11 ай бұрын
এইখন ৰাজনীতিৰ পথাৰ নহয়..কোটি কোটি জনতাই চাই থকা টি ভি চেনেল৷সৌজন্যতা বজাই চলিব লাগে৷আজি কালি ৰাইজে বিছাৰ কৰিব জানে৷
@munnasaikia8952
@munnasaikia8952 11 ай бұрын
নি2মনি শুদ্ধ ।
@lakhyeswarborah614
@lakhyeswarborah614 11 ай бұрын
বিজেপিৰ নেগুৰত ধৰি চুচৰি ফুৰা এইজনৰ কথা কোনে পাট্টা দিয়ে । এইবোৰক আলোচনালৈ মতাটোৱেই অনুচিত ।
@rakeshchoudhury3768
@rakeshchoudhury3768 11 ай бұрын
গোস্বামী পাবত গজা... মাল... যি তি বকিলেই হ'ল... নেকি... এতিয়া বেয়া দিন চলিছে... ওপজিচনত বহিব লগাত পৰিব বেছি দিন নাই... আমাৰ দৰে সাধাৰণ মানুহৰ ভোট লাভ কৰি চৰকাৰ কৰি আছে এওঁলোকে... সময় কিন্ত্ত বাগৰিছে ডাঙৰীয়া...
@dibyajyotigohain9404
@dibyajyotigohain9404 11 ай бұрын
এই ৰূপম বোলা samsa টোৰ কথা বোৰ হজম nohoi আগৰ পৰাই😂
@dilipbora7351
@dilipbora7351 11 ай бұрын
Well done
@maheswarborah5387
@maheswarborah5387 11 ай бұрын
এই বোৰ ভাওনা পাতি লাভ নাই আৰু গ'ল লৈকে ধাৰ লগাই আকৌ সকলোতে জি,এছ,টি,লগাই আমাক ধনী কৰিব নেলাগে ইমানতে শেষ কৰ‌ ফুলজাৰি মৰা নাটক।
@viswavidhata
@viswavidhata 11 ай бұрын
Knowledge is the power
@minotisonowal604
@minotisonowal604 11 ай бұрын
ৰুপম গোস্বামী এইটো মান বেয়া মানুহ নাই |আজি বিজেপি কাইলৈ কুকুৰ দৰে খেদা খাব এতিয়া বৰ বৰ কথা
@maramidas3893
@maramidas3893 11 ай бұрын
Rupam Goswami goes to TV channel without any studies and homework -- very irritating
@DIPANJAL214
@DIPANJAL214 11 ай бұрын
You are right nitu moni daa
@rekibulali9522
@rekibulali9522 11 ай бұрын
we love Nitumoni Sir. Our best journalist in Assam..
@dipakbaruah8987
@dipakbaruah8987 10 ай бұрын
ণিতুমনী sir ভাল টাগোন দিছে দেই ডাঙৰীয়া ।👌👌🙏🙏
@gautambora1638
@gautambora1638 11 ай бұрын
Well done Nituomoni Da
@princetravelsassam6092
@princetravelsassam6092 11 ай бұрын
Sir very good with subscribed from Nalbari
@damodarpathak-ym4mi
@damodarpathak-ym4mi 11 ай бұрын
Nitumoni mohaxoy apunak xotokouti pranaam jonalui .
@anishaborah1993
@anishaborah1993 11 ай бұрын
Nitumoni Da bhal lagil
@mamonisaikia39
@mamonisaikia39 11 ай бұрын
সাংবাদিক নিতু মনি শইকীয়া জিন্দাবাদ সত্য বাদি বহু ত ভাল লাগে অতি আদৰৰ
@ipshita9737
@ipshita9737 11 ай бұрын
Not everyone can be like nitumoni Saikia 🔥
@digantakakati5255
@digantakakati5255 11 ай бұрын
Nitumoni Saikia is right
@AjitarRahman-ro3me
@AjitarRahman-ro3me 11 ай бұрын
অ ভদ্ৰ টোক উলিয়ায় দিয়ক টকচওৰ ভিতৰতে মিছা কথা কোৱা হৈছে।
@PANKAJSHARMA-px3tl
@PANKAJSHARMA-px3tl 10 ай бұрын
Nitumoni u pl go ur way .we all know about Yr fight with reality. Nitumone pl go ahead with Yr principal. ALL THE BEST OF YR FUTURES
@srspidy3105
@srspidy3105 11 ай бұрын
Nice Nitu Moni Dangoria
@dipusahariah3431
@dipusahariah3431 11 ай бұрын
Nitu Moni da right... Apuni yeibilak manuhok matiboi nelage..
@BharatiKonger
@BharatiKonger 9 ай бұрын
Thanks nitumoni saikia
@jadumonithengal5510
@jadumonithengal5510 11 ай бұрын
Good job nitumoni da
@rajuaslam8511
@rajuaslam8511 11 ай бұрын
Dada khosai BJP neta buror Mane bht besi hoi goise aku guru gukhai nmona hoise
@monuranjangogoi6276
@monuranjangogoi6276 10 ай бұрын
এই চৰকাৰ খনে এনেকেই মইমটালি কৰি দেশ ধ্বংস কৰিদিচে
@dharmendradas6682
@dharmendradas6682 11 ай бұрын
Nitumani right
@mikudutta1735
@mikudutta1735 11 ай бұрын
Right nitumoni da...
@dipokjyotibora400
@dipokjyotibora400 11 ай бұрын
Saikia da is best.
@nurislamali3616
@nurislamali3616 11 ай бұрын
Nitu moni da jindabad❤❤❤
@TCF573
@TCF573 11 ай бұрын
Thik disa Nitumoni ehotok anekoiye dobabo lage dobuwar din ahi goise neriba Nitumoni
@soonmoni6746
@soonmoni6746 11 ай бұрын
Nitumoni da great ❤❤❤, sivasager pora ,zindabad nitumoni da
@ranjitgowsami7891
@ranjitgowsami7891 11 ай бұрын
BJP ৰ মূৰ্খ পাত্ৰ গোস্বামী 😂
@jayantdeka9306
@jayantdeka9306 11 ай бұрын
Nitu Moni দাদাৰ দম আছে।
@sunitgogoi4425
@sunitgogoi4425 11 ай бұрын
Rupom Goswami nisina manuhe BJP negurot dhari ag bahibo bisari ase
@basantiboro4314
@basantiboro4314 11 ай бұрын
যেনে কুকুৰ তেনে টাঙন ।
@manaspratimsaikia-mv6zd
@manaspratimsaikia-mv6zd 11 ай бұрын
Nitumoni da you are right
@RudroBorua-xp2mx
@RudroBorua-xp2mx 11 ай бұрын
Right nitumoni da.I selut ❤❤❤
@khanindranath1869
@khanindranath1869 11 ай бұрын
Mojah disaa .tak bahir kori diba lagsil
@mintudas8402
@mintudas8402 11 ай бұрын
Moja BJP buror besi hoise aru dhobo lage
@rajudoley1756
@rajudoley1756 10 ай бұрын
I love my brother nitu da very good 👍🙏🙏🙏❤️❤️❤️❤️❤️
@satyajitkakati1454
@satyajitkakati1454 11 ай бұрын
Nitu momi sir right
@trishnakalita4154
@trishnakalita4154 11 ай бұрын
Bjp t knowledge nuhuwa manuh a besi ase .khub kom he ase alp jona😂..alagardha besi
@rituponbora6240
@rituponbora6240 10 ай бұрын
Nitumoni আঙুলি টোৱাই টোৱাই দম দি কথা কোৱা উচিত নহয়।
@nurislamali3616
@nurislamali3616 11 ай бұрын
Rupam goushami go back
@joychoudhury2248
@joychoudhury2248 11 ай бұрын
BJP hatao Bostur dam komao
@Danirojasfc6
@Danirojasfc6 11 ай бұрын
It's time to raise your voice otherwise they will even take away your right to speech
@mahimahmed2665
@mahimahmed2665 10 ай бұрын
ৰূপম গোস্বামীৰ এনে মিলাই মিলাই কিবা কিবি কৈ থাকে আচলতে ফুচ।
@subhasishchutian8801
@subhasishchutian8801 11 ай бұрын
যীয়ে নহ‌ওক, আছিল কেচটো অহা নিৰ্বাচিন হে ন ।? মই NDA ভোট দিম
@reallegendgamingyt1619
@reallegendgamingyt1619 11 ай бұрын
Nitumoni da right ❤❤❤❤
@Jun_Photography
@Jun_Photography 11 ай бұрын
Nitumoni right
@barasharajbangshi719
@barasharajbangshi719 11 ай бұрын
ৰূপক বিজেপি নেতা হোৱা বাবে চালে বেৰে কোবোৱা কথাৰে বুজাব বিচাৰে। ভয়াতুৰ এইজন নেতা
@gagantalukdar3201
@gagantalukdar3201 11 ай бұрын
গোস্বামী দাঙৰীয়া ৰ মন্তব্যবোৰত অহঙকাৰ ৰ গোন্ধ দেখা যায়।
@upengogoi1092
@upengogoi1092 11 ай бұрын
Kourabar pokhyat thaka hokal aei darei ahongkar hoisil patanor babe.
@malabikapegu4300
@malabikapegu4300 11 ай бұрын
এইজন ৰূপকনে পূৰক BJPৰ অৰ্থহীন মুখপাত্ৰ। 😁😁😁😁
@digantajyotibordoloi5528
@digantajyotibordoloi5528 11 ай бұрын
এই জন গোঁসাই তেওঁক আঙলি টুৱাই নকব তেওঁৰ খং চুলিৰ আগ ত থাকে
@usermridul41
@usermridul41 11 ай бұрын
নিতুমনি দা সছাই কংগ্ৰেছী ।
@bishalsarma5306
@bishalsarma5306 11 ай бұрын
BJP jindabad কিন্তু আজি এই ক্ষেত্ৰত নিতুমনি শুদ্ধ দেই
@jibongogoi6940
@jibongogoi6940 11 ай бұрын
Bye bye rupam
@mineswardutta722
@mineswardutta722 11 ай бұрын
Nitu mani jindabad
@rikutravelling7711
@rikutravelling7711 11 ай бұрын
ঢেত ইয়াক নামাতিব
@damodarpathak-ym4mi
@damodarpathak-ym4mi 11 ай бұрын
Nitu moni Saikia a nitixikha dile BJP r mohaxoy k, dhanyabad saikia mohaxoy.
@arupdutta3692
@arupdutta3692 11 ай бұрын
Nitumoni✌✌✌✌
@rupkonwardoley6241
@rupkonwardoley6241 11 ай бұрын
Assam bjp t jukti torko korar karure dhorjyo nai..😅😅😅😅
@maryborah584
@maryborah584 11 ай бұрын
Brohia anekoi xikha dibo lage
@kangkansaikia4540
@kangkansaikia4540 11 ай бұрын
aru beyakoi kobo lage anekua BJP Neta bilakok
@jatinkalita1832
@jatinkalita1832 10 ай бұрын
NITU DA WELL DONE
@user-oh3ss4mu4u
@user-oh3ss4mu4u 11 ай бұрын
Nitu moni dada.amar murot bahut rin lagi gol.buji paise sage .
@bhupanboruah
@bhupanboruah 11 ай бұрын
নিতুমনি দা এইজনৰ লজত কথা পতাই ভুল নেকি?
@bhupanboruah
@bhupanboruah 11 ай бұрын
জনৰ
@manashpratimassam8879
@manashpratimassam8879 10 ай бұрын
Nitumani da apuni aguai jaok BJP a xokolo xekh korile😊
@anuprajbonshi4173
@anuprajbonshi4173 10 ай бұрын
সম্পুণ অনুষ্ঠান টো চাবলৈ . কিমান তাৰিখ জনাব চোন
Дибала против вратаря Легенды
00:33
Mr. Oleynik
Рет қаралды 5 МЛН
Русалка
01:00
История одного вокалиста
Рет қаралды 4,4 МЛН
Vivaan  Tanya once again pranked Papa 🤣😇🤣
00:10
seema lamba
Рет қаралды 33 МЛН
Зачем она так поступила с ним??😨
0:26
BitesFrome
Рет қаралды 1,8 МЛН
Гениальный План Хвостатых 😂
0:28
ДоброShorts
Рет қаралды 2,3 МЛН
Became invisible for one day!  #funny #wednesday #memes
0:25
Watch Me
Рет қаралды 54 МЛН
Хотел вывести 🤣❤️
0:54
Dragon Нургелды 🐉
Рет қаралды 870 М.