গীতাৰ কৰ্ম যুগ আৰু তত্ব, মানৱে কৰ্ম কি প্ৰকাৰে কৰিব লাগে।

  Рет қаралды 5,360

Sriborah

Sriborah

Күн бұрын

গীতৰ কৰ্ম যুগ আৰু ইয়াৰ তত্ব। মানৱে কি প্ৰকাৰে কৰ্ম কৰিলে বন্ধনমুক্তি হ'ব। অৰ্জুনক কিয় কৰ্ম কৰিবলৈ কোৱা হৈছিল..?

Пікірлер: 40
@binabora5025
@binabora5025 3 ай бұрын
Krishna Krishna val lagile 🙏🙏
@sriborah
@sriborah 3 ай бұрын
ধন্যবাদ কৃষ্ণ কৃষ্ণ 🙏🙏
@aparajitadas107
@aparajitadas107 3 ай бұрын
Krishna
@sriborah
@sriborah 3 ай бұрын
কৃষ্ণ 🙏
@jinudeka7969
@jinudeka7969 24 күн бұрын
ক্বষ্ণ ক্বষ্ণ ‌বাপ আপোনাক কোটি কোটি ‌প্ৰনাম জনাইছো।
@sidheswarrajbongshi4313
@sidheswarrajbongshi4313 27 күн бұрын
🙏🙏🙏
@jiyashribora7697
@jiyashribora7697 4 ай бұрын
Xundor sir😊
@sriborah
@sriborah 4 ай бұрын
Thank you
@KalpanaDas-fx2pn
@KalpanaDas-fx2pn 3 ай бұрын
Krishna krishna
@sriborah
@sriborah 3 ай бұрын
কৃষ্ণ
@SumiBaishya-g6q
@SumiBaishya-g6q 8 күн бұрын
❤Krishna❤apunar vidio bor bohut bhal lage parile borgeet dutaman bujabo sor pronam bap❤❤
@nandeswargogoi59
@nandeswargogoi59 27 күн бұрын
বহু ত ভাল লাগিল । কূঞ ।
@adtags2791
@adtags2791 3 ай бұрын
কৃষ্ণ
@sriborah
@sriborah 2 ай бұрын
কৃষ্ণ 🙏
@HimanshuSaikia-ys9gd
@HimanshuSaikia-ys9gd 4 ай бұрын
Krishna 🙏
@sriborah
@sriborah 2 ай бұрын
কৃষ্ণ 🙏
@mrinalgogoi9795
@mrinalgogoi9795 4 ай бұрын
বহুত ভাল লাগিল,আগলৈও আশা কৰিম,,কৃষ্ণ,,,,।
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ 🙏 আপোনালোকৰ আশীৰ্বাদ পালে নিশ্চয় প্ৰয়াস কৰিম।‌ কৃষ্ণ
@rudrakantaborah410
@rudrakantaborah410 4 ай бұрын
কৃষ্ণ বাখ্যা সুন্দৰ হৈছে সকলো শাস্ত্ৰৰপৰা তত্ত্ব মুলক কথাৰ দেনাৰ উপস্হাপন কৰিছা ভাল হৈছে গীতাৰ মূখ্য উদ্দেশ্য এক শৰণ ভৱিষ্যতে শৰণ বিষয়ে বহলাই ক'বা দেই।আষুষমান ভৱ। ❤
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ। নিশ্চয় প্ৰয়াস কৰিম।
@biswajitbaruah3564
@biswajitbaruah3564 4 ай бұрын
Tumi naba prajnmak puharar bat dekhuai loi juwar egasi banti , lagate amiu ei hamaj andharat bur goi tumar isharmukhi katha sraban karibaloi pai nijake dhanya manisu , agaloiu sraban karibaloi pam buli akhare bat sai ralu ,gobindra Krishna.
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ বাপ , কৃষ্ণ 🙏
@sidheswarrajbongshi4313
@sidheswarrajbongshi4313 23 күн бұрын
কৃষ্ণ ভাগৱত শাস্ত্ৰৰ মহামৃত বানিবোৰ প্ৰকাশ কৰোতে ভকতিয়া সাজ পৰিধান কৰিলে সুদ্ধ হয় বুলি ভাবো এয়া মোৰ ব্যক্তিগত সিমিত গ্যান ক্ষমা মাগিলো 🙏
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 4 ай бұрын
Krishna krishna krishna baap shway nebadulu krishna Joy guru Shankar krishna
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
@tutumonibordoloi8513
@tutumonibordoloi8513 4 ай бұрын
কৃষ্ণ কৃষ্ণ‌ , বাপ ।
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ বাপ 🙏
@kimtaehyung6428
@kimtaehyung6428 4 ай бұрын
কৃষ্ণ বাপ।🙏
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ 🙏
@jatindas4577
@jatindas4577 4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ 🙏
@Lipibora
@Lipibora 4 ай бұрын
Xodai xodai bohut tatwa gadhur bixayar uparot apuni video bonai. Bohut kotha janibo paru. Ako eta natun bixaya janiboloi roi thakim
@sriborah
@sriborah 4 ай бұрын
নিশ্চয় প্ৰয়াস কৰিম। ধন্যবাদ, আপোনাসবে মোৰ প্ৰতিটো বিষয় এনেকে চোৱাৰ বাবে। কৃষ্ণ 🙏
@gaurabsarmamusic4804
@gaurabsarmamusic4804 Ай бұрын
সংস্কৃত উ চা ৰণ শুদ্ধ হব লাগে
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏 প্ৰয়াস কৰিম। ধন্যবাদ 🙏☺️
@updeshmala2737
@updeshmala2737 4 ай бұрын
গীতা এখন কাল্পনিক চৰিত্ৰ বুলিও বহু সকলে প্ৰকাশ কৰে। এই বিষয়ত আপোনাৰ মত কি ,
@sriborah
@sriborah 4 ай бұрын
ঈশ্বৰৰ কথা কল্পনা হ'ব নোৱাৰে। বায়ু অদৃশ্য হ'লেও যিদৰে বায়ু বিহিন জীৱন সম্ভৱ নহয়, ঠিক একেদৰে ঈশ্বৰৰ কথা অবিহনে জীৱৰ সঠিক মাৰ্গ সম্ভৱ নহয় বাপ জনা। কৃষ্ণ 🙏
@SumonBora-vt1wz
@SumonBora-vt1wz 23 күн бұрын
Gita isn't write to imagine
@updeshmala2737
@updeshmala2737 23 күн бұрын
গীতা কাল্পনিক বুলি প্ৰকাশ কৰাৰ আগত আমি এইটোও অনুভৱ কৰিব লাগিব যে ভাগৱত, কোৰান, বাইবেল এইবোৰ কি এইবোৰোও কাল্পনিক নেকি বাৰু ? কিন্তু যদিওবা কোনোৱে কাল্পনিক বুলি ভাৱিছে প্ৰকৃতাৰ্থত মানৱ জীৱনৰ লগত গীতাৰ উপদেশবোৰ প্ৰায় গ্ৰহণ যোগ্য। লগতে গীতাৰ উপদেশ মহাভৰাৰতৰ যুদ্ধৰ সময়ত কোৱা বুলি প্ৰকাশ কৰাতো কাল্পনিক হব পাৰে কিনতু গীতাৰ জ্ঞানবোৰ কাল্পনিক নহয় ।প্ৰকৃতাৰ্থত কূৰ্ম্ম পুৰাণৰ ঈশ্বৰ গীতাৰ পৰাহে সংগ্ৰহ কৰা যেন অনুভৱ হয়।
@pankajhazarika9631
@pankajhazarika9631 28 күн бұрын
Krishna
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 15 МЛН
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 116 МЛН
啊?就这么水灵灵的穿上了?
00:18
一航1
Рет қаралды 60 МЛН
Un coup venu de l’espace 😂😂😂
00:19
Nicocapone
Рет қаралды 11 МЛН
Having Kids? Antinatalism and Veganism । Podcast - 11
54:58
Psyche Talk
Рет қаралды 5 М.
comment ৰ আলোচনা
36:00
Sriborah
Рет қаралды 5 М.
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 15 МЛН