এইবিধ খাদ্যই নজনাকৈয়ে আমাৰ হাৰ্ট একেবাৰে বেয়া কৰি পেলাব || Ponkhi Sharma | Heart Disease

  Рет қаралды 297,539

Healthy Life By Ponkhi Sharma

Healthy Life By Ponkhi Sharma

Күн бұрын

Пікірлер: 390
@sabitatamuli6868
@sabitatamuli6868 Жыл бұрын
হয় বাইদেউ, আপোনাৰ Vedeo বিলাকৰ দ্বাৰা বহুতো নজনা কথা জানিব পাৰি, খাদ্যৰ ক্ষেত্ৰত সচেতন হোৱাত আগ্ৰহ জন্মিছে।বহুত ধন্যবাদ। আগলৈও নজনা কথা বিলাক আপোনাৰ জড়িয়তে জানিবলৈ পাম বুলি আশা ৰাখিলোঁ, লগতে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏
@RanjanMahanta-c2f
@RanjanMahanta-c2f 9 сағат бұрын
🎉
@surabhiborgohain1216
@surabhiborgohain1216 Жыл бұрын
বৰ ভাল কথা আগবঢ়াইছে, আপোনাৰ এনেধৰণৰ ভিডিঅ সমূহৰ দ্বাৰা বহু নজনা কথাবোৰ বুজিব পাৰিছো। তাৰ বাবে বহু বহু ধন্যবাদ। আগলৈকো এনেধৰণৰ ভিডিঅ বোৰ দি থাকিব বুলি আশা থাকিল।
@avaranihazarika1730
@avaranihazarika1730 Жыл бұрын
তুমি অতি সত্য দৰকাৰী কথাবোৰ একেবাৰে ঘৰুৱাভাৱে পৰিয়ালৰ সদস্যক কোৱাদি সুন্দৰকৈ বুজাই কোৱাটো তোমাৰ ইমানবোৰ জ্ঞানৰ লগতে বিশেষ পাৰদৰ্শিতা ৷বহুত ভাল উপদেশ দি আছা যিবিলাকে হাজাৰজনক উপকাৰ কৰাটো এশ শতাংশ নিশ্চিত ৷বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ তোমালৈ পংখী ৷
@lukumailekharu1022
@lukumailekharu1022 Жыл бұрын
Thanks mom.
@bhabajitbarman653
@bhabajitbarman653 6 ай бұрын
L​@@lukumailekharu1022w😊
@kushamahanta4447
@kushamahanta4447 10 ай бұрын
বহুত ধন্যবাদ‌। আনে বেয়া পোৱাটো কেৰেপ নকৰি ৰাইজৰ মৎগলৰ বাবে সাহসেৰে জনোৱাৰ বাবে ধন্যবাদ।
@cnbharali
@cnbharali Жыл бұрын
বৰ ভাল প্ৰচেষ্টা , সজাগতাৰ সৃস্টি হৈছে অতি সৰল ভাবে ❤ কৰি যাওক 🎉
@Banditakalita8899
@Banditakalita8899 Жыл бұрын
অতি দৰকাৰী কথা বাইদেউ। ধন্যবাদ জনোৱাৰ বাবে 🙏🙏
@pabitrahazarika1360
@pabitrahazarika1360 Жыл бұрын
অতি দৰকাৰী কথাবোৰ বুজাই কোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ ।
@rameshbonia
@rameshbonia Жыл бұрын
বাইদেউ শৰীৰৰ ওপৰত দিয়া আপোনাৰ পৰামৰ্শ ভাল লাগিল।
@digantagogoi1868
@digantagogoi1868 Жыл бұрын
বহুত বহুত ধন্যবাদ বাইদেউ। videoটো চাই বৰ ভাল লাগিল। আগলৈও এনেকুৱা video দি থাকিব বুলি আশা কৰিলো।
@prasantagoswami1477
@prasantagoswami1477 12 күн бұрын
কথাবোৰ শুনি ভাল লাগে। বহুত জ্ঞান পোৱা যায়। বহুপূণ্যৰ ফলত এনেসন্তান পোৱা যায়। বহু সৌভাগ্যবান পিতা-মাতা
@jagadishdeka3841
@jagadishdeka3841 Жыл бұрын
আগবাঢ়ি যাওঁক। আপোনাৰ বহুমূলীয়া vdo ৰ পৰা অসমৰ মানুহ উপকৃত হৈছে। বহুত বহুত ধন্যবাদ।
@diptiisaikia
@diptiisaikia 9 күн бұрын
বহুত বহুত ধন্যবাদ আপোনাৰ স্বাস্থ্যৰ বাবে দিয়া দিহা পৰামৰ্শ প্ৰদান কৰা বাবে । সকলোৱে স্বাস্থ্যৰ বাবে দিয়া উপকাৰিতাৰ কাৰণে ঈশ্বৰে আপোনাৰ স্বাস্থ্য আৰু পৰিয়ালৰ সকলোৰে স্বাস্থ্য কুশলে ৰাখক 👏❤️
@kabirajsanatani3186
@kabirajsanatani3186 Жыл бұрын
বহুত প্ৰয়োজনীয় উপদেশ । ধন্যবাদ ডক্টৰ ।
@jyotishpurkayastha5433
@jyotishpurkayastha5433 Жыл бұрын
Very good advice as given by you always. I convey my heartiest thanks to you.
@pradipbaruah5641
@pradipbaruah5641 Жыл бұрын
Bohut bhal kotha janilu dhonyabad
@sabitabhuyan473
@sabitabhuyan473 Жыл бұрын
বহুত ভাল উপদেশ দিয়াৰ বাবে ধন্যবাদ থাকিল আপোনালৈ।
@pinkubaishya6181
@pinkubaishya6181 Жыл бұрын
আপোনাৰ কথা আৰু পৰামৰ্শ বোৰ ভাল লাগে । পেনক্ৰিয়াচ ৰোগীৰ খাদ্য তালিকাৰ বিষয়ে কব কেতিয়াবা ❤️🙏
@deepanjalidas33
@deepanjalidas33 Жыл бұрын
So informative video thanks Dr Ponkhi for providing valuable information on healthy heart ❤ awaiting eagerly for your next informative video.... support you wholeheartedly....
@rajenpathak9034
@rajenpathak9034 Жыл бұрын
thank you
@shashibaruah4236
@shashibaruah4236 Жыл бұрын
Good advice
@assamgamer4018
@assamgamer4018 Жыл бұрын
Beya napau baideu apunar video sai ami bohut kothai janisu
@premolotadeuri8933
@premolotadeuri8933 10 ай бұрын
Thanks maam
@basantanath2647
@basantanath2647 Жыл бұрын
ধন্যবাদ জনালোঁ বাইদেউ ।
@anisurrahman7640
@anisurrahman7640 4 ай бұрын
বহুত উপকৃত হলো। ভাল লাগিল।
@ruhinigogoi827
@ruhinigogoi827 17 күн бұрын
বহুত ভাল লাগিল বাইদেৱ ।
@harichandranath421
@harichandranath421 Жыл бұрын
আপোনাক অশেষ ধন্যবাদ 🙏🏼
@bonitamahato4726
@bonitamahato4726 Жыл бұрын
Maam bohut val lagil video tu sai.Bohutu najana kotha janilu.🙏🙏
@koushalyahazarika1859
@koushalyahazarika1859 Жыл бұрын
বৰ সুন্দৰ কৈ কথা বোৰ বুজাই দিয়ে ভাল লাগিল। বিশেষত হিমগ্লবিন বঢ়াবৰ বাবে এক উপায় দিব। কি কি খাব লাগে,,,,.। হি মগ্লবিন কিয় কমি যায়।
@dipalisonowal2432
@dipalisonowal2432 18 күн бұрын
সুন্দৰ পৰামৰ্শ ।
@unbiasedbygourishankar
@unbiasedbygourishankar Жыл бұрын
এই চ্চেনেলটোৰ subscriber ১০ কোটিৰো অধিক হোৱাটো জৰুৰী৷ ❤❤
@manjudas7844
@manjudas7844 Жыл бұрын
সুন্দৰ মন্তব্য দিছে।খুব ভাল আপোনাৰ পৰামৰ্শ বিলাক।
@rajibkumarsangma5428
@rajibkumarsangma5428 Жыл бұрын
Mem u r great u r educating us so honestly for our good health, Thanks.
@MadhuranjanDas-kx8ss
@MadhuranjanDas-kx8ss Жыл бұрын
সুন্দৰ উপদেশ । শৰীৰত ওলোৱা আচিনা ভাল কৰিবলৈ ঘৰুৱা বা আয়ুৰ্বেদিক চিকিৎসা আছেনে জনাবচোন ।
@nikumonidas3844
@nikumonidas3844 Жыл бұрын
Thank you mem ,yar agot gom pua nasilu 🙏🏻🙏🏻🙏🏻
@jeutisaikia8181
@jeutisaikia8181 3 ай бұрын
অতি দৰকাৰী কথা, জনোৱা বাবে বহুত বহুত ধন্যবাদ, আৰু অপেক্ষা কৰি আছোঁ জনাৰ বাবে ❤
@daisyranidoley8705
@daisyranidoley8705 Жыл бұрын
সুন্দৰ বাৰ্তা!
@rubydas9805
@rubydas9805 3 күн бұрын
You please carry on mm which will b very helpful for us.we will try to follow accordingly.
@sabitadevi5995
@sabitadevi5995 3 ай бұрын
আপোনাৰ ভিডিও টোৰ পৰা বহুত ভাল কথা জানিব পাৰিলো । ধন্যবাদ আপোনাক
@surenboruah3241
@surenboruah3241 Жыл бұрын
বহুত বহুত ধন্যবাদ বাইদেউ 🙏🙏🙏
@bhupenborah3457
@bhupenborah3457 4 ай бұрын
সুন্দৰ প্রয়াস, অসমীয়াত কিছুমান শব্দ কলে আমাৰ দৰে নদাই ভদাই বাবে সহজ হয়।। কিবা টেনচ ফেটৰ বিষয়ে কৈছে যদিও আমি সেইয়া মানে কি বুজিব পৰা নাই ।
@binakumarigogoiborah8407
@binakumarigogoiborah8407 Жыл бұрын
বহুত ভাল লাগিল ❤️❤️❤️ সুন্দৰ পৰামৰ্শ 👌👌👌
@SayamborGohain
@SayamborGohain 7 ай бұрын
ভাল লাগিল মাদাম ভগবানে কুশলে ৰাখক
@parveenbegum6484
@parveenbegum6484 Жыл бұрын
Bahut bahut dhanyabaad baa... Aapunar enekuwa prayujoniyo videosburoloi ashare roi thaku... 😊
@kamalagogoi2428
@kamalagogoi2428 Ай бұрын
বহুত বহুত ধন্যবাদ জনালো।
@rameshdutta5840
@rameshdutta5840 9 ай бұрын
অতি প্ৰয়োজনীয় কথা ।জানি ভাল লাগিল ।
@NilakantaGogoi-c7j
@NilakantaGogoi-c7j Жыл бұрын
Mam apuni vl ktha koise thanks...
@DhrubaSarma-op5co
@DhrubaSarma-op5co Жыл бұрын
বা,কি সুন্দৰ নজনা কথা এটা গম পালো। ধন্যবাদ।
@nayan0015
@nayan0015 7 ай бұрын
bhut bhal lagil baido.....aji hosai bhut buji palu...thank you
@jitupator9652
@jitupator9652 Жыл бұрын
Good morning mam 😊😊
@MrinaliboraMunbora
@MrinaliboraMunbora 10 ай бұрын
অপোনাৰ উদেশ্য সফল হলে অমি সুখী হম ।
@pranitatalukdar8127
@pranitatalukdar8127 10 ай бұрын
Very good mom❤
@bharatibharuah7495
@bharatibharuah7495 Жыл бұрын
Very important nd very.useful advice. Thank you Dr.
@sikhadutta2482
@sikhadutta2482 Жыл бұрын
আপোনাক বেয়া পোৱা হয়তো কোনো নাই। স্বাস্থ্যৰ বিষয়ে বহু খিনি জিনিবলগীয়া আপোনাৰ পৰায়ে পাইছো।
@bobitadevi8510
@bobitadevi8510 Жыл бұрын
..very nice Baider . Baidev apuner all videos are all viwers Karone otikoi lagotiyal . These are apuniye apuner videos bilakot explain Kori nidiya hole bilkul amar akuyei knowledge nai. So Baide U apuner videot amar phalote Pora Kunu Karonote apunak beya Paboloi nohoi Khini always bhalhe bhal Pao . Thank you Mem . May God bless us together !
@hemlatasarma7050
@hemlatasarma7050 Жыл бұрын
Thank you mem.apuner v.d.o bilak moi sai thako sai babe bohut nojona kotha janibo pariso. Asa koriso anek agoloio pai thakim.
@monumotigogoi1101
@monumotigogoi1101 Жыл бұрын
আপোনাৰ কথা বোৰে সকলোৰে বাবে বাঞ্ছনীয় ❤❤❤
@chayanikabaishya123
@chayanikabaishya123 Жыл бұрын
Thank you mam..moi apunar sakalu video saw health related but aji 1st comment karilu..❤️🥰
@namitabaruah569
@namitabaruah569 5 ай бұрын
আমি কোনেও বেয়া। নাপাওঁ বৰঞ্চ বহুত ভাল লাগে। আশীৰ্বাদ থাকিল
@sukanyadevibora6928
@sukanyadevibora6928 Жыл бұрын
অশেষ ধন্যবাদ
@Reditzediting
@Reditzediting Жыл бұрын
Thanks for your valuable information.
@RabiramDaimary-z9z
@RabiramDaimary-z9z 10 ай бұрын
ধন্যবাদ থাকিল মেডাম এইটোৰ বিষয়ে ইউটোপ মএডইয়আৰ জৰিয়তে প্ৰচাৰ কৰাৰ বাবে , কাৰন আজি কালি ল'ৰা ছোৱালীৰ অভিভাৱক সকলে ইয়াৰ বিষয়ে গুৰুত্ব নিদিয়ে যাৰ ফলত বৰ্তমান বিভিন্ন ৰোগত ভুগি আছে। শেষত এটা কথা জনাই থৈ দিওঁ যে আপোনাৰ ইউটোপৰ জৰিয়তে এজন সুস্থ নিৰোগী হবৰ বাবে কি কি খাদ্য গ্ৰহণ কৰিব লাগে আৰু কি কি শাৰীৰিক কচৰত(exercise)কৰিব লাগে এই টো লৈ মোৰ বহুতো উপকাৰ হৈছে । (ৰবিৰাম দৈমাৰী ,খামাৰগুৰী , বড়োবাজাৰ, জিলা- চিৰা‌ঙ ।
@prodiphazarika959
@prodiphazarika959 Жыл бұрын
Ponkhi, I generally watch your programme whenever comes to my views, really unique with very simple linguistic presentation having right way of managing sufferings of different ailments. Yes, keep it up with zeal.
@rahulchetia304
@rahulchetia304 Күн бұрын
Thank you for your advice
@__Tridip_Hazarika__
@__Tridip_Hazarika__ Жыл бұрын
Bohut bohut dhoinyobad mam video to diyar babe🙏🏻
@garimabarua5329
@garimabarua5329 28 күн бұрын
ভাল লাগিল কথা বোৰ❤
@janakibarman-i6o
@janakibarman-i6o 3 күн бұрын
video sai bhuy bhal lage
@dibyagogoi1473
@dibyagogoi1473 Жыл бұрын
Hu poramorsha agborhuar babe bohut bohut dhonyobad baideo.
@pranjalburagohain57
@pranjalburagohain57 Жыл бұрын
Bohutu nojona kotha janibo paru..okhekh dhanyabad baideu anmak eman hojag hoseton kori rokhar babe🙏
@rumibhagabati4229
@rumibhagabati4229 Жыл бұрын
Very good advice thank u mam
@manjumoniborah84
@manjumoniborah84 Жыл бұрын
অতি দৰকাৰি কথা গম পালো। অশেষ ধন্যবাদ
@mamonidevi617
@mamonidevi617 Күн бұрын
Bohut nojona kotha janibo parilu Bohut dhaynoba jonalu❤
@arupborthakur8944
@arupborthakur8944 Жыл бұрын
Thank you for your valuable advice.
@anamikavlog1964
@anamikavlog1964 Жыл бұрын
Bohut helpful vedio hoy ai2....❤❤❤❤❤❤ thank u mam
@bibinislary7290
@bibinislary7290 Жыл бұрын
Thank you mem for valuable advice .
@VJvijoy
@VJvijoy Жыл бұрын
Very good💐, ma'am ভৰিৰ নখচুকীয়া ভাল কৰাৰ উপায় এটা দিয়ক plz 🙏.
@majanikalita6025
@majanikalita6025 Жыл бұрын
Good information ma'am ❤❤❤
@minotisonowal604
@minotisonowal604 Жыл бұрын
বহুত ধন্যবাদেৰে
@syedmahimudddinahmed9928
@syedmahimudddinahmed9928 Жыл бұрын
Very good advice for health
@gitanjalimahanta8683
@gitanjalimahanta8683 Жыл бұрын
Gitanjali Mahanta. Very good Mem.
@padmaramdeka1856
@padmaramdeka1856 Жыл бұрын
Bohut bohut dhanyabad Madam .
@kushalgogoi9200
@kushalgogoi9200 Жыл бұрын
আপুনি সচাকৈয়ে মহান ডাক্টৰ ।
@diptideka4798
@diptideka4798 Жыл бұрын
Good advice ma'am, Thank u 🙏
@srimontadas6992
@srimontadas6992 Жыл бұрын
বাইদেউ আপুনি ক্ষীণ হৈছে ভাল লাগিছে
@ShefaliChakrabarty-xp6rp
@ShefaliChakrabarty-xp6rp 9 ай бұрын
Useful advice.Thanks
@nKakati1987
@nKakati1987 Жыл бұрын
Bht val lage meM aponar video...enekoiye agoloi video bor di thakib 🙏
@hamidaullah210
@hamidaullah210 Жыл бұрын
Mam vary important advice .thankyou long life good health.>
@dollyborah2827
@dollyborah2827 Жыл бұрын
Very important n useful advice .Thank you so much baidew .🙏
@arunpatgiri6058
@arunpatgiri6058 Жыл бұрын
OK. Mam, Exactly correct advice. Tq
@KalyaniDutta-rd2to
@KalyaniDutta-rd2to Жыл бұрын
ভাল লাগিল কথা খিনি শুনি
@AsmaBegum-ql8og
@AsmaBegum-ql8og Жыл бұрын
Nice advice Dr
@nitulbora7521
@nitulbora7521 Жыл бұрын
বহুত বহুত ধন্যবাদ । বায়দৌ, সকলোবোৰ ভাঙি পিতী কোৱাৰ বাবে।
@ranibaruah8358
@ranibaruah8358 Жыл бұрын
Kindly make one vedeo on muscle loss,thanks 🙏
@kirontamang8054
@kirontamang8054 Жыл бұрын
thanks bsidew.bohut kotha janibo parilu
@sikhadutta2482
@sikhadutta2482 Жыл бұрын
আপোনালৈ বহুত ধন্যবাদ বাইদেউ
@pranabbarman8754
@pranabbarman8754 Жыл бұрын
Assamese r
@binodbujarbaruah
@binodbujarbaruah 6 ай бұрын
Good advice. Please continue.
@izzatahmed1067
@izzatahmed1067 Жыл бұрын
Mam your advice vary important for sosaity.
@nirmalpathak141
@nirmalpathak141 Жыл бұрын
অতি সুন্দৰ।
@banikantabasumatary6088
@banikantabasumatary6088 9 ай бұрын
Thanks for information of good health care.
@leenasaikia1901
@leenasaikia1901 Жыл бұрын
Bohut Val kotha janilu thanks mam
@hiragogoi5263
@hiragogoi5263 Жыл бұрын
very good information.THANK YOU MAM
@isheswardeori7404
@isheswardeori7404 Жыл бұрын
Thanks. You. Mam Val. Lagil
@prachigupta1701
@prachigupta1701 Жыл бұрын
Ami apunar lagat asu enedore amar jibantu healthy kori rokhat help korar babe thank you ba❤️
@DipaliLahon-c2c
@DipaliLahon-c2c Күн бұрын
Bohut Val Lagil
@kartikkalitakalita6435
@kartikkalitakalita6435 Жыл бұрын
Mam tq aponi bohut Val kotha koi ❤️
@smritirekhagoswami4507
@smritirekhagoswami4507 Жыл бұрын
Very valuable information. Thank u.
@noorasmabegum2312
@noorasmabegum2312 Жыл бұрын
Thank you ma'am Bohut val lagil
Hoodie gets wicked makeover! 😲
00:47
Justin Flom
Рет қаралды 135 МЛН
ТЫ В ДЕТСТВЕ КОГДА ВЫПАЛ ЗУБ😂#shorts
00:59
BATEK_OFFICIAL
Рет қаралды 4,6 МЛН
Turn Off the Vacum And Sit Back and Laugh 🤣
00:34
SKITSFUL
Рет қаралды 4,9 МЛН
Hoodie gets wicked makeover! 😲
00:47
Justin Flom
Рет қаралды 135 МЛН